VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

ভাৰতৰ তীৰ্থ স্থান গংগাই গঢ়িলে বিশ্ব ৰেকৰ্ড

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
November 3, 2021
in মুখ্য সংবাদ
ভাৰতৰ তীৰ্থ স্থান গংগাই গঢ়িলে বিশ্ব ৰেকৰ্ড
0
SHARES
0
VIEWS
Share on FacebookShare on Twitter

অলপতে গংগা পৃথিৱীৰ আটাইতকৈ বেছি দৰ্শনাৰ্থীয়ে ভ্ৰমণ কৰা তীৰ্থ স্থানৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে। কেন্দ্ৰীয় পৰ্যটন আৰু সংস্কৃতি বিভাগৰ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে এই কথা উল্লেখ কৰিছে।

 হিন্দু ধৰ্মালম্বী লোকসকলে অতি পবিত্ৰ আখ্যা দিয়া গংগাৰ পবিত্ৰ জলত স্নান কৰিবলৈ প্ৰতিবছৰে দেশ বিদেশৰ প্ৰান্তৰৰ পৰা প্ৰায় ২ কোটি মানুহ প্ৰতিবছৰেই বাৰানসীলৈ আহে। ই দেশৰ অৰ্থনৈতিক দিশত যথেষ্ট অৰিহণা যোগাইছে বুলিও মন্ত্ৰীজনে উল্লেখ কৰে। ইয়াৰ উপৰিও গংগাৰ পৰিৱেশ বিনষ্ট নকৰি পবিত্ৰতা অখণ্ড ৰখাটো দৰ্শনাৰ্থী সকলৰ কৰ্তব্য বুলি মন্ত্ৰীজনে উল্লেখ কৰে। 

 হিন্দু সংস্কৃতিৰ আটাইতকৈ পবিত্ৰ নৈ গংগাত স্নান কৰিলে পাপ খণ্ডন হয় আৰু মৃত্যুৰ পিছত স্বৰ্গত স্থান পাই বুলি এক বিশ্বাস আছে। ইয়াৰ উপৰিও মৃতকৰ অস্থি গংগাত বিসৰ্জন দিলে আত্মাই মুক্তি পাই বুলিও বিশ্বাস কৰা হয়। 

 বাৰাণসীৰ ঘাটৰ মন্দিৰসমূহৰ বিশেষ মান্যতা আছে। বহুতো মহিলাই নিজৰ আত্মীয় পৰিজন হেৰুৱাই বাৰাণসীৰ পাৰত ঈশ্বৰৰ নামত নিজকে উচৰ্গা কৰি ৰাধেস্বামীৰ জীৱন কটোৱা দেখা যায়।

গংগা পৃথিৱীৰ ভিতৰত আটাইতকৈ প্ৰদূষিত নদীৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল। শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াৰ বিশেষ তৎপৰতাত স্বচ্চ ভাৰত অভিযানৰ সফল ৰূপায়নৰ ফলত এই প্ৰদূষণ হ্ৰাস পাবলৈ ধৰিছে।

Previous Post

মৃত্যুৰ পিচতো চাৰিজনকৈ লোকক দৃষ্টি শক্তি প্ৰদান কৰি জনতাৰ মনত সাঁচ বহুৱালে দক্ষিণৰ অভিনেতা পুনিত ৰাজকুমাৰে

Next Post

দুচকীয়া বাহনৰ গ্ৰাহকৰ প্ৰতি SBI ৰ সুখবৰ

Related Posts

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান
মুখ্য সংবাদ

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ
মুখ্য সংবাদ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা
মুখ্য সংবাদ

গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা

May 25, 2022
বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়
মুখ্য সংবাদ

বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়

May 25, 2022
মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল
মুখ্য সংবাদ

মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল

May 25, 2022
কংগ্ৰেছৰ নির্বাচনী ৰণনীতি তৈয়াৰ কৰিবলগীয়া গোটত প্ৰশান্ত কিশোৰৰ সহযোগীক অর্ন্তভূক্ত
মুখ্য সংবাদ

কংগ্ৰেছৰ নির্বাচনী ৰণনীতি তৈয়াৰ কৰিবলগীয়া গোটত প্ৰশান্ত কিশোৰৰ সহযোগীক অর্ন্তভূক্ত

May 24, 2022
Next Post
দুচকীয়া বাহনৰ গ্ৰাহকৰ প্ৰতি SBI ৰ সুখবৰ

দুচকীয়া বাহনৰ গ্ৰাহকৰ প্ৰতি SBI ৰ সুখবৰ

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7