VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কোনে হত্যা কৰিলে লখিমীনগৰৰ মিলন চেত্ৰীক

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 23, 2021
in মুখ্য সংবাদ
কোনে হত্যা কৰিলে লখিমীনগৰৰ মিলন চেত্ৰীক
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

অপৰাধীৰ ৰম্যভুমিত পৰিণত হৈছে ৰাজ্যৰ ৰাজধানী চহৰ ৷ চুৰি-ডকাইতি, হত্যাকাণ্ডৰ ঘটনাই নিতৌ  জোকাৰি গৈছে মহানগৰী ৷ এইবাৰ হাতীগাৱঁৰ লখিমীনগৰৰ এটা বাসগৃহত এজন লোকৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা  অনুসৰি মৃতদেহ উদ্ধাৰ হোৱা লোকজনৰ নাম হৈছে মিলন চেত্ৰী ৷ লখিমীনগৰৰ চিন্ময় পথৰ এটা বাসগৃহত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছে ৷ বিগত প্ৰায় ২০ বছৰ ধৰি উক্ত বাসগৃহটোত তেওঁ কেয়াৰ টেকাৰ হিচাপে বাস কৰি আহিছিল ৷ কালি বাসগৃহটোৰ পৰা দূর্গন্ধ ভাহি অহাত ওচৰৰ লোকসকলে আৰক্ষীক খবৰ দিয়ে ৷ পাছত আৰক্ষী আহি  ঘৰটোৰ তলা ভাঙি চোৱাত মিলন চেত্ৰীৰ মৃতদেহ প্ৰত্যক্ষ কৰে ৷ লগে লগে অঞ্চলটোত হুৱাদুৱা লাগে ৷ ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটোত আঘাতৰ চিন প্ৰত্যক্ষ কৰিছে ৷ যাৰ বাবে কোনো লোকে তেওঁক হত্যা কৰা বুলি সন্দেহ অধিক ঘনীভূত হৈ পৰিছে ৷ লখিমীনগৰত চাহৰ দোকান দি পেট প্ৰৱর্তন কৰা মিলনক কোনে কিয় হত্যা কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱর্তত ৷ জানিব পৰা মতে ঘৰটোত অকলে বাস কৰিছিল মিলন চেত্ৰীয়ে ৷ প্ৰায় ৫ বছৰমান পূর্বে তেওঁক পত্নীয়ে এৰি থৈ গৈছিল  বুলি ওচৰ চুবুৰীয়াই প্ৰকাশ কৰিছে ৷ অবশ্যে তেওঁৰ পুত্ৰ- কন্যাই ধন বিছাৰি নির্যাতন চলাইচিল বুলিও জানিব পৰা গৈছে ৷ এয়া প্ৰকৃতার্থত এক হত্যাকাণ্ড নে আত্মহত্যা তাৰ তদন্ত অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে৷

Previous Post

অসমৰ কোন জন নেতাৰ নামত উদযাপিত হয় শ্ৰমিক কল্যাণ দিৱস?

Next Post

চীনত জন্মৰ হাৰ এইবাৰ ১ শতাংশলৈ নিম্নগামী

Related Posts

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী
মুখ্য সংবাদ

মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী

September 22, 2023
Next Post
চীনত জন্মৰ হাৰ এইবাৰ ১ শতাংশলৈ নিম্নগামী

চীনত জন্মৰ হাৰ এইবাৰ ১ শতাংশলৈ নিম্নগামী

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7