VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

তিনি দশকৰ শত্ৰুতা পাহৰি ‘মেইটেই আগ্ৰাসন’ ৰোধ কৰিবলৈ নগাৰ কাষ চাপিলে কুকি

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 9, 2023
in মুখ্য সংবাদ
তিনি দশকৰ শত্ৰুতা পাহৰি ‘মেইটেই আগ্ৰাসন’ ৰোধ কৰিবলৈ নগাৰ কাষ চাপিলে কুকি
0
SHARES
47
VIEWS
Share on FacebookShare on Twitter

মেইটেইক বাধা দিবলৈ এইবাৰ নগা সংগঠনৰ কাষ চাপিছে মণিপুৰৰ কুকিসকল ৷  দীঘলীয়া তিনিটা দশকৰ ৰক্তাক্ত শত্ৰুতাৰ ইতিহাস পাহৰি  মণিপুৰৰ শীৰ্ষ নগা সংগঠন ‘ইউনাইটেড নগা কাউন্সিল’ (ইউএনচি)ৰ আহ্বানত নগা অধ্যুষিত অঞ্চলত ৯ আগষ্টত আয়োজন কৰা  গণ সভালৈ  কুকি সামাজিক সংগঠনৰ যৌথ মঞ্চ ‘কুকি ইনপি’ই সমৰ্থন জনাইছে।

 

 

১৯৯২ চনত নগা আৰু কুকি নামৰ দুই জনগোষ্ঠীয় সম্প্ৰদায়ৰ মাজত ৰক্তাক্ত সংঘাতৰ সৃষ্টি হৈছিল । আজিৰ মণিপুৰৰ দৰে সেই হিংসাত হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছিল। কেইবা হাজাৰ লোক স্থানচ্যুত হৈছিল। যদিও সেই সংঘাত ১৯৯৭ চনত শেষ হৈছিল, তথাপিও তেওঁলোকৰ সম্পৰ্ক স্বাভাৱিক নহয়। উখৰুল, সেনাপতিৰ দৰে নগা প্ৰধান অঞ্চলবোৰ মেইটেইৰ দৰেই কুকিসকলৰ বাবেও প্ৰৱেশ নিষিদ্ধ ৷

 

 

এনে পৰিস্থিতিত কুকি ইনপিৰ এই পদক্ষেপক একাংশ ৰাজনৈতিক আৰু সামাজিক বিশ্লেষকে ‘উল্লেখযোগ্য’ বুলি গণ্য কৰে। মণিপুৰৰ আদিবাসী মেইটেই হিন্দু কিন্তু নগা আৰু কুকি খ্ৰীষ্টান। যদিও দুয়োটা সম্প্ৰদায়ৰ পৃথক গীৰ্জা আছে। শেহতীয়াকৈ মণিপুৰত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিত কেইবাটাও কুকি-জো গীৰ্জাত আক্ৰমণ কৰা হৈছিল যদিও নগা চহৰৰ টাংখুল গীৰ্জা কোনো ক্ষতি হোৱা নাছিল। নগা উগ্ৰপন্থী সংগঠন এন এছ চি এন (আই এম) আৰু কেন্দ্ৰৰ মাজত হোৱা  চুক্তিৰ ভিত্তিত নগা সমস্যাৰ ৰাজনৈতিক সমাধানৰ দাবীত গণ সমাৱেশৰ আহ্বান জনাইছে ইউ এন চিয়ে। কুকি সংগঠনসমূহে দীৰ্ঘদিন ধৰি নগাসকলৰ এই দাবীৰ বিৰোধিতা কৰি আহিছে যদিও এইবাৰ ইয়াৰ ব্যতিক্ৰম হ’ল।

Previous Post

আগন্তুক পাঁচ বছৰলৈ ৰাজনীতিৰ পৰা নিৰ্বাসিত ইমৰাণ খান, ঘোষণা পাকিস্তানৰ নিৰ্বাচন আয়োগৰ

Next Post

পেটৰ বিষৰ বাবে চিকিৎসালয়লৈ অহা মহিলাৰ পেটৰ পৰা উলিয়ালে ১৫ কিলোগ্ৰামৰ টিউমাৰ,ইন্দোৰৰ চিকিৎসকৰ সাফল্য

Related Posts

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন
মুখ্য সংবাদ

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏
মুখ্য সংবাদ

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো
মুখ্য সংবাদ

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ
মুখ্য সংবাদ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান
মুখ্য সংবাদ

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ
মুখ্য সংবাদ

কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ

December 8, 2023
Next Post
পেটৰ বিষৰ বাবে চিকিৎসালয়লৈ অহা  মহিলাৰ  পেটৰ পৰা উলিয়ালে ১৫ কিলোগ্ৰামৰ টিউমাৰ,ইন্দোৰৰ চিকিৎসকৰ সাফল্য

পেটৰ বিষৰ বাবে চিকিৎসালয়লৈ অহা মহিলাৰ পেটৰ পৰা উলিয়ালে ১৫ কিলোগ্ৰামৰ টিউমাৰ,ইন্দোৰৰ চিকিৎসকৰ সাফল্য

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7