VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

হোজাইত ১২ গ্ৰাম হেৰ’ইনসহ আৰক্ষীৰ জালত পৰিল সৰবৰাহকাৰী

জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় ডেৰ লাখ টকা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 7, 2022
in মুখ্য সংবাদ
আজি পুৱা পুনৰ গুৱাহাটীৰ মাজমজিয়াত জব্দ ৩০ কিলোগ্ৰাম গাঞ্জা ,১ জন আটক

Representational Image

0
SHARES
4
VIEWS
Share on FacebookShare on Twitter

হোজাই আৰক্ষীৰ তৎপৰতাত জালত পৰিল ১২গ্ৰাম হেৰ’ইনসহ ড্ৰাগছ সৰবৰাহকাৰী।আৰক্ষীয়ে ধৃত শ্বেহনাজ উদ্দিন নামৰ ড্ৰাগছ সৰবৰাহকাৰীৰ জিম্মাৰ পৰা উদ্ধাৰ কৰে ১২ গ্ৰাম হেৰ’ইন। জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় ডেৰ লাখ টকা বুলি আৰক্ষীৰ সূত্রত প্ৰকাশ।

জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত জিলাখনত আৰক্ষীয়ে চলাই যোৱা হৈছে বিভিন্ন ড্ৰাগছবিৰোধী অভিযান । ইয়াৰ মাজতে হোজাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন মেধিৰ নেতৃত্বত বুধবাৰে নিশা হোজাইৰ ডিমৰুপাৰ অঞ্চলত আৰক্ষীয়ে চলোৱা এক ড্ৰাগছৰ অভিযানত ড্ৰাগছ ব্যৱসায়ী শ্বেহনাজ উদ্দিনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় হোজাই আৰক্ষী।

আৰক্ষীৰ তদন্তত এই তথ্য পোহৰলৈ আহিছে যে ,বৰ্তমান হোজাই আৰক্ষীৰ জিম্মাত থকা ধৃত শ্বেহনাজ উদ্দিনে হেৰ’ইনখিনি যমুনামুখৰ পৰা বিক্ৰীৰ বাবে হোজাইলৈ লৈ আনিছিল ।

Previous Post

কোনে জন্ম দিলে মাস্কৰ দুই যমজ পুত্ৰ?

Next Post

ভিভিআইপি আৰু দেশৰ‌ ৰাজনীতিবিদসকলৰ বাবে ‘টিচিএল’ৰ বুলেট-প্ৰুফ ‘নেহৰু জেকেট’

Related Posts

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন
মুখ্য সংবাদ

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ
মুখ্য সংবাদ

অভিনেতা,পৰিচালক,অসম আন্দোলনৰ নেতা প্ৰদীপ শৰ্মাৰ পৰলোকপ্ৰাপ্তি,নগাঁৱত শোকৰ ছাঁ

August 9, 2022
১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব  ভাৰতৰ সকলো ঐতিহাসিক ভৱন
মুখ্য সংবাদ

১৫ আগষ্টত তাজমহলৰ বাহিৰে তিনিবৰণীয়া হৈ উজ্বলিব ভাৰতৰ সকলো ঐতিহাসিক ভৱন

August 9, 2022
এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?
মুখ্য সংবাদ

এইবাৰ গুৱাহাটীৰ ক’ত তালাচী অভিযান চলালে আয়কৰ বিভাগে ?

August 9, 2022
মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন
মুখ্য সংবাদ

মধ্যপ্ৰদেশৰ খাৰগোন নদীৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত উটি গ’ল ১৪ খন বাহন

August 8, 2022
মেঘালয়ৰ যুৱকে তৈয়াৰ কৰি উলিয়ালে ডনাল্ড ট্ৰাম্পৰ কাঠৰ মূৰ্তি
মুখ্য সংবাদ

মেঘালয়ৰ যুৱকে তৈয়াৰ কৰি উলিয়ালে ডনাল্ড ট্ৰাম্পৰ কাঠৰ মূৰ্তি

August 8, 2022
Next Post
ভিভিআইপি আৰু দেশৰ‌ ৰাজনীতিবিদসকলৰ বাবে ‘টিচিএল’ৰ বুলেট-প্ৰুফ ‘নেহৰু জেকেট’

ভিভিআইপি আৰু দেশৰ‌ ৰাজনীতিবিদসকলৰ বাবে 'টিচিএল'ৰ বুলেট-প্ৰুফ 'নেহৰু জেকেট'

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7