VOICE 24x7
Tuesday, May 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অসম চৰকাৰৰ সদ্ভাৱনা প্ৰকল্প

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 30, 2021
in মুখ্য সংবাদ, ৰাজনীতি
আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
0
SHARES
34
VIEWS
Share on FacebookShare on Twitter

কালি অসম চৰকাৰে  সদ্ভাৱনা প্ৰকল্প উদ্বোধন কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  সদ্ভাৱনা প্ৰকল্পৰ শুভাৰম্ভ কৰিছিল জনসাধাৰণৰ মনত আশাৰ সঞ্চাৰ কৰিছে।

সদ্ভাৱনা প্ৰকল্পৰ উদ্দেশ্য হৈছে পুৰণি ফাইলসমূহৰ শীঘ্ৰ নিষ্পত্তি। এই প্ৰকল্পৰ জৰিয়তে সকলো পুৰণি ফাইলৰ (১০৷০৫৷২০২১ ৰ পূৰ্বৰ) আধৰুৱা হৈ থকা কামসমূহ ১০৷০৫৷২০২২ ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

এতিয়াৰে পৰা সদ্ভাৱনা পৰ্টেলৰ জৰিয়তে ফাইলসমূহৰ কাম কাজ নিৰীক্ষণ কৰিব পাৰিব। সচিবালয় ভ্ৰমণৰ পৰা নাগৰিকক সকাহ প্ৰদান কৰিব।

সদ্ভাৱনা প্ৰকল্পৰ অধীনত বিভাগসমূহক ফাইলসমূহৰ নিষ্পত্তিৰ বাবে তিনিমাহ সময় দিয়া হ’ব। তিনি মাহৰ ভিতৰত কামবোৰ সম্পূৰ্ণ কৰিব লাগিব।চৰকাৰৰ এই ব্যৱস্থা জনসাধাৰণৰ বাবে নিশ্চয় ফলপ্ৰসু হ’ব।

 

Previous Post

পলাশবাৰীৰ অঞ্জলি দাস বৰফাবৃত লাডাখৰ শৃংগত জয় আই অসম নিচান উৰুৱা প্ৰথম গৰাকী অসমীয়া মহিলা

Next Post

নতুন প্ৰজন্মৰ বাবে আয়ুস আহাৰ

Related Posts

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি
মুখ্য সংবাদ

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

May 30, 2023
বিজেপিৰ প্ৰতি  বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে  ছিন্দেৰ সংগ !
ৰাজনীতি

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

May 30, 2023
দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়
মুখ্য সংবাদ

দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

May 30, 2023
ছয় বছৰীয়া শিশুৰ ১২ টা শৃংগ জয়েৰে চমক , কম বয়সতে মাউণ্ট এভাৰেষ্ট জয় কৰিবলৈ কৰিছে পৰিকল্পনা
মুখ্য সংবাদ

ছয় বছৰীয়া শিশুৰ ১২ টা শৃংগ জয়েৰে চমক , কম বয়সতে মাউণ্ট এভাৰেষ্ট জয় কৰিবলৈ কৰিছে পৰিকল্পনা

May 30, 2023
ফোনৰ সন্ধানত জলাশয়ৰ পৰা ২১ লাখ লিটাৰ পানী সিঁচা চৰকাৰী বিষয়াক ২১ লাখ টকাৰ জৰিমনা!
মুখ্য সংবাদ

ফোনৰ সন্ধানত জলাশয়ৰ পৰা ২১ লাখ লিটাৰ পানী সিঁচা চৰকাৰী বিষয়াক ২১ লাখ টকাৰ জৰিমনা!

May 30, 2023
দলঙৰ পৰা বাগৰি পৰিল ৭৫জন যাত্ৰীসহ বাছ! জম্মুত দুৰ্ঘটনা,  ৮ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

দলঙৰ পৰা বাগৰি পৰিল ৭৫জন যাত্ৰীসহ বাছ! জম্মুত দুৰ্ঘটনা, ৮ জন লোকৰ মৃত্যু

May 30, 2023
Next Post
আজি ৰাজ্যসভাৰ সাংসদ হিচাপে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই শপত গ্ৰহণ কৰিব

নতুন প্ৰজন্মৰ বাবে আয়ুস আহাৰ

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানি

May 30, 2023
বিজেপিৰ প্ৰতি  বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে  ছিন্দেৰ সংগ !

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

May 30, 2023
দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

May 30, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7