VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

লাৰ্ছেন এণ্ড টাৰ্বো কোম্পানীৰ বিশেষ পদক্ষেপে মহিলাৰ বাবে কঢ়িয়াই আনিছে আশাৰ বতৰা

শিৱানী বৰা by শিৱানী বৰা
November 11, 2021
in মুখ্য সংবাদ, অভিমত
লাৰ্ছেন এণ্ড টাৰ্বো কোম্পানীৰ বিশেষ পদক্ষেপে মহিলাৰ বাবে কঢ়িয়াই আনিছে আশাৰ বতৰা
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

লাৰ্ছেন এণ্ড টাৰ্বো কোম্পানীয়ে শেহতীয়াকৈ মহিলাৰ বাবে আবেদন মুকলি কৰিছে। যিসকল মহিলাই কিবা কাৰণত কেৰিয়াৰ আধাতে সামৰি লগীয়া হৈছিল, তেনে মহিলাক সুযোগ প্ৰদান কৰিবলৈ আবেদন মুকলি কৰিছে। বৰ্তমান সময়ত লাৰ্ছেন এণ্ড টাৰ্বো কোম্পানীৰ এই পদক্ষেপ অতি প্ৰশংসনীয়।

আমাৰ সমাজত এগৰাকী মহিলাৰ কৰ্ম জীৱন অতি প্ৰত্যাহ্বানমূলক। ঘৰুৱা, সামাজিক বাধা নেওচি শিক্ষা গ্ৰহণ কৰিলেও কৰ্ম জীৱন বৰ সহজ নহয়। বহু মহিলাই ভাল পদবীৰে কৰ্ম জীৱন আৰম্ভ কৰাৰ পিছত সমাজ, ঘৰুৱা পৰিবেশ, পৰিস্থিতিৰ কবলত পৰি কৰ্ম জীৱনৰ সামৰণি পৰে। 

মাতৃত্ব নাৰীৰ জীৱনৰ আশীৰ্বাদ বুলি কোৱা হয়। কিন্তু এই মাতৃত্বৰ বাবেই বহুতো মহিলাৰ কেৰিয়াৰ ধ্বংস হয়, এই অপ্ৰিয় সত্যটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে। বহুতো মহিলাই সন্তান লালন পালন কৰি পুনৰ কৰ্ম জীৱন আৰম্ভ কৰিম বোলা কথাষাৰ বাস্তৱত বৰ সহজ নহয়। চাকৰিৰ ক্ষেত্ৰত প্ৰতিযোগিতা বৃদ্ধি পোৱাৰ লগতে কেৰিয়াৰ গেপ দিয়া লোকক নিযুক্তি দিবলৈও প্ৰতিষ্ঠানসমূহে আগ্ৰহ প্ৰকাশ নকৰে। 

ইয়াৰ উপৰিও এগৰাকী কৰ্মৰত মহিলাৰ প্ৰতি সমাজৰ দৃষ্টি আজিও ধনাত্মক নহয়। পুনৰ কৰ্ম জীৱন আৰম্ভ কৰিবলৈ ইচ্ছুক মহিলাসকলক সমাজৰ ঋণাত্মক চিন্তা ধাৰাৰ মানুহবোৰে প্ৰভাব পেলায়। ফলত বাধাৰ সন্মুখীন হয়।

এনে প্ৰত্যাহ্বানমূলক সময়তে লাৰ্ছেন এণ্ড টাৰ্বোৰ পদক্ষেপে মহিলাসকলৰ মনত সাহস দিব। বহুতো মহিলাই পুনৰ কৰ্মজীৱনৰ আৰম্ভণি কৰি আত্মনিৰ্ভৰশীল হৈ স্বাধীনচিতীয়া জীৱন উদযাপন কৰিব পাৰিব। 

 

Previous Post

বিৰছা মুণ্ডাৰ জন্মদিনক জনজাতীয় গৌৰৱ দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ

Next Post

আপুনি আচৰিত নহৈ নোৱাৰিব যে যোৱা ৭০ বছৰ ধৰি বিশ্বৰ এইখন চহৰত মৃত্যু হোৱা নাই কোনো ব্যক্তিৰ

Related Posts

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন
মুখ্য সংবাদ

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু
মুখ্য সংবাদ

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো
মুখ্য সংবাদ

১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো

June 8, 2023
নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
মুখ্য সংবাদ

নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

June 8, 2023
হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক
মুখ্য সংবাদ

হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক

June 8, 2023
দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!
মুখ্য সংবাদ

দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!

June 8, 2023
Next Post
আপুনি আচৰিত নহৈ নোৱাৰিব যে যোৱা ৭০ বছৰ ধৰি বিশ্বৰ  এইখন চহৰত মৃত্যু হোৱা নাই কোনো ব্যক্তিৰ

আপুনি আচৰিত নহৈ নোৱাৰিব যে যোৱা ৭০ বছৰ ধৰি বিশ্বৰ এইখন চহৰত মৃত্যু হোৱা নাই কোনো ব্যক্তিৰ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7