VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কেলিফৰ্ণিয়াত গ্ৰেপ্তাৰ পাঞ্জাৱী গায়ক মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডি ব্ৰাৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 2, 2022
in মুখ্য সংবাদ
কেলিফৰ্ণিয়াত গ্ৰেপ্তাৰ পাঞ্জাৱী গায়ক মুছেৱালা হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডি ব্ৰাৰ
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

পঞ্জাৱৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা কংগ্ৰেছ নেতা সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গেংষ্টাৰ গোল্ডি ব্ৰাৰক গ্ৰেপ্তাৰ কৰা হৈছে। ভাৰতীয় চোৰাংচোৱা সূত্ৰৰ তথ্য অনুসৰি আমেৰিকাৰ কেলিফৰ্ণিয়াত গ্ৰেপ্তাৰ কৰা হৈছে গোল্ডিক। অৱশ্যে কেলিফৰ্ণিয়া চৰকাৰে এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই ৷  অৱশ্যে সূত্ৰ অনুসৰি গোল্ডীৰ গ্ৰেপ্তাৰ সন্দৰ্ভত ভাৰতীয় চোৰাংচোৱা সংস্থা, দিল্লী আৰক্ষীৰ বিশেষ কোষ আৰু পঞ্জাৱ আৰক্ষীলৈ তথ্য প্ৰেৰণ কৰা হৈছে। সূত্ৰ অনুসৰি ভাৰতীয় চোৰাংচোৱা সংস্থাক গোল্ডীক গ্ৰেপ্তাৰ কৰাৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় সূত্ৰই অৱগত কৰিছে। গোল্ডিক শীঘ্ৰে ভাৰতলৈ অনাৰ সম্ভাৱনা আছে ৷

গোল্ডিয়ে মুছেৱালাৰ হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে । আৰু তেতিয়াৰ পৰাই পঞ্জাৱ আৰক্ষী আৰু ভাৰতীয় চোৰাংচোৱা সংস্থাই তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰি আহিছে ৷

প্ৰসংগক্ৰমে  উল্লেখ কৰিব পাৰি যে চলিত বৰ্ষৰ ২৯ মে’ত পঞ্জাৱৰ মানছা জিলাৰ নিজৰ গাঁও মুছাতেইত ৰেপ গায়ক সিদ্ধুক একাংশ দুস্কৃতিকাৰীয়ে গুলীয়াই হত্যা কৰিছিল। তাৰে এজন আছিল লৰেন্স বিষ্ণোই গোটৰ সদস্য অংকিত ছিৰছা। গুলীচালনা সংঘটিত হোৱাৰ সময়ত সিদ্ধুৰ সৈতে গাড়ীত আছিল সিদ্ধুৰ এজন খুলশালীয়েক আৰু বন্ধু। দুয়োজন গুৰুতৰভাৱে আহত হয়। সিদ্ধুৰ মৃতদেহৰ মৰণোত্তৰ প্ৰতিবেদন অনুসৰি, মুঠ ১৯টা গুলীয়ে তেওঁৰ শৰীৰত আঘাত কৰে ৷ গুলীবিদ্ধ হোৱাৰ ১৫ মিনিটৰ ভিতৰতে তেওঁৰ মৃত্যু হয়। হত্যাকাণ্ডৰ মাত্ৰ এদিন পূৰ্বে পঞ্জাৱ চৰকাৰে সিদ্ধুৰ নিৰাপত্তা কৰ্তন কৰাৰ অভিযোগ উত্থাপন হৈছিল।

মুছেৱালাৰ হত্যাৰ এদিন পিছত অভিযুক্ত গোল্ডিয়ে ফেচবুকত পোষ্ট কৰিছিল যে তেওঁ নিজৰ গোটৰ দুজন সদস্যৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ গায়কজনক  হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। ব্ৰাৰ নিজেই গেংষ্টাৰ লৰেন্স বিষ্ণয়ৰ ‘ঘনিষ্ঠ’ সহযোগী হিচাপে পৰিচিত। সেই বিষ্ণয় হৈছে মুছেৱালা হত্যাকাণ্ডৰ প্ৰধান অভিযুক্ত।

Previous Post

এমাহ পূর্বে ৯/১১ আক্ৰমণৰ বিষয়ে এমাহ পূর্বে জানিও ব্যৱস্থা লোৱা নাছিল তেতিয়াৰ ৰাষ্ট্ৰপতি জর্জ বুশ্বে, শেহতীয়া প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য

Next Post

দক্ষিণৰ চলচ্চিত্ৰ প্ৰযোজক কে মূৰলীধৰণৰ দেহাৱসান

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
দক্ষিণৰ চলচ্চিত্ৰ প্ৰযোজক কে মূৰলীধৰণৰ দেহাৱসান

দক্ষিণৰ চলচ্চিত্ৰ প্ৰযোজক কে মূৰলীধৰণৰ দেহাৱসান

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7