VOICE 24x7
Wednesday, February 8, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গ্লাছগ’ কনফাৰেঞ্চত প্ৰধানমন্ত্ৰী মোডী

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 2, 2021
in মুখ্য সংবাদ, ৰাজনীতি
গ্লাছগ’ কনফাৰেঞ্চত প্ৰধানমন্ত্ৰী মোডী
0
SHARES
2
VIEWS
Share on FacebookShare on Twitter

স্কটলেণ্ডৰ গ্লাছগ’ত অনুষ্ঠিত হোৱা ইউনাইটেড নেচনছ ক্লাইমেট চেঞ্জ কনফাৰেঞ্চ বা COP26 ত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই হিন্দী ভাষাত পৰিৱেশ ৰক্ষাত ভাৰতৰ স্থিতিৰ কথা উল্লেখ কৰে।

১২ মিনিটৰ ভাষণত তেখেতে ভাৰতৰ শক্তি খণ্ডৰ উন্নয়ন, ৰেল বিভাগক কাৰ্বনমুক্ত কৰাৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰে। ভাৰতে জীৱাশ্ম ইন্ধনৰ বিকল্পৰ ওপৰত অধিক গুৰুত্ব দিছে বুলি ভাষণত উল্লেখ কৰে। 

জলবায়ু পৰিৱৰ্তনৰ ওপৰত ভাৰতে পূৰ্বৰে পৰা গুৰুত্ব আৰোপ কৰি আহিছে। যি সংখ্যক দেশে জলবায়ুৰ ওপৰত বা প্ৰদূষণৰ ওপৰত গুৰুত্ব আৰোপ কৰা নাই, তেনে দেশৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ মোডী ডাঙৰীয়াই আহ্বান জনায়।

ভাষণৰ শেষত ভাৰতৰ জলবায়ু সুৰক্ষিত কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথাও ঘোষণা কৰে। ২০৩০ ৰ ভিতৰত ভাৰতে জীৱাশ্ম ইন্ধনৰ বিকল্পৰ লক্ষ্যত উপনীত হ’ব বুলি উল্লেখ কৰে। কাৰ্বনমুক্ত ভাৰতৰ যি লক্ষ্য সেই লক্ষ্য আগত ৰাখি ২০৩০ চনৰ ভিতৰত কাৰ্বনৰ ব্যৱহাৰ হ্ৰাস কৰিব বুলি জানিবলৈ দিয়ে। 

লগতে ভাৰতৰ দৰে বৃহৎ জনসংখ্যাৰ দেশত জলবায়ু সুৰক্ষাৰ ক্ষেত্ৰত অহা প্ৰত্যাহ্বান সমূহো আলোচনা কৰে। 

মোডী ডাঙৰীয়াই আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে আলোচনাত মিলিত  কিছু গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰে বুলি টুইটাৰ যোগে উল্লেখ কৰিছে।

Previous Post

অক্সফ’ৰ্ড অভিধানৰ বছৰটোৰ ব্যাপক ভাৱে ব্যৱহাৰ হোৱা শব্দ ‘ভেক্স’

Next Post

কি চৰ্তত ফটকা ফুটাবলৈ অনুমতি দিলে উচ্চতম ন্যায়ালয়ে

Related Posts

নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান
মুখ্য সংবাদ

নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান

February 7, 2023
জেইই-মেইনৰ জানুৱাৰী সংস্কৰণৰ ফলাফল ঘোষণা, ২০ পৰীক্ষার্থীয়ে লাভ কৰিলে সম্পূর্ণ নম্বৰ
মুখ্য সংবাদ

জেইই-মেইনৰ জানুৱাৰী সংস্কৰণৰ ফলাফল ঘোষণা, ২০ পৰীক্ষার্থীয়ে লাভ কৰিলে সম্পূর্ণ নম্বৰ

February 7, 2023
বিজেপিৰ বৈঠকত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ ‘মন্ত্ৰ’ প্ৰধানমন্ত্ৰী মোদীৰ
ৰাজনীতি

বিজেপিৰ বৈঠকত ২০২৪ চনৰ লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ ‘মন্ত্ৰ’ প্ৰধানমন্ত্ৰী মোদীৰ

February 7, 2023
নেপালত কিয় দূর্ঘটনাগ্ৰস্ত হৈছিল বিমান !! তদন্তকাৰীৰ প্ৰতিবেদনত পোহৰলৈ আহিছে তথ্য
মুখ্য সংবাদ

নেপালত কিয় দূর্ঘটনাগ্ৰস্ত হৈছিল বিমান !! তদন্তকাৰীৰ প্ৰতিবেদনত পোহৰলৈ আহিছে তথ্য

February 7, 2023
হিণ্ডেনবার্গৰ প্ৰতিবেদনৰ পাছত সাম্ৰাজ্য খহিলেও ধনী ব্যক্তিৰ তালিকাতে আছে গৌতম আদানি, ৪০০ কোটিৰ ঘৰ, ব্যয়বহুল একাধিক বিলাসী গাড়ী-বিমান-জাহাজকে ধৰি কি কি সম্পত্তিৰ মালিক জানেনে ?

পুনৰ কঁপি উঠিল তুৰস্ক,ভূমিকম্পৰ ফলত ৪ হাজাৰতকৈয়ো অধিক লোকৰ মৃত্যু
মুখ্য সংবাদ

পুনৰ কঁপি উঠিল তুৰস্ক,ভূমিকম্পৰ ফলত ৪ হাজাৰতকৈয়ো অধিক লোকৰ মৃত্যু

February 7, 2023
Next Post
কি চৰ্তত ফটকা ফুটাবলৈ অনুমতি দিলে উচ্চতম ন্যায়ালয়ে

কি চৰ্তত ফটকা ফুটাবলৈ অনুমতি দিলে উচ্চতম ন্যায়ালয়ে

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আপোনাৰ ঘৰত লাফিং বুদ্ধ আছে নেকি ? সঠিক স্থানত এই মূৰ্তি নাৰাখিলে বিপদ আহিব পাৰে

আপোনাৰ ঘৰত লাফিং বুদ্ধ আছে নেকি ? সঠিক স্থানত এই মূৰ্তি নাৰাখিলে বিপদ আহিব পাৰে

February 8, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

February 8, 2023
নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান

নগাঁও জিলা উপায়ুক্তক যুৱ ছাত্ৰ পৰিষদৰ তিনি দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান

February 7, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7