VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

ৰাজস্থানৰ বিলাসী ৰাজমহলত হ’ব কেটৰীনা-বিকিৰ বিয়া, বলিউদত চলিছে ব্যাপক চৰ্চা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 28, 2021
in মুখ্য সংবাদ, মনোৰঞ্জন
ৰাজস্থানৰ বিলাসী ৰাজমহলত হ’ব কেটৰীনা-বিকিৰ বিয়া, বলিউদত চলিছে ব্যাপক চৰ্চা
0
SHARES
0
VIEWS
Share on FacebookShare on Twitter

বলিউডৰ তাৰকাৰ বিয়া মানেই মহা আয়োজন, সৰ্বত্ৰ চৰ্চা। প্রিয় তাৰকা সকলে ক’ত বিয়া পাতিব, কোন ডিজাইনাৰৰ সাজ- পোছাক,অলংকাৰ পিন্ধিব তাক লৈ অনুৰাগীৰ মাজত দেখা যায় ব্যাপক উৎকণ্ঠা। তেনে এক উৎকণ্ঠাই এতিয়া বিৰাজ কৰিছে বলিউডত। কিয়নো দিন চমু চাপি আহিছে বলিউডৰ অন্যতম আবেদনময়ী অভিনেত্ৰী কেটৰীনা কাইফ আৰু জনপ্রিয় অভিনেতা বিকি কৌশলৰ বিবাহৰ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা তথ্য অনুসৰি অহা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহতে বিয়াত বহিব এই দুই তাৰকা । ইতিমধ্যে বিবাহৰ বাবে সাজু কৰা হৈছে ৰাজস্থানৰ এটা বিলাসী ৰাজমহল। প্ৰাপ্ত তথ্য অনুসৰি  ৰাজস্থানৰ ছৱাই মধুপুৰৰ চিক্স চেন্স ৰিজৰ্ট বৰৱাৰাত অনুষ্ঠিত হব দুই তাৰকাৰ ৰাজকীয় বিয়া। ১৪ শতিকাৰ এই ৰাজমহলৰ গৰাকী হৈছে ৰাজ পৰিয়াল। সম্প্ৰতি এই মহলতো ৰিজৰ্ট আৰু স্পা চেণ্টাৰলৈ পৰিণত কৰা হৈছে। অৱশ্যে  ইয়াত কেৱল পৰম্পৰাগত ৰীতি নীতি সম্পন্ন কৰা হ’বনে বিয়াৰ ব্যয়বহুল অভ্যৰ্থনাও অনুষ্ঠিত হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। জানিব পৰা মতে কেটৰীণাৰ বিয়াৰ সাজ প্ৰস্তুত কৰিব বিখ্যাত ডিজাইনাৰ সব্যসাঁচীয়ে।

Previous Post

আমাক বৃদ্ধাশ্ৰম লাগে

Next Post

দেশৰ চাৰিখনকৈ প্ৰধান মহানগৰত বৰ্তমান সময়ত সোণৰ দাম

Related Posts

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?
মুখ্য সংবাদ

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
কংগনা ৰাণাৱটৰ ছবি ‘ঢাকড়’ৰ ৮ম দিনত সংগ্ৰহ ৪৪২০ টকা
মনোৰঞ্জন

কংগনা ৰাণাৱটৰ ছবি ‘ঢাকড়’ৰ ৮ম দিনত সংগ্ৰহ ৪৪২০ টকা

May 28, 2022
দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড
মুখ্য সংবাদ

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড

May 28, 2022
লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত
মুখ্য সংবাদ

লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ
মুখ্য সংবাদ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
‘মোৰ ছোৱালীয়ে তাইৰ মহিলা বন্ধুৰ সৈতে থাকিব বিচাৰিছিল’
মনোৰঞ্জন

‘মোৰ ছোৱালীয়ে তাইৰ মহিলা বন্ধুৰ সৈতে থাকিব বিচাৰিছিল’

May 27, 2022
Next Post
দেশৰ চাৰিখনকৈ প্ৰধান মহানগৰত বৰ্তমান সময়ত সোণৰ দাম

দেশৰ চাৰিখনকৈ প্ৰধান মহানগৰত বৰ্তমান সময়ত সোণৰ দাম

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7