VOICE 24x7
Wednesday, August 17, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
June 29, 2022
in মুখ্য সংবাদ
নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

অম্বুবাচীৰ সময়তে নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত নিজ ভেলেউগুৰি নামঘৰত দুৰ্বৃত্তই নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড কৰি ভাগৱত পুথি জ্বলাই দিয়াৰ লগতে নামঘৰৰ মণিকূটৰ ভিতৰত থকা দুপদ সোণৰ ফুলি,তিনি পদ ৰূপৰ ফুলি আৰু কেইবাশ টকা লুট কৰি নিয়ে । ঘটনা পোহৰলৈ অহাৰ পাছতে চামগুৰি অঞ্চলত ব্যাপক সৃষ্টি হৈছে । প্ৰাপ্ত বাতৰি মতে ২২জুনৰ দিনা অম্বুবাচীৰ বাবে আন মন্দিৰৰ দৰে চামগুৰিৰ ভেলেউগুৰিৰ এই নামঘৰটোৰো দুৱাৰ বন্ধ কৰি দিয়া হয় ।

অম্বুবাচীৰ নিবৃত্তিৰ দিনা (২৬ জুন) নামঘৰটোৰ নামঘৰীয়া তিলক বৰাই পুৱা ৯ বজাত নামঘৰত প্ৰৱেশ কৰি হতবাক হৈ পৰে । নামঘৰীয়া বৰাই নামঘৰ পৰিষ্কাৰ কৰিবলৈ আহি দেখা পাই ছাঁইৰ দ’ম । বৰাই লগে লগে গাঁৱৰ ৰাইজক খবৰ দিয়ে । ৰাইজে আৰক্ষীক অৱগত কৰাত আৰক্ষী উপস্থিত হয় । ভেলেউগুৰিৰ স্থানীয় ৰাইজে জনোৱা মতে অম্বুবাচীৰ সময়ত দুৰ্বৃত্তই নামঘৰটোত প্ৰবেশ কৰি ভাগৱত পুথিৰ লগতে অন্যান্য পুথিৰ লগতে ধৰ্মীয় পুথি মন্দিৰৰ পৰা কিছু নিলগত পুৰি জ্বলাই দিয়ে ।

পুথিৰ ওপৰত নামঘৰ পৰিষ্কাৰ কৰা ঝাড়ুও জাপি দিয়ে । মণিকূটৰ সিংহাসনৰ কাপোৰ লণ্ড-ভণ্ড কৰি সিংহাসনখনো জ্বলাই দিবলৈ অপচেষ্টা কৰে । উল্লেখ্য যে চলিত বৰ্ষৰ এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহত চামগুৰি সমষ্টিৰ খাটোৱাল আৰক্ষী থানাৰ অন্তৰ্গত সুতাৰগাঁৱৰ নামঘৰৰ সন্মুখত প্ৰতিষ্ঠা কৰা দুটা গৰুড় পক্ষীৰ মূৰ্তি দুটা আৰু সিংহাসনত অগ্নিসংযোগ কৰাৰ ঘটনা সংঘটিত হৈছিল ।

Previous Post

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

Next Post

ছডিয়াম ,পটাচিয়াম ,কেলচিয়াম, ফাইবাৰ আৰু প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ থকা কৰ্দৈৰ বিষয়ে জানো আহকচোন

Related Posts

ৰোহিংগীয়া শৰণার্থীক আশ্ৰয় দিব কেন্দ্ৰীয় চৰকাৰে, দিল্লীত দিয়া হ’ব ফ্লেট, সুৰক্ষাকে ধৰি থাকিব সকলো সুবিধা
মুখ্য সংবাদ

ৰোহিংগীয়া শৰণার্থীক আশ্ৰয় দিব কেন্দ্ৰীয় চৰকাৰে, দিল্লীত দিয়া হ’ব ফ্লেট, সুৰক্ষাকে ধৰি থাকিব সকলো সুবিধা

August 17, 2022
গুৱাহাটী মহানগৰীৰ জালুকবাৰীত জব্দ ৩০ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী  , ২ জন আটক
মুখ্য সংবাদ

গুৱাহাটী মহানগৰীৰ জালুকবাৰীত জব্দ ৩০ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী , ২ জন আটক

August 17, 2022
স্বাধীনতা দিৱসত মোডী চৰকাৰক আহ্বান জনাই  কি ক’লে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জীয়ৰীয়ে ?
মুখ্য সংবাদ

স্বাধীনতা দিৱসত মোডী চৰকাৰক আহ্বান জনাই কি ক’লে নেতাজী সুভাষ চন্দ্ৰ বসুৰ জীয়ৰীয়ে ?

August 17, 2022
চিকিৎসালয়লৈ যাবলৈ নাই পথ, মাতৃৰ সন্মুখতে মৃত্যু ঘটিল যমজ সন্তানৰ
মুখ্য সংবাদ

চিকিৎসালয়লৈ যাবলৈ নাই পথ, মাতৃৰ সন্মুখতে মৃত্যু ঘটিল যমজ সন্তানৰ

August 17, 2022
হাজোত লোমহৰ্ষক ঘটনা ! যৌতুকৰ বাবেই  গৰ্ভৱতী পত্নীক হত্যা  স্বামীৰ
মুখ্য সংবাদ

হাজোত লোমহৰ্ষক ঘটনা ! যৌতুকৰ বাবেই গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ

August 16, 2022
এইবাৰ বেজীৰ সলনি নাকেৰে দিয়া হ’ব কৰ’ণাৰ বুষ্টাৰ ড’জ
মুখ্য সংবাদ

এইবাৰ বেজীৰ সলনি নাকেৰে দিয়া হ’ব কৰ’ণাৰ বুষ্টাৰ ড’জ

August 16, 2022
Next Post
ছডিয়াম ,পটাচিয়াম ,কেলচিয়াম, ফাইবাৰ আৰু প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ থকা কৰ্দৈৰ বিষয়ে জানো আহকচোন

ছডিয়াম ,পটাচিয়াম ,কেলচিয়াম, ফাইবাৰ আৰু প্ৰচুৰ পৰিমাণে ভিটামিন 'চি' থকা কৰ্দৈৰ বিষয়ে জানো আহকচোন

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সূৰ্যৰ মৃত্যু হ’লে  কি হ’ব পৃথিৱীৰ?

সূৰ্যৰ মৃত্যু হ’লে কি হ’ব পৃথিৱীৰ?

August 17, 2022
অসমৰ এগৰাকী  স্বনামধন্য কবি, ঔপন্যাসিক ৰীতা চৌধুৰীৰ আজি ওপজা দিন

অসমৰ এগৰাকী  স্বনামধন্য কবি, ঔপন্যাসিক ৰীতা চৌধুৰীৰ আজি ওপজা দিন

August 17, 2022
ৰোহিংগীয়া শৰণার্থীক আশ্ৰয় দিব কেন্দ্ৰীয় চৰকাৰে, দিল্লীত দিয়া হ’ব ফ্লেট, সুৰক্ষাকে ধৰি থাকিব সকলো সুবিধা

ৰোহিংগীয়া শৰণার্থীক আশ্ৰয় দিব কেন্দ্ৰীয় চৰকাৰে, দিল্লীত দিয়া হ’ব ফ্লেট, সুৰক্ষাকে ধৰি থাকিব সকলো সুবিধা

August 17, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7