VOICE 24x7
Saturday, May 28, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

পলাশবাৰীৰ অঞ্জলি দাস বৰফাবৃত লাডাখৰ শৃংগত জয় আই অসম নিচান উৰুৱা প্ৰথম গৰাকী অসমীয়া মহিলা

সমগ্ৰ অসমতে আনন্দৰ জোৱাৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 30, 2021
in মুখ্য সংবাদ, ক্ৰীড়া
পলাশবাৰীৰ অঞ্জলি দাস বৰফাবৃত লাডাখৰ শৃংগত জয় আই অসম নিচান উৰুৱা প্ৰথম গৰাকী অসমীয়া মহিলা
0
SHARES
3
VIEWS
Share on FacebookShare on Twitter

অসমৰ কামৰূপ জিলাৰ পলাশবাৰীৰ জিয়ৰী অঞ্জলি দাসে পদযাত্ৰা কৰি গৈ বৰফাবৃত লাডাখৰ শৃংগত উৰুৱালে জয় আই অসমৰ নিচান আৰু ত্ৰিৰংগ পতাকা৷আমৰাংগাৰ পৰা লাডাখলৈ ১৩ আগষ্টৰ পৰা যাত্ৰা কৰি লাডাখৰ শৃংগত উপনীত হৈ বিজয়ৰ নিচান উৰুৱালে দুঃসাহসিক খেলুৱৈ গৰাকীয়ে৷ এই খবৰ এক ভিডিওৰ যোগে সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ লগে লগে অঞ্চলটোত আনন্দৰ জোৱাৰ উঠে৷আমৰাংগাৰ পৰা লাডাখলৈ ২,৭৯৬ কিল’মিটাৰ পদযাত্ৰা কৰিবলৈ ওলোৱাৰ সময়ত বতৰে তেওঁৰ লগ দিয়া নাছিল৷ নেৰানেপেৰা বৰষুণ আৰু যাত্ৰাৰ শেষত প্ৰচণ্ড শীতৰ সন্মূখীন হৈছিল খেলুৱৈ গৰাকী৷বৰফাবৃত ওখ পাহাৰৰ দূৰ্গম পথেৰে যাত্ৰা কৰা সহজ নাছিল লগতে অক্সিজেন অবিহনে যাত্ৰা কৰাও এককথাত অসম্ভৱ আছিল৷কিন্তু এই অসম্ভৱ কাৰ্য্যকো সম্ভৱ কৰি দেখুৱালে অসমৰ গৌৰৱ অঞ্জলি দাসে৷যাত্ৰা আৰম্ভ কৰাৰ সময়ত ভাৰতবৰ্ষৰ সকলো মানুহ  সু স্বাস্থ্যৰ অধিকাৰী হওঁক এই  শ্ল’গান  দিছিল খেলুৱৈ গৰাকীয়ে আৰু এই পদযাত্ৰা আৰম্ভ কৰিছিল৷

অসমৰ পৰা লাডাখলৈ খাজ কাঢ়ি গৈ লাডাখৰ  বৰফাবৃত শৃংগত  বিজয় নিচান উৰুৱা অঞ্জলি দাসেই হ’ল প্ৰথম গৰাকী অসমীয়া মহিলা যাৰ নাম ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ ৰ’ব চিৰদিনৰ বাবে৷

Previous Post

কানাড়া ছবিজগতৰ অপ্পু আৰু নাই, শোকত ভাগি পৰিল অনুৰাগী

Next Post

অসম চৰকাৰৰ সদ্ভাৱনা প্ৰকল্প

Related Posts

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ
মুখ্য সংবাদ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
“মোৰ ফালে চোৱা বন্ধ কৰক আৰু বল কৰক”:
ক্ৰীড়া

“মোৰ ফালে চোৱা বন্ধ কৰক আৰু বল কৰক”:

May 27, 2022
মহানগৰীৰ  আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী
মুখ্য সংবাদ

মহানগৰীৰ আই এছ বি টিত বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ ড্ৰাগছ সৰবৰাহকাৰী

May 27, 2022
ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ
মুখ্য সংবাদ

ৰঙিয়া-খৈৰাবাৰী ৰে’লপথত অচিনাক্ত মৃতদেহ উদ্ধাৰ

May 27, 2022
কাশ্মীৰত ৪ জন সন্ত্ৰাসবাদী নিহত, ২ জন  টিভি অভিনেতাৰ হত্যাত জড়িত
মুখ্য সংবাদ

কাশ্মীৰত ৪ জন সন্ত্ৰাসবাদী নিহত, ২ জন টিভি অভিনেতাৰ হত্যাত জড়িত

May 27, 2022
‘ৰাফাই বলটো কিমান কষ্টকৰি মাৰিছিল তাক লৈ মই আচৰিত হৈছিলো’
ক্ৰীড়া

‘ৰাফাই বলটো কিমান কষ্টকৰি মাৰিছিল তাক লৈ মই আচৰিত হৈছিলো’

May 26, 2022
Next Post
আজি ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অসম চৰকাৰৰ সদ্ভাৱনা প্ৰকল্প

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

গুৱাহাটীত বন্ধ হ’ল ২১খন গুলপীয়া এ এছ টি চি বাছ

May 27, 2022
‘মোৰ ছোৱালীয়ে তাইৰ মহিলা বন্ধুৰ সৈতে থাকিব বিচাৰিছিল’

‘মোৰ ছোৱালীয়ে তাইৰ মহিলা বন্ধুৰ সৈতে থাকিব বিচাৰিছিল’

May 27, 2022
কিমান  টকা হ্ৰাস পালে  সোণৰ মূল্য?

কিমান টকা হ্ৰাস পালে সোণৰ মূল্য?

May 27, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7