VOICE 24x7
Saturday, September 23, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

৩০ মিনিট বা তাতকৈ অধিক সময় ফোনত কথা পাতে নেকি ? শৰীৰলৈ কি বিপদ মাতিছে জানেনে ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 6, 2023
in মুখ্য সংবাদ
৩০ মিনিট বা তাতকৈ অধিক সময় ফোনত কথা পাতে নেকি ? শৰীৰলৈ কি বিপদ মাতিছে জানেনে ?
0
SHARES
25
VIEWS
Share on FacebookShare on Twitter

 

গোটেই দিনটোত মোবাইলত আমি কথা পাতো। কিন্তু আপুনি কিমান সময় কথা পাতি আছে তাক লৈ চিন্তা নকৰে। প্ৰিয়, বন্ধু-বান্ধৱীৰ সৈতে সময় ধৰি কথা পাতিব নোৱাৰে। এই সন্দৰ্ভত বৰ্তমানৰ গৱেষণাৰ মতে আধা ঘণ্টাৰো অধিক সময় ফোনত কথা পাতিলে উচ্চ ৰক্তচাপ বা উচ্চ ৰক্তচাপত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। কোৱা হৈছে যে মোবাইলৰ পৰা নিৰ্গত ৰেডিঅ’ফ্ৰিকুৱেন্সি ৰক্তচাপ বৃদ্ধিৰ লগত জড়িত। ইউৰোপীয় হাৰ্ট জাৰ্নেলত প্ৰকাশ পাইছে এই তথ্য।

 

বিশ্বৰ অধিকাংশ লোক উচ্চ ৰক্তচাপত আক্ৰান্ত। যাৰ ফলত কম বয়সতে ষ্ট্ৰোক, হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। চীনৰ চাৰ্ডান মেডিকেল ইউনিভাৰ্চিটিৰ গৱেষক জিয়ানহুই কিনে কয় , “আপুনি দিনটোত কিমান মিনিট কথা পাতিছে তাৰ ওপৰত নির্ভৰ কৰে হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা ৷অতি কম বয়সৰ পৰাই মোবাইলৰ অনিয়ন্ত্ৰিত ব্যৱহাৰৰ বাবে যুৱক-যুৱতীসকলৰ মাজত হৃদৰোগৰ সম্ভাৱনা তুলনামূলকভাৱে বৃদ্ধি পাইছে।“

 

৩৭ৰ পৰা ৭৩ বছৰৰ ভিতৰৰ ২ লাখ লোকৰ ওপৰত কৰা ১২ বছৰীয়া অধ্যয়নত ১৩,৯৮৪ জনৰ উচ্চ ৰক্তচাপৰ লক্ষণ দেখা গৈছিল। মোবাইল ব্যৱহাৰ নকৰাসকলতকৈ এই সম্ভাৱনা  ৭ শতাংশ বেছি। কিন্তু এই বিষয়ে  অধিক গৱেষণাৰ প্ৰয়োজন আছে ।

Previous Post

কৰ্ণাটকত খৰ্গেক হত্যাৰ ষড়যন্ত্ৰ? বিজেপি প্ৰাৰ্থীৰ অডিঅ’ প্ৰকাশ কৰি অভিযোগ কংগ্ৰেছৰ

Next Post

“কাশ্মীৰৰ লগত পাকিস্তানৰ কোনো সম্পৰ্ক নাই”! পাক বৈদেশিক মন্ত্ৰীক জবাব জয়শংকৰৰ

Related Posts

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী
মুখ্য সংবাদ

মানকাছাৰত বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী

September 22, 2023
Next Post
“কাশ্মীৰৰ লগত পাকিস্তানৰ কোনো সম্পৰ্ক নাই”! পাক বৈদেশিক মন্ত্ৰীক জবাব জয়শংকৰৰ

"কাশ্মীৰৰ লগত পাকিস্তানৰ কোনো সম্পৰ্ক নাই"! পাক বৈদেশিক মন্ত্ৰীক জবাব জয়শংকৰৰ

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7