VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰাতঃস্মৰণীয়…

পুষ্পাঞ্জলি গোস্বামী by পুষ্পাঞ্জলি গোস্বামী
December 3, 2022
in সমাজ
প্ৰাতঃস্মৰণীয়…
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

আজি বিশিষ্ট কূটনীতিক তথা ৰাজনীতিক বিজয়লক্ষ্মী পণ্ডিতৰ ওপজা দিন । তেওঁ আছিল ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধ্যক্ষ হোৱা প্ৰথমগৰাকী ভাৰতীয় । ১৯৫৩ চনৰ ১৫ ছেপ্টেম্বৰৰ পৰা ১৯৫৪ চনৰ ২১ ছেপ্টেম্বৰলৈ তেওঁ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধ্যক্ষ আছিল । ভাৰতৰ স্বাধীনতাৰ পিছত তেওঁ ক্ৰমে লণ্ডন, ছোভিয়েট ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতৰ ৰাষ্ট্ৰদূত নিযুক্ত হৈছিল । ১৯৬২ চনৰ ২৮ নৱেম্বৰৰ পৰা ১৯৬৪ চনৰ ১৮ অক্টোবৰলৈ তেওঁ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ১৯৬৭ চনৰ পৰা ১৯৭১ চনলৈ তেওঁ লোকসভাৰ সাংসদ আছিল । ১৯৯০ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । নেত্ৰীগৰাকীলৈ আমাৰ প্ৰণাম ।

Previous Post

এলোভেৰাৰ ৰসৰ লগত এই বস্তু দুবিধ মিহলাই লয় নিশ্চয় আপুনিও। কি হয় জানো আহক

Next Post

লক্ষ্য তেলেংগানা? দিল্লীৰ আবকাৰী নীতিৰ দুৰ্নীতিৰ গোচৰত কেচিআৰ কন্যা কবিতাক চিবিআইৰ চমন

Related Posts

দিল্লীৰ তিন মূৰ্তি মাৰ্গত ৩০৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত প্ৰধানমন্ত্ৰী সংগ্ৰহালয়
সমাজ

দিল্লীৰ তিন মূৰ্তি মাৰ্গত ৩০৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত প্ৰধানমন্ত্ৰী সংগ্ৰহালয়

August 21, 2023
ছত্তীশগড়ৰ শক্তি জিলাৰ কাইঠা গাঁৱত অৱস্থিত বিৰাটীয়া বাবা মন্দিৰ
সমাজ

ছত্তীশগড়ৰ শক্তি জিলাৰ কাইঠা গাঁৱত অৱস্থিত বিৰাটীয়া বাবা মন্দিৰ

August 21, 2023
৩০ বছৰতকৈও অধিক সময় ৰাজ পৰিয়ালৰ বাসস্থান আছিল এই ৰাজপ্ৰসাদ
সমাজ

৩০ বছৰতকৈও অধিক সময় ৰাজ পৰিয়ালৰ বাসস্থান আছিল এই ৰাজপ্ৰসাদ

August 19, 2023
সামাজিক মাধ্যমত চৰ্চিত নিৰ্বোধ প্ৰাণীক অত্যাচাৰ কৰি ভাইৰেল হ’ব খোজা এজন যুৱকৰ ভিডিঅ’
সমাজ

সামাজিক মাধ্যমত চৰ্চিত নিৰ্বোধ প্ৰাণীক অত্যাচাৰ কৰি ভাইৰেল হ’ব খোজা এজন যুৱকৰ ভিডিঅ’

August 19, 2023
পাঁচ বছৰীয়া শিশুক লিভাৰ দান তিনি বছৰীয়া শিশুৰ! এহাল পিতৃ-মাতৃৰ সাহসী সিদ্ধান্তই জীৱন দিলে আন এটি শিশুক
সমাজ

পাঁচ বছৰীয়া শিশুক লিভাৰ দান তিনি বছৰীয়া শিশুৰ! এহাল পিতৃ-মাতৃৰ সাহসী সিদ্ধান্তই জীৱন দিলে আন এটি শিশুক

July 20, 2023
৭৪ বছৰীয়া কর্মজীৱনত এদিনৰ বাবেও কৰা নাই ছুটীৰ বাবে অৱেদন , শেহতীয়াকৈ অৱসৰ লোৱা কোন এইগৰাকী মহিলা কর্মচাৰী !
সমাজ

৭৪ বছৰীয়া কর্মজীৱনত এদিনৰ বাবেও কৰা নাই ছুটীৰ বাবে অৱেদন , শেহতীয়াকৈ অৱসৰ লোৱা কোন এইগৰাকী মহিলা কর্মচাৰী !

July 12, 2023
Next Post
লক্ষ্য তেলেংগানা? দিল্লীৰ আবকাৰী নীতিৰ দুৰ্নীতিৰ গোচৰত কেচিআৰ কন্যা কবিতাক চিবিআইৰ চমন

লক্ষ্য তেলেংগানা? দিল্লীৰ আবকাৰী নীতিৰ দুৰ্নীতিৰ গোচৰত কেচিআৰ কন্যা কবিতাক চিবিআইৰ চমন

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • ছীল হ’ল গুৱাহাটীৰ পল্টন বজাৰৰ বিখ্যাত মা কালী হোটেল, গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগানৰ অভিযোগ

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

কোনোবা আইআইটিৰ ডিগ্ৰীধাৰী, আন কোনোবা আকৌ সোণৰ পদকপ্ৰাপক ৷ চন্দ্ৰ অভিযানৰ নায়কসকলৰ শিক্ষাগত অর্হতাও চকুত লগা

October 1, 2023
ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

ধন বিনিয়োগত দৈনিক ১০০০-৫০০০ টকালৈ মুনাফা দিয়াৰ প্ৰস্তাৱ আহিছে নেকি ? সাৱধান হওঁকঃ প্ৰৱঞ্চকে লু্টি নিলে ৮৫৪ কোটি

October 1, 2023
আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7