VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘’অর্ধ আকাশ’ত কোনো আশা নাই? সেনাৰ বিশেষ বাহিনীত মহিলাৰ অনুপস্থিতিৰ বাবে সংসদত প্ৰশ্ন উত্থাপন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 29, 2023
in মুখ্য সংবাদ
‘’অর্ধ আকাশ’ত কোনো আশা নাই? সেনাৰ বিশেষ বাহিনীত মহিলাৰ অনুপস্থিতিৰ বাবে সংসদত প্ৰশ্ন উত্থাপন
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

সেনাবাহিনীত ‘কমাণ্ডিং অফিচাৰ’ পদ পোৱাৰ অধিকাৰো মহিলাক প্ৰদান কৰা হৈছে । কিন্তু এতিয়ালৈকে কোনো মহিলা সৈনিকে কমাণ্ডো ইউনিট ‘পেৰা এছ এফ (বিশেষ বাহিনী)’ত যোগদান কৰাৰ সুযোগ পোৱা নাই।

 

শুকুৰবাৰে লোকসভাত প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী অজয় ​​ভাটে এনে এক প্ৰশ্নৰ উত্তৰত কয় যে ভৱিষ্যতে মহিলাসকলক সেনাৰ বিশেষ বাহিনীত অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ লিংগ বৈষম্য নাথাকিব। সেনাৰ নিয়মত কোনো ধৰণৰ লিংগ বৈষম্য নকৰাকৈ বিশেষ বাহিনীত যোগদানৰ একমাত্ৰ মাপকাঠী যোগ্যতা বুলিও তেওঁ কয়।এই কমাণ্ডো বাহিনীটো মূলতঃ শত্ৰুৰ ভূমিত সেনাবাহিনীৰ বিশেষ  অভিযানৰ বাবে ব্যৱহাৰ কৰা হয় বুলিও তেওঁ কয়। পূৰ্বতে পাকিস্তান দখল কৰা কাশ্মীৰৰ উগ্ৰপন্থী শিবিৰত সেনাৰ ‘চাৰ্জিকেল ষ্ট্ৰাইক’ত এই বিশেষ বাহিনীক ব্যৱহাৰ কৰা হৈছিল।

 

 

পেৰা এছ এফ সমূহৰ পৃথক ইউনিট আছে যিবোৰক বিশেষভাৱে প্ৰশিক্ষিত কৰি নিয়ৰৰ ক্ষেত্ৰ, মৰুভূমি, হিমালয়ে আগুৰি থকা ঘন বনাঞ্চলকে ধৰি বিভিন্ন প্ৰাকৃতিক পৰিৱেশত কাম কৰিবলৈ প্ৰশিক্ষিত কৰা হৈছে। মন্ত্ৰী গৰাকীয়ে লোকসভাত কয় যে সেনাবাহিনীৰ এই ‘অভিজাত’ শক্তিত যোগদান কৰিবলৈ দীঘলীয়া শাৰীৰিক আৰু মানসিক প্ৰশিক্ষণৰ প্ৰয়োজন। বৰ্তমানৰ ব্যৱস্থাৰ অধীনত মহিলা জোৱানসকলে স্বেচ্ছাসেৱী হিচাপে কম সময়ৰ বাবে বিশেষ বাহিনীত যোগদান কৰিব পাৰে। কিন্তু সেই শাৰীৰিক আৰু মানসিক ক্ষমতা বৃদ্ধি কৰিবলৈ তেওঁলোকেও প্ৰশিক্ষণ ল’ব লাগিব।

 

 

প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয় যে বিগত সময়ত ভাৰতীয় বায়ুসেনাৰ দুগৰাকী মহিলা বিষয়াই স্বেচ্ছাই বিশেষ বাহিনীৰ প্ৰশিক্ষণত যোগদান কৰিছিল। কিন্তু উত্তীর্ণ হ’ব নোৱাৰিলে। শেহতীয়াকৈ ২০ গৰাকী মহিলাই অগ্নিবীৰ বিশেষ বাহিনীত যোগদানৰ বাবে আবেদন জনাইছিল। কিন্তু তেওঁলোকে প্ৰশিক্ষণত যোগদান কৰিবলৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে।

Previous Post

অক্ষয় কুমাৰৰ ‘স্পেচিয়েল ২৬’ চাই প্ৰাক্তন বিষয়াৰ ঘৰত সোমাল ছয়টা চোৰ! তদন্তকাৰীৰ পৰিচয়ৰে ৩৬ লাখ টকা লুণ্ঠন

Next Post

আগন্তুক বর্ষত আগতীয়াকৈ অনুষ্ঠিত হ’ব আই পি এল

Related Posts

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ
মুখ্য সংবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
Next Post
আগন্তুক বর্ষত আগতীয়াকৈ অনুষ্ঠিত হ’ব  আই পি এল

আগন্তুক বর্ষত আগতীয়াকৈ অনুষ্ঠিত হ’ব আই পি এল

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7