VOICE 24x7
Monday, December 11, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

“কাশ্মীৰৰ লগত পাকিস্তানৰ কোনো সম্পৰ্ক নাই”! পাক বৈদেশিক মন্ত্ৰীক জবাব জয়শংকৰৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 6, 2023
in মুখ্য সংবাদ
“কাশ্মীৰৰ লগত পাকিস্তানৰ কোনো সম্পৰ্ক নাই”! পাক বৈদেশিক মন্ত্ৰীক জবাব জয়শংকৰৰ
0
SHARES
25
VIEWS
Share on FacebookShare on Twitter

কাশ্মীৰ সন্দৰ্ভত পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাল ভুট্টোৱে কৰা মন্তব্যৰ পিছতে বিদেশ মন্ত্ৰী এছ জয়শংকৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷কাশ্মীৰ সন্দৰ্ভত পাকিস্তানৰ স্থিতিক আক্ৰমণ কৰি তেওঁ শ্ৰীনগৰত আগন্তুক জি-২০ বৈঠকৰ বিষয়টোও উত্থাপন কৰে।

 

শুকুৰবাৰে জয়শংকৰে কয় য, “মই ক’ব বিচাৰো, তেওঁলোকৰ (পাকিস্তান)ৰ জি-২০ৰ সৈতে কোনো সম্পৰ্ক নাই। লগতে মই ক’ম যে শ্ৰীনগৰৰ লগতো তেওঁলোকৰ কোনো সম্পৰ্ক নাই। কাশ্মীৰ সন্দৰ্ভত আলোচনা কৰিবলগীয়া এটাই বিষয় আছে আৰু সেয়া হ’ল পাকিস্তানে কেতিয়া কাশ্মীৰৰ অবৈধ দখল ত্যাগ কৰিব।”

 

শুকুৰবাৰে চাংহাই সহযোগিতা সংস্থাৰ বৈঠকত অংশ ল’বলৈ গোৱাত উপস্থিত হোৱা পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাল ভুট্টো জৰ্দাৰীয়ে কয় , “যদি ভাৰতে ৫ আগষ্ট, ২০১৯ত গ্ৰহণ কৰা ব্যৱস্থা (৩৭০ অনুচ্ছেদ বাতিল) পুনৰীক্ষণ নকৰে, তেন্তে পাকিস্তানে ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক বজাই ৰখাৰ স্থিতি গ্ৰহণ কৰিব নোৱাৰে ।”

 

২২-২৪ মে’ত শ্ৰীনগৰত জি-২০ ৱৰ্কিং গ্ৰুপ অন টুৰিজিমৰ বৈঠক অনুষ্ঠিত হ’ব ৷ইতিমধ্যে জম্মু-কাশ্মীৰৰ ৰাজধানীত ইয়াৰ প্ৰস্তুতি আৰম্ভ হৈছে। ২০২২ চনৰ মাৰ্চ মাহত কাশ্মীৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ সন্মিলনত ৩৬খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল। কূটনৈতিক মহলৰ এটা অংশৰ মতে, ভাৰতে এইবাৰ তাত জি-২০ক আতিথ্য দিয়াৰ সিদ্ধান্তৰে  পাকিস্তানৰ ওপৰত হেঁচা বৃদ্ধি কৰিব বিচাৰিছে। শ্ৰীনগৰত জি-২০ৰ বৈঠক অনুষ্ঠিত কৰাৰ বাবে পাকিস্তানৰ বিৰোধিতা ভাৰতে নাকচ কৰিছে।

Previous Post

৩০ মিনিট বা তাতকৈ অধিক সময় ফোনত কথা পাতে নেকি ? শৰীৰলৈ কি বিপদ মাতিছে জানেনে ?

Next Post

অগ্নিগর্ভ মণিপুৰত জাৰি ৩৫৫ ধাৰা, এতিয়াৰে পাৰা ৰাজ্য চৰকাৰ নহয়, কেন্দ্ৰই নিৰীক্ষণ কৰিব নিৰাপত্তা ব্যৱস্থা

Related Posts

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন
মুখ্য সংবাদ

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏
মুখ্য সংবাদ

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো
মুখ্য সংবাদ

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ
মুখ্য সংবাদ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান
মুখ্য সংবাদ

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ
মুখ্য সংবাদ

কপিল ছিবালৰ বক্তব্যৰ তীব্ৰ প্ৰতিবাদ জাতীয় পৰিষদৰ

December 8, 2023
Next Post
অগ্নিগর্ভ মণিপুৰত জাৰি ৩৫৫ ধাৰা, এতিয়াৰে পাৰা ৰাজ্য চৰকাৰ নহয়, কেন্দ্ৰই নিৰীক্ষণ কৰিব নিৰাপত্তা ব্যৱস্থা

অগ্নিগর্ভ মণিপুৰত জাৰি ৩৫৫ ধাৰা, এতিয়াৰে পাৰা ৰাজ্য চৰকাৰ নহয়, কেন্দ্ৰই নিৰীক্ষণ কৰিব নিৰাপত্তা ব্যৱস্থা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7