VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

লক্ষ্য তেলেংগানা? দিল্লীৰ আবকাৰী নীতিৰ দুৰ্নীতিৰ গোচৰত কেচিআৰ কন্যা কবিতাক চিবিআইৰ চমন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 3, 2022
in মুখ্য সংবাদ
লক্ষ্য তেলেংগানা? দিল্লীৰ আবকাৰী নীতিৰ দুৰ্নীতিৰ গোচৰত কেচিআৰ কন্যা কবিতাক চিবিআইৰ চমন
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতাক দিল্লীৰ আবকাৰী  নীতি ৰূপায়নত সংঘটিত দুৰ্নীতিৰ গোচৰত জেৰাৰ বাবে চিবিআইয়ে চমন কৰিছে। অহা ৬ ডিচেম্বৰত দিল্লীস্থিত চিবিআইৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ কবিতাক নিৰ্দেশ দিয়া হৈছে।

সূত্ৰ অনুসৰি কবিতাই দিল্লীৰ পৰিৱৰ্তে হায়দৰাবাদত জেৰাৰ সন্মুখীন হ’বলৈ আবেদন কৰিছিল যদিও এই প্ৰস্তাৱ চিবিআইয়ে নাকচ কৰে। চিবিআইৰ চমন পোৱাৰ কথা স্বীকাৰ কৰি তেওঁ কয় , ‘আমাক সোধা-পোছাৰ বাবে দিল্লীলৈ চমন কৰা হৈছে। দিল্লীৰ পৰিৱৰ্তে হায়দৰাবাদত হাজিৰ হোৱাটো সম্ভৱ নেকি বুলি চিবিআইক সুধিছো।”

তেলেংগানা ৰাষ্ট্ৰীয় সমিতিৰ নেতা কবিতাই শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কেন্দ্ৰীয় সংস্থাটোৰ ‘অপব্যৱহাৰ’ কৰাৰ অভিযোগত সমালোচনা চলাইছিল। আনহাতে, চন্দ্ৰশেখৰ চৰকাৰে হায়দৰাবাদ উচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰি তেলেংগানাত চিবিআইৰ তদন্তৰ ‘সাধাৰণ সন্মতি’ প্ৰত্যাহাৰ কৰে। ইয়াৰ পিছতে কবিতাক জেৰাৰ বাবে তলব কৰে ৷

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

মোদী চৰকাৰৰ প্ৰতিবেদনত বিজেপিৰ অস্বস্তি, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যৰ বিধায়কে খৰচ নকৰিলে পূঁজিৰ ধন

Related Posts

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন
মুখ্য সংবাদ

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু
মুখ্য সংবাদ

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো
মুখ্য সংবাদ

১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো

June 8, 2023
নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
মুখ্য সংবাদ

নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

June 8, 2023
হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক
মুখ্য সংবাদ

হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক

June 8, 2023
দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!
মুখ্য সংবাদ

দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!

June 8, 2023
Next Post
মোদী চৰকাৰৰ প্ৰতিবেদনত বিজেপিৰ অস্বস্তি, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যৰ বিধায়কে খৰচ নকৰিলে পূঁজিৰ ধন

মোদী চৰকাৰৰ প্ৰতিবেদনত বিজেপিৰ অস্বস্তি, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যৰ বিধায়কে খৰচ নকৰিলে পূঁজিৰ ধন

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7