VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

জনপ্ৰিয় অভিনেত্ৰী তথা পৰিচালক কংগনা ৰানাৱটলৈ পদ্মশ্ৰী সন্মান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 8, 2021
in মুখ্য সংবাদ
জনপ্ৰিয় অভিনেত্ৰী তথা পৰিচালক কংগনা ৰানাৱটলৈ পদ্মশ্ৰী সন্মান
0
SHARES
2
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ‌ বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী তথা পৰিচালক কংগনা ৰানাৱটলৈ পদ্মশ্ৰী সন্মান

আজি কংগনা ৰানাৱটক ২০২০বৰ্ষৰ দেশৰ‌ সৰ্বোচ্চ সন্মান সমূহৰ ভিতৰত অন্যতম পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয় । দিল্লী স্থিত ৰাষ্ট্ৰপতি ভৱনত তেওঁক এই সন্মান প্ৰদান কৰে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কʼভিন্দে। বঁটা প্ৰদানৰ মূহুৰ্তত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীকে প্ৰমূখ্য কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী ‌অমিত শ্বাহ আৰু অন্যান্য কেইবাগৰাকীও আগশাৰীৰ ব্যক্তি উপস্থিত থাকে।

প্ৰতি বছৰে গণতন্ত্ৰ দিৱসৰ দিনা সন্ধিয়া দেশৰ সৰ্ব্বোচ্চ সন্মান হিচাপে পৰিগণিত এই ‘পদ্ম’ বঁটা প্ৰাপক‌ সকলৰ নাম ঘোষণা কৰি অহা হৈছে। এই ‘পদ্ম’ বঁটা তিনি‌ ভাগত বিভক্ত। পদ্ম বিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী ‌।

প্ৰতি বছৰেই একো একোটা নিৰ্দিষ্ট বিষয়ৰ ভিত্তিত আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাক গুৰুত্ব আৰোপ কৰি পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয়।
এইবাৰ সৰ্বমুঠ ১১৯টা ‘পদ্ম’ বঁটা প্ৰদান কৰা হয়। তাৰে ৭টা‌ পদ্ম বিভূষণ,১০টা পদ্ম ভূষণ আৰু ১০২গৰাকীক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছে।

 

Previous Post

এখন নতুন কথাছবি জয় ভীম আৰু কিছু কথা

Next Post

আপুনি বাৰু জানেনে শত্ৰুৰ পৰা নিজক বচাবলৈ সাগৰীয় মাছে কেনেকৈ নিজক সাজু কৰে

Related Posts

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?
মুখ্য সংবাদ

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড
মুখ্য সংবাদ

দুলীয়াজানত ভয়ংকৰ অগ্নিকাণ্ড

May 28, 2022
লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত
মুখ্য সংবাদ

লাডাখ নদীত বাহন পৰি সাতজন সৈনিক নিহত, ১৯ জন আহত

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ
মুখ্য সংবাদ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
মহানগৰীৰ  আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
মুখ্য সংবাদ

মহানগৰীৰ আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

May 27, 2022
ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ
মুখ্য সংবাদ

ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

May 27, 2022
Next Post
আপুনি  বাৰু  জানেনে  শত্ৰুৰ পৰা নিজক বচাবলৈ সাগৰীয় মাছে কেনেকৈ নিজক সাজু কৰে

আপুনি বাৰু জানেনে শত্ৰুৰ পৰা নিজক বচাবলৈ সাগৰীয় মাছে কেনেকৈ নিজক সাজু কৰে

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7