VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কাইলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হ’ব কামৰূপ জিলা দিৱস

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিব সংহত জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত নিৰ্মাণ কৰা বীৰ লাচিত বৰফুকনৰ পূৰ্ণাৱয়ব প্ৰতিমূৰ্তি

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 30, 2023
in মুখ্য সংবাদ
কাইলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হ’ব কামৰূপ জিলা দিৱস
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

কাইলৈ আমিনগাঁওস্থিত সংহত উপায়ুক্ত কাৰ্যালয় চৌহদত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে কামৰূপ জিলা দিৱস উদযাপনৰ অয়োজন কৰা হৈছে। ইয়াৰ বাবে জিলা প্ৰশাসনে যাৱতীয় সকলো ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে। উল্লেখ্য যে, জিলা দিৱসৰ কাৰ্যসূচীৰ অন্যতম অংশ হিচাপে সংহত উপায়ুক্ত কাৰ্যালয় চৌহদত ইতিমধ্যে নিৰ্মাণ কৰা বীৰ লাচিত বৰফুকনৰ এটা পূৰ্ণৱয়ব প্ৰতিমূৰ্তি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ দিনৰ ১২:৪৫ বজাত উন্মোচন কৰিব। ৰাতিপুৱা ৬.৩০ বজাত সংহত উপায়ুক্ত কাৰ্যালয় চৌহদৰ পৰা দৌলগোবিন্দ মন্দিৰলৈ চাইকেল ৰেলীৰে আৰম্ভ হ’বলগীয়া এই জিলা দিৱসৰ কাৰ্যসূচীত বিভিন্ন প্ৰকাৰৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি পুৱা ৯.৩০ বজাত উপায়ুক্ত কাৰ্যালয় তথা জিলাখনৰ অন্যান্য কাৰ্যালয়ত বৃক্ষৰোপণ, মুখ্যমন্ত্ৰীৰ দ্বাৰা বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন, “কামৰূপ” বিষয় সামৰি প্ৰাইজমাণি মুকলি কুইজ প্ৰতিযোগিতা, ৰক্তদান শিৱিৰ, কৃষি প্ৰদৰ্শনী মেলা, হিতাধিকাৰীৰ মাজত বিভিন্ন চৰকাৰী আঁচনিৰ সাহায্য বিতৰণ, উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী সকলৰ মাজত বিভিন্ন পৰম্পৰাগত খেল-ধেমালী প্ৰতিযোগিতা, জিলাখলনৈ গৌৰৱ কঢ়িয়াই অনা বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনাৰ লগতে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক সম্বৰ্দ্ধনা, সন্ধিয়া ৫.৩০ বজাত এক বৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উল্লেখ্য যে এই দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ৰচনা আদি প্ৰতিযোগিতাৰ আযোজন কৰা হৈছিল। তদুপৰি জিলাখনৰ চক্ৰ বিষয়াৰ কাৰ্যালয়কে ধৰি অন্যান্য কাৰ্যালয় সমূহত জিলা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উল্লেখ্য যে কামৰূপ জিলাৰ জিলা উপায়ুক্ত কীৰ্তি জল্লীয়ে আজি জিলা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা কৃষি প্ৰদৰ্শনীৰ দ্বাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলা দিৱসৰ কাৰ্যসূচী সমূহত জনসাধাৰণৰ সহযোগিতা কামনা কৰা হৈছে।

Previous Post

আমি সন্তানক দিয়া সময়খিনি কোৱালিটি টাইম হয়নে!

Next Post

মানুহে সকলো সময়তে মোবাইলত ব্যস্ত হৈ থাকিব বুলি ভবা নাছিল খোদ আৱিষ্কাৰকেঃ মোবাইল ফোন ব্যৱহাৰকাৰীৰ কি কার্যত ক্ষুন্ন হৈ পৰে আৱিস্কাৰক

Related Posts

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন
মুখ্য সংবাদ

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত  শ্বাহ
মুখ্য সংবাদ

অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত শ্বাহ

June 10, 2023
লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা
মুখ্য সংবাদ

লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা

June 10, 2023
এতিয়াও শান্ত হোৱা নাই  মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব
মুখ্য সংবাদ

এতিয়াও শান্ত হোৱা নাই মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব

June 10, 2023
শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি
মুখ্য সংবাদ

শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি

June 10, 2023
হোৱাইট হাউছৰ পৰা ট্ৰাম্পে  আনিছিল ১০০ টা গোপন নথি! ৪৯ পৃষ্ঠাৰ চাৰ্জ শ্বীটত নতুন অভিযোগ
মুখ্য সংবাদ

হোৱাইট হাউছৰ পৰা ট্ৰাম্পে আনিছিল ১০০ টা গোপন নথি! ৪৯ পৃষ্ঠাৰ চাৰ্জ শ্বীটত নতুন অভিযোগ

June 10, 2023
Next Post
মানুহে সকলো সময়তে মোবাইলত ব্যস্ত হৈ থাকিব বুলি ভবা নাছিল খোদ আৱিষ্কাৰকেঃ মোবাইল ফোন ব্যৱহাৰকাৰীৰ কি কার্যত ক্ষুন্ন হৈ পৰে আৱিস্কাৰক

মানুহে সকলো সময়তে মোবাইলত ব্যস্ত হৈ থাকিব বুলি ভবা নাছিল খোদ আৱিষ্কাৰকেঃ মোবাইল ফোন ব্যৱহাৰকাৰীৰ কি কার্যত ক্ষুন্ন হৈ পৰে আৱিস্কাৰক

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে  প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

ভিৰৰ মাজত অসংখ্যজনৰ মাজত এজন হিচাপে দিছিল প্ৰথম শ্বট, নাছিৰুদ্দিন শ্বাহে প্ৰথম ছবিত কিমান পাৰিশ্ৰমিক লাভ কৰিছিল জানেনে ?

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7