VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

জলাতংকা ৰোগৰ বিনামূলীয়া টীকাকৰণ আঁচনিৰ শুভাৰম্ভণি

উন্নতমানৰ পশু চিকিৎসাৰ প্ৰতি দায়বদ্ধ চৰকাৰ : মনোজ শইকীয়া

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 10, 2023
in মুখ্য সংবাদ
জলাতংকা ৰোগৰ বিনামূলীয়া টীকাকৰণ আঁচনিৰ শুভাৰম্ভণি
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

সোনাপুৰ ১০ মে : উন্নত মানৰ পশু চিকিৎসাৰ জৰিয়তে পশুপালক সকলক উপকৃত কৰিবলৈ দায়বদ্ধ ৰাজ্য চৰকাৰ । ইযাৰ বাবে বিভিন্ন আঁচনিৰ জৰিয়তে পশুপালন ক্ষেত্ৰখনক আগবঢ়াই নিবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই। আজি সোনাপুৰৰ ডিমৰীয়াত অনুষ্ঠিত জলাতংক ৰোগৰ বিনামূলীয়া টীকাকৰণ আঁচনিৰ শুভাৰম্ভ কৰি অধ্যক্ষ শইকীয়াই কয় যে জলাতংক ৰোগ এবিধ মাৰাত্মক বিষানুজনিত ৰোগ ।এই ৰোগৰ সঠিক চিকিৎসা নাই যদিও প্ৰতিষেধক আৰু প্ৰতিৰোধ হৈছে একমাত্ৰ বিকল্প। এই ৰোগৰ ৯৬ শতাংশ ৰোগ কুকুৰে কামোৰাৰ ফলতে মানুহৰ দেহলৈ সংক্ৰমিত হয় ।ৰাজ্যখনত এই ৰোগ প্ৰতিৰোধৰ বাবে বিভাগে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ সহযোগত ২৫ খন জিলাক সামৰি প্ৰথম পৰ্যায়ত ৩৮,৫০০ পালি ছিটা প্ৰদানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে । অধ্যক্ষ শইকীয়াই লগতে কয় যে ,পশুপালন ক্ষেত্ৰখন সাম্প্ৰতিক সময়ৰ সকলোতকৈ সম্ভাৱনাপূৰ্ণ ক্ষেত্ৰ । ৰাজ্যখনত প্ৰতিদিনে যুবক যুবতী সকলে এই ক্ষেত্ৰখনৰ জৰিয়তে অৰ্থনৈতিক ভাবে স্বাবলম্বী হবলৈ আৰু ৰাজ্যখনক অৰ্থনৈতিক ভাবে শক্তিশালী কৰিবলৈ মন বান্ধিছে। ফলত ৰাজ্যত উৎপাদন বৃদ্ধি পাইছে ।চৰকাৰী আঁচনিৰ সফল ব্যৱহাৰ আৰু খৰতকীয়া ৰূপায়ন বাবে এই ক্ষেত্ৰখনৰ গ্ৰহনযোগ্যতা জনসাধাৰণে উপলদ্ধি কৰা বুলিও মতপোষণ কৰে ।বিভাগৰ তৰফৰ পৰা তৃণমূল পৰ্য্যায়ত আন্ত গাঁঠনিৰ পুনৰ নিৰ্মাণ, পশু চিকিৎসলযৰ আধুনিকীকৰণ, পশু চিকিৎসক, ক্ষেত্ৰ সহায়ক পদত নিযুক্তি দিয়াৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও উল্লেখ কৰে অধ্যক্ষ শইকীয়াই। অনুষ্ঠানত বিভাগৰ সচিব তথা সঞ্চালক ইন্দিৰা কলিতা ,যুটীয়া সচিব ড৹ আশ্ৰাফুল আমিন প্ৰমুখ্য উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে । আজিৰে পৰা ৰাজ্যখনৰ পচিশ খন জিলাত এই অভিযান আৰম্ভ কৰা হয় ।

Previous Post

হোৱাটছএপ কলেৰে প্ৰৱঞ্চিত হৈছে নেকি ? এই তিনিটা নম্বৰৰ পৰা ফোন গ্ৰহণ নকৰিবলৈ পৰামর্শ হোৱাটছএপৰ

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী
মুখ্য সংবাদ

মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী

September 22, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7