VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

হোৱাটছএপ কলেৰে প্ৰৱঞ্চিত হৈছে নেকি ? এই তিনিটা নম্বৰৰ পৰা ফোন গ্ৰহণ নকৰিবলৈ পৰামর্শ হোৱাটছএপৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 10, 2023
in মুখ্য সংবাদ
হোৱাটছএপ কলেৰে প্ৰৱঞ্চিত হৈছে নেকি ? এই তিনিটা  নম্বৰৰ পৰা ফোন গ্ৰহণ নকৰিবলৈ পৰামর্শ হোৱাটছএপৰ
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

হোৱাটছএপ কলৰ জৰিয়তে প্ৰৱঞ্চনাৰ সন্মুখীন হৈছে নেকি ?  এই অভিযোগ লাভ কৰাৰ পাছতে হোৱাটছএপৰ নিয়ন্ত্ৰক সংস্থা মেটাই এই সমস্যা সমাধানৰ বাবে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে গ্ৰাহকসকলক তিনিটা নম্বৰৰ পৰা ফোন নল’বলৈ পৰামৰ্শ দিয়া হৈছে। ইয়াৰ উপৰিও নম্বৰটো ‘ব্লক’ কৰি সংস্থাটোক ‘ৰিপ’ৰ্ট’ কৰিবলৈও পৰামৰ্শ দিয়া হৈছে।

 

তদন্তত মেটা অৱগত হয় যে গ্ৰাহকক মূলতঃ আন্তঃৰাষ্ট্ৰীয় কল (আই এছ ডি)ৰ জৰিয়তে প্ৰতাৰণা কৰা হৈছে। হোৱাটছএপৰ বৃহৎ সংখ্যক গ্ৰাহকৰ কথা মনত ৰাখি একাংশক বিপথে পৰিচালিত কৰি ধন আদায় কৰা হৈছে। মালয়েছিয়া, কেনিয়া, ভিয়েটনাম আৰু ইথিওপিয়াত প্ৰৱঞ্চনা বেছিকৈ দেখা যায়। বহু গ্ৰাহকে এদিনৰ ভিতৰতে ভুৱা নম্বৰৰ পৰা ফোন লাভ কৰিছে ৷

 

হোৱাটছএপ কৰ্তৃপক্ষৰ পৰামৰ্শ, যদি নম্বৰটো ৮৪, ৬২ আৰু ৬০ ৰে আৰম্ভ হয় তেন্তে সেই ফোন কেতিয়াও গ্ৰহণ নকৰিব ৷ নম্বৰটো কাটি ব্লক কৰক। বহু গ্ৰাহকে অৱশ্যে নম্বৰটো ব্লক কৰাৰ পিছতো বহু ভুৱা ফোন অহাৰ বাতৰি প্ৰকাশ কৰিছে। হোৱাটছএপ কৰ্তৃপক্ষই জনোৱা মতে, গ্ৰাহকৰ সুৰক্ষা তেওঁলোকৰ বাবে অগ্ৰাধিকাৰৰ বিষয় হৈ পৰিছে। এই ক্ষেত্ৰতো সকলো সমস্যা সমাধান হ’ব।

Previous Post

যৌন নিৰ্যাতনৰ দোষী সাব্যস্ত ড’নাল্ড ট্ৰাম্প, মানহানিৰ অপৰাধত ৫ লাখ ডলাৰ জৰিমনা

Next Post

জলাতংকা ৰোগৰ বিনামূলীয়া টীকাকৰণ আঁচনিৰ শুভাৰম্ভণি

Related Posts

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন
মুখ্য সংবাদ

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏
মুখ্য সংবাদ

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো
মুখ্য সংবাদ

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ
মুখ্য সংবাদ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান
মুখ্য সংবাদ

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ
মুখ্য সংবাদ

কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ

December 8, 2023
Next Post
জলাতংকা ৰোগৰ বিনামূলীয়া টীকাকৰণ আঁচনিৰ শুভাৰম্ভণি

জলাতংকা ৰোগৰ বিনামূলীয়া টীকাকৰণ আঁচনিৰ শুভাৰম্ভণি

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7