VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এমাহ পূর্বে ৯/১১ আক্ৰমণৰ বিষয়ে এমাহ পূর্বে জানিও ব্যৱস্থা লোৱা নাছিল তেতিয়াৰ ৰাষ্ট্ৰপতি জর্জ বুশ্বে, শেহতীয়া প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 2, 2022
in মুখ্য সংবাদ
এমাহ পূর্বে ৯/১১ আক্ৰমণৰ বিষয়ে এমাহ পূর্বে জানিও ব্যৱস্থা লোৱা নাছিল তেতিয়াৰ ৰাষ্ট্ৰপতি জর্জ বুশ্বে, শেহতীয়া প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাৰ ৯/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণে সমগ্ৰ বিশ্বজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি  কৰিছিল ৷ দেশখনৰ ইতিহাসতে এই আক্ৰমণ জঘন্য হিচাপে বিবেচিত হৈছিল ৷ কিন্তু আশ্চর্য্যজনকভাৱে এই আক্ৰমণৰ তথ্য এমাহ আগতে লাভ কৰিছিল তেতিয়াৰ ৰাষ্ট্ৰপতি জর্জ বুশ্বে ৷ তৎসত্বেও ৰাষ্ট্ৰপতি গৰাকীয়ে সেই সময়ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷ আমেৰিকাৰ আগশাৰীৰ সংবাদমাধ্যম চিএনএনে এক তদন্তমূলক প্ৰতিবেদন এই তথ্য প্ৰকাশ পাইছে ৷

প্ৰকাশিত প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ২০০৪ চনৰ এপ্ৰিল মাহৰ কিছুমান চৰকাৰী নথি-পত্ৰৰ কথা উল্লেখ কৰা হৈছে। তেওঁলোকে ​​দাবী কৰা অনুসৰি হোৱাইট হাউছৰ তেতিয়াৰ বাসিন্দাগৰাকীক কমেও এমাহ পূৰ্বে চোৰাংচোৱা সূত্ৰই আল কায়দাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে খবৰ দিছিল। কিন্তু সমগ্ৰ বিষয়টো গম পোৱাৰ পিছত তেওঁ আচৰিত ধৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷

ইুআৰ পূর্বে ২০০৪ চনত আমেৰিকাৰ এটা সংবাদমাধ্যমে  দাবী কৰিছিল যে বুশ্বৰ হাতত ৯/১১ৰ আক্ৰমণৰ বিষয়ে আগতীয়া তথ্য আছিল ৷ বাতৰিটোত দাবী কৰা হৈছিল যে ২০০১ চনৰ ৬ আগষ্টত আমেৰিকাৰ চোৰাংচোৱা সংস্থা চিআইএই বুশ্বক ওছামা বিন লাডেনৰ বিধ্বংসী পৰিকল্পনাৰ বিষয়ে ‘অৱগত’ কৰিছিল। কিন্তু এই কথা জানিও বুশ্বে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

কেলিফৰ্ণিয়াত গ্ৰেপ্তাৰ পাঞ্জাৱী গায়ক মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডি ব্ৰাৰ

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
কেলিফৰ্ণিয়াত গ্ৰেপ্তাৰ পাঞ্জাৱী গায়ক মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডি ব্ৰাৰ

কেলিফৰ্ণিয়াত গ্ৰেপ্তাৰ পাঞ্জাৱী গায়ক মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডি ব্ৰাৰ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7