VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দুচকীয়া বাহনৰ গ্ৰাহকৰ প্ৰতি SBI ৰ সুখবৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 3, 2021
in মুখ্য সংবাদ, অৰ্থনীতি
দুচকীয়া বাহনৰ গ্ৰাহকৰ প্ৰতি SBI ৰ সুখবৰ
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

দুচকীয়া বাহন ক্ৰয় কৰিবলৈ গ্ৰাহকক ঋণ প্ৰদানৰ ক্ষেত্ৰত ভাৰতীয় ষ্টেট বেংকে নতুন নিৰ্দেশনা জাৰি কৰিছে। এতিয়াৰে পৰা গ্ৰাহক সকলে দুচকীয়া বাহন ক্ৰয়ৰ বাবে বেংকলৈ যোৱাৰ কোনো প্ৰয়োজন নাই বুলি বেংক কৰ্তৃপক্ষই জনাইছে।

গ্ৰাহকসকলে এতিয়াৰে পৰা ঘৰতে বহি ঋণৰ প পত্ৰ পূৰণ কৰি আবেদন জনাব পাৰিব। SBI ৰ yono এপৰ যোগেদি এই সুবিধা অতি শীঘ্ৰেই বলবৎ হ’ব। 

গ্ৰাহকে yono এপৰ যোগেদি নুন্যতম ২০ হাজাৰ টকাৰ পৰা সৰ্বাধিক ৩ লাখ টকালৈকে ঋণ লাভ কৰিব পাৰিব। বেংক কৰ্তৃপক্ষই এই ধনৰাশি দুচকীয়া বাহনৰ ডিলাৰৰ একাউণ্টত জমা দিব। 

গ্ৰাহকক কিছু সকাহ প্ৰদান কৰিবলৈ ভাৰতীয় ষ্টেট বেংকৰ নতুন নিয়ম দুচকীয়া বাহন ক্ৰয়ৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ’ব।

Previous Post

ভাৰতৰ তীৰ্থ স্থান গংগাই গঢ়িলে বিশ্ব ৰেকৰ্ড

Next Post

ধ্যান চাঁদ খেল ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া লাভলীনা বৰগোহাঁই

Related Posts

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন
মুখ্য সংবাদ

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু
মুখ্য সংবাদ

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো
মুখ্য সংবাদ

১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো

June 8, 2023
আৰ বি আইয়ে অপৰিৱৰ্তিত ৰাখিলে ৰেপো ৰেট, মধ্যবিত্ত শ্ৰেণীলৈ সকাহ
অৰ্থনীতি

আৰ বি আইয়ে অপৰিৱৰ্তিত ৰাখিলে ৰেপো ৰেট, মধ্যবিত্ত শ্ৰেণীলৈ সকাহ

June 8, 2023
নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
মুখ্য সংবাদ

নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

June 8, 2023
হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক
মুখ্য সংবাদ

হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক

June 8, 2023
Next Post
ধ্যান চাঁদ খেল ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া লাভলীনা বৰগোহাঁই

ধ্যান চাঁদ খেল ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া লাভলীনা বৰগোহাঁই

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7