VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

কি চৰ্তত ফটকা ফুটাবলৈ অনুমতি দিলে উচ্চতম ন্যায়ালয়ে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 2, 2021
in মুখ্য সংবাদ, আইন, সমাজ
কি চৰ্তত ফটকা ফুটাবলৈ অনুমতি দিলে উচ্চতম ন্যায়ালয়ে
0
SHARES
4
VIEWS
Share on FacebookShare on Twitter

পোহৰৰ উৎসৱ দিপাৱালীলৈ  মাজত মাথোঁ এটা দিন। মাটিৰ চাকি , ৰং-বিৰঙৰ বৈদ্যুতিক চাকিৰে ভৰি পৰিছে বজাৰ। চাকি বন্তি জ্বলোৱাৰ লগতে ফটকা,আঁতচবাজী ফুটুৱা দিপাৱালীৰ আন এক পৰম্পৰা। কিন্তু এইবাৰ দিপাৱলীত ফটকা অথবা আঁতচবাজী আদি ফুটুৱাৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা দিছে উচ্চতম ন্যায়ালয়ে। এটা গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে সেউজ ফটকা-আঁতচবাজী ফুটুৱাৰ অনুমতি প্ৰদান কৰিছে। অৱশ্যে এই ক্ষেত্ৰত ন্যায়ালয়ে বান্ধি দিছে এক বিশেষ চৰ্ত। সেই অনুসৰি যিসমূহ অঞ্চলৰ বায়ুৰ গুণাগুণৰ মাত্ৰা “বেয়া” সেই অঞ্চল সমূহত দিপাৱলীত ফটকা অথবা আঁতচবাজী   (poor)  ফুটাব নোৱাৰিব।কলকাতা উচ্চ ন্যায়ালয়ে সকলো ধৰণৰ ফটকা-আঁতচবাজী ফুটুৱাত জাৰি কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰি উচ্চতম ন্যায়ালয়ে এই নিৰ্দেশনা প্ৰদান কৰে।  গোচৰটোৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে কয় যে  সকলো ধৰণৰ ফটকা ফুটুৱা নিষিদ্ধ কৰিব নোৱাৰি। কি ধৰণৰ ফটকা আৰু আঁতচবাজী  ফুটাব পাৰিব সেই সন্দৰ্ভত সেউজ ন্যায়াধীকৰণে ইতিমধ্যে কেতবোৰ নিৰ্দেশনা প্রদান কৰিছে।

Previous Post

গ্লাছগ’ কনফাৰেঞ্চত প্ৰধানমন্ত্ৰী মোডী

Next Post

অক্টোবৰত ১.৩০ লাখ কোটি টকাৰ জি এছ টি সংগ্ৰহ হোৱাৰ কথা ঘোষণা কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ

Related Posts

প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ
মুখ্য সংবাদ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
মহানগৰীৰ  আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
মুখ্য সংবাদ

মহানগৰীৰ আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

May 27, 2022
ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ
মুখ্য সংবাদ

ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

May 27, 2022
কাশ্মীৰত ৪ জন সন্ত্ৰাসবাদী নিহত, ২ জন  টিভি অভিনেতাৰ হত্যাত জড়িত
মুখ্য সংবাদ

কাশ্মীৰত ৪ জন সন্ত্ৰাসবাদী নিহত, ২ জন টিভি অভিনেতাৰ হত্যাত জড়িত

May 27, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 27, 2022
Next Post
অক্টোবৰত ১.৩০ লাখ  কোটি টকাৰ জি এছ টি সংগ্ৰহ  হোৱাৰ কথা ঘোষণা কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ

অক্টোবৰত ১.৩০ লাখ কোটি টকাৰ জি এছ টি সংগ্ৰহ হোৱাৰ কথা ঘোষণা কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 28, 2022
আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

আমাৰ শৰীৰৰ এপেণ্ডিক্সটো ভালে ৰাখিবলৈ কি কৰিব লাগে জানেনে বাৰু?

May 28, 2022
গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7