VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

আপুনি বাৰু জানেনে শত্ৰুৰ পৰা নিজক বচাবলৈ সাগৰীয় মাছে কেনেকৈ নিজক সাজু কৰে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 9, 2021
in জীৱন
আপুনি  বাৰু  জানেনে  শত্ৰুৰ পৰা নিজক বচাবলৈ সাগৰীয় মাছে কেনেকৈ নিজক সাজু কৰে
0
SHARES
0
VIEWS
Share on FacebookShare on Twitter

অন্যান্য সাগৰীয়  প্ৰাণী ,ডাঙৰ মাছ নাইবা মানুহৰ খাদ্য হোৱাৰ পৰা নিজকে বচাবলৈ আৰু জীয়াই থাকিবলৈ  কিছুমান সাগৰীয় মাছে নিজ চেষ্টাৰ ফলত  নিজৰ স্বভাৱ নাইবা বৈশিষ্ট সমূহ সালসলনি কৰা পৰিলক্ষিত হয়৷

তেনে ধৰণৰ সাগৰীয় মাছৰ ভিতৰত ‘উৰণীয়া মাছ’ অন্যতম ৷ যি শত্ৰুৰ মূখৰ পৰা নিজকে বচাবলৈ  প্ৰথমতে পানীত জপিয়াবলৈ আৰম্ভ কৰে আৰু নিজৰ ফিচাদুখনক পাখিৰ দৰে ব্যৱহাৰ  কৰে ৷ যাৰ ফলত এদিন সঁচাকৈয়ে ফিচা দুখন  পাখিলৈ ৰূপান্তৰিত হয় আৰু সি উৰিবপৰা হয়৷

ঠিক তেনেকৈয়ে ‘চি হৰ্চ’ বা ‘সাগৰীয় ঘোঁৰা’ এনে এবিধ প্ৰাণী যি কোকলোঙাৰ দৰে শত্ৰু দেখাৰ লগে লগে  নিজকে লুকুৱাবলৈ নিজৰ গাৰ বৰণ সলনি কৰিব পাৰে ৷

আনহাতে সাগৰীয় কিছুমান মাছে নিজকে শত্ৰুৰ পৰা বচাই ৰাখিবলৈ একেলগে  দলবান্ধি  সাঁতোৰে যাক  একেলগে ‘স্কুল’ বুলি কোৱা হয় ৷ এটা ‘স্কুল’ত হাজাৰ হাজাৰ সৰু সৰু মাছ থাকে আৰু আটাইবোৰে একেলগে একে গতিবেগেৰে একেটা দিশতে অহা যোৱা কৰা সেই সৰু সৰু মাছবোৰক বা একোটা ‘স্কুল’ক  দেখাত  এটা দৈত্যাকায় মাছৰ দৰে লাগে ৷

‘চ’ল’ হ’ল সাগৰীয় মাছৰ আন এটা দল যি ‘স্কুল’ৰ দৰে  সদায় একে গতিবেগ বা একে  দিশত পানীত অহা যোৱা নকৰে আৰু এটা ‘চ’ল’ত সৰু ডাঙৰ সকলো ধৰণৰেই মাছ থাকে ৷

সাগৰীয় মাছৰ জীৱন পৰিক্ৰমাই ইয়াকেই প্ৰতিপন্ন কৰে যে  নিজৰ ইচ্ছা শক্তিৰে পৃথিৱীত  সকলো প্ৰাণীয়েই হাজাৰ প্ৰতিবন্ধকতাকো নেওচি  জীৱন যাত্ৰাত আগুৱাব পাৰে৷

Previous Post

জনপ্ৰিয় অভিনেত্ৰী তথা পৰিচালক কংগনা ৰানাৱটলৈ পদ্মশ্ৰী সন্মান

Next Post

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক মৰণোত্তৰ ভাবে পদ্মভূষণ সন্মান প্ৰদান:গ্ৰহণ কৰিলে পত্নী ডলী গগৈয়ে

Related Posts

আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?
জীৱন

আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

May 28, 2022
ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ধূমপান কৰা ব্যক্তিৰ কেঞ্চাৰ প্ৰতিৰোধৰ বাবে আছে উপায়। জানো আহক
জীৱন

ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ধূমপান কৰা ব্যক্তিৰ কেঞ্চাৰ প্ৰতিৰোধৰ বাবে আছে উপায়। জানো আহক

May 27, 2022
পত্নীৰ বাবে বিমানৰ ভিতৰত  এক আচৰিত ঘোষণাৰে  হৃদয় জয় কৰিলে এজন  পাইলটে
জীৱন

পত্নীৰ বাবে বিমানৰ ভিতৰত এক আচৰিত ঘোষণাৰে হৃদয় জয় কৰিলে এজন পাইলটে

May 26, 2022
বাগিছাখনত পোক-পতঙ্গই অনিষ্ট কৰিছে নেকি? কেনেকৈ আঁতৰাব পোক-পৰুৱা। জানো আহক
জীৱন

বাগিছাখনত পোক-পতঙ্গই অনিষ্ট কৰিছে নেকি? কেনেকৈ আঁতৰাব পোক-পৰুৱা। জানো আহক

May 26, 2022
এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে
জীৱন

এই সময়ত ছালৰ খজুৱতি বা এলাৰ্জী হয়। ক’লা হালধিৰে প্ৰতিৰোধ কৰিব পাৰি। জানো আহক ক’লা হালধিৰ বিষয়ে

May 25, 2022
নিজৰ সন্তানক বিশেষভাৱে সক্ষম এজন দেউতাকে ট্ৰাইচাইকেলেৰে  স্কুললৈ লৈ যোৱা  ভিডিঅ’ ভাইৰেল
জীৱন

নিজৰ সন্তানক বিশেষভাৱে সক্ষম এজন দেউতাকে ট্ৰাইচাইকেলেৰে স্কুললৈ লৈ যোৱা ভিডিঅ’ ভাইৰেল

May 25, 2022
Next Post
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক মৰণোত্তৰ ভাবে পদ্মভূষণ সন্মান প্ৰদান:গ্ৰহণ কৰিলে পত্নী ডলী গগৈয়ে

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক মৰণোত্তৰ ভাবে পদ্মভূষণ সন্মান প্ৰদান:গ্ৰহণ কৰিলে পত্নী ডলী গগৈয়ে

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

হায়দৰাবাদ বিমানবন্দৰত  উষ্ম আদৰণি  বক্সিং চেম্পিয়ন  নিখাত  জাৰীনক

হায়দৰাবাদ বিমানবন্দৰত উষ্ম আদৰণি বক্সিং চেম্পিয়ন নিখাত জাৰীনক

May 28, 2022
বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

বাপু-চর্দাৰৰ ভাৰত নির্মাণ কৰিবলৈ চেষ্টা কৰিছো –গুজৰাটত প্ৰধানমন্ত্ৰী মোদী

May 28, 2022
স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

স্কুলৰ নিৰাপত্তাতকৈ ইউক্ৰেইনৰ যুদ্ধক গুৰুত্ব দিছে বাইডেন চৰকাৰে , কিয় ক’লে ট্ৰাম্পে ?

May 28, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7