VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মধ্যপ্ৰদেশত জনজাতীয় নাৰীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাক লৈ কুৰুক্ষেত্ৰত , ক্ষুব্ধ লোকৰ আক্ৰমণত আহত ১৩ জন আৰক্ষী জোৱান

voicedesk by voicedesk
March 16, 2023
in মুখ্য সংবাদ
মধ্যপ্ৰদেশত জনজাতীয় নাৰীক ধৰ্ষণ কৰি  হত্যা কৰা ঘটনাক লৈ কুৰুক্ষেত্ৰত , ক্ষুব্ধ লোকৰ আক্ৰমণত আহত  ১৩ জন আৰক্ষী জোৱান
0
SHARES
31
VIEWS
Share on FacebookShare on Twitter

মধ্যপ্ৰদেশৰ ইন্দোৰৰ মাউ নামৰ অঞ্চলত এগৰাকী জনজাতীয় মহিলাক ধৰ্ষণ আৰু হত্যা কৰা  ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবীত বুধবাৰে নিশা বৰগোণ্ডা আৰক্ষী থানা ঘেৰাও কৰে জনজাতীয় লোকে। আৰক্ষীয়ে তেওঁলোকক আতৰাই পঠিয়াবলৈ চেষ্টা কৰাৰ লগে লগে পৰিস্থিতি উত্তপ্ত হৈ পৰে। অভিযোগ অনুসৰি আৰক্ষীক লক্ষ্য কৰি তেওঁলোকে  ইটা-শিল নিক্ষেপ কৰে ৷ আনকি কেইবাখনো আৰক্ষীৰ গাড়ীও ভাঙি পেলোৱা হয়। এই আক্ৰমণত ১৩ জন আৰক্ষী আহত হয়।

 

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেই স্থানত উপস্থিত হয় বৃহৎ আৰক্ষী বাহিনী। আৰক্ষীয়ে শূণ্যলৈ  গুলীচালনা কৰি প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়ে। বৰগোণ্ডা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধৰ্মেন্দ্ৰ ঠাকুৰে জানিবলৈ দিয়া মতে, কন্দুৱা গেছো নিক্ষেপ কৰা হৈছে ৷ স্থানীয় বাসিন্দাসকলে দাবী কৰিছে যে আৰক্ষীৰ গুলীত মৃত্যু হৈছে এজন স্থানীয় লোকৰ । অৱশ্যে এই মৃত্যুৰ কথা অস্বীকাৰ কৰে আৰক্ষীয়ে। ৰাজ্যৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই এই ঘটনা সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে। বৃহস্পতিবাৰে পুৱা মহিলাগৰাকীৰ পৰিয়ালকো সাক্ষাৎ কৰে।

 

আৰক্ষীৰ সূত্ৰ অনুসৰি বুধবাৰে সন্ধিয়া ঘৰৰ সন্মুখত এগৰাকী জনজাতীয় মহিলাৰ মৃতদেহ উদ্ধাৰ কৰা হয়। অভিযোগ অনুসৰি, মহিলাগৰাকীক অপহৰণ কৰি ধৰ্ষণ কৰিছিল পাটিদাৰ সম্প্ৰদায়ৰ এজন লোকে। ইয়াৰ পিছত তেওঁলোকে তেওঁক হত্যা কৰি ঘৰৰ সন্মুখত পেলাই দিয়ে। মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবীত আদিবাসীয়ে থানা ঘেৰাও কৰে। মহিলাগৰাকীয়ে মৃতদেহ লগত লৈ  থানাৰ সন্মুখত স্থানীয় লোকসকলে প্ৰতিবাদ সাৱ্যস্ত কৰে ৷  আৰক্ষীয়ে তেওঁলোকক আঁতৰাবলৈ চেষ্টা কৰোতেই বৰগোণ্ডা থানা এলেকাটো যুদ্ধক্ষেত্ৰলৈ পৰিণত হয় ৷

Previous Post

২৫ মার্চত লালু-তনয় তেজস্বী হাজিৰ হ’ব লাগিব চিবিআইৰ ওচৰত , দিল্লী উচ্চ ন্যায়ালয়ৰ নির্দেশ

Next Post

অৰুণাচলত দুর্ঘটনাত পতিত সেনাৰ চিতা হেলিকপ্টাৰ, উদ্ধাৰ অভিযান আৰম্ভ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
অৰুণাচলত দুর্ঘটনাত পতিত সেনাৰ চিতা হেলিকপ্টাৰ, উদ্ধাৰ অভিযান আৰম্ভ

অৰুণাচলত দুর্ঘটনাত পতিত সেনাৰ চিতা হেলিকপ্টাৰ, উদ্ধাৰ অভিযান আৰম্ভ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7