VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

দেশৰ দ্বিতীয়খন বুলেট ট্ৰেইন ঘোষণা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 30, 2021
in মুখ্য সংবাদ
দেশৰ দ্বিতীয়খন বুলেট ট্ৰেইন ঘোষণা
0
SHARES
1
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ দ্বিতীয়খন বুলেট ট্ৰেইন প্ৰচলনৰ কথা ঘোষণা কৰে। ৰামনগৰী অযোধ্যাৰ পৰা দিল্লীলৈকে এই ট্ৰেইনখন চলাচল কৰিব। 

ঘণ্টাত ৩৫০ কিলোমিটাৰ বেগত চলিবলগীয়া বুলেট ট্ৰেইনখনে অযোধ্যাৰ পৰা দিল্লীৰ মাজৰ ৬৭০ কিলোমিটাৰৰ দূৰত্ব এতিয়া তিনি ঘণ্টাতে অতিক্ৰম কৰিব। লক্ষ্ণৌ, মথুৰা, প্ৰয়াগৰাজ, কনৌজ, বাৰণসী আদি সৰ্বমুঠ ১২ টা ষ্টেচন সংযোগ কৰা হ’ব। মুঠ ৭৫০ জন যাত্ৰীয়ে একেলগে  যাত্ৰা কৰিব পাৰিব। 

ইতিমধ্যে গুজৰাটত ৯৭% কাম সম্পূৰ্ণ হৈ উঠিছে। আহমেদাবাদ আৰু মুম্বাই সংযোগী বুলেট ট্ৰেইন কৰিডৰত মাটিৰ তলৰ প্ৰায় ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ নিৰ্মাণ কৰা হৈছে।

দেশৰ প্ৰথমখন বুলেট ট্ৰেইন মুম্বাইৰ পৰা আহমেদাবাদলৈকে ইতিমধ্যেই ঘোষণা কৰা হৈছে। এই ৰেল কৰিডৰৰ কাম এতিয়া পূৰ্ণগতিত চলি আছে। ২০২৩ চনৰ ভিতৰত নিৰ্মাণ কাৰ্য্য সম্পন্ন হৈ উঠিব বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে। দেশত বুলেট ট্ৰেইন প্ৰচলনে যাতায়তৰ সময়সীমা হ্ৰাস কৰি জনসাধাৰণক উপকৃত কৰিব।

 

Previous Post

‘মেটা’ৰ অধীনত চলিব ইনষ্টাগ্ৰাম,হোৱা্টছএপ

Next Post

11 মাহৰ পিছত পুনৰ মুকলি হব দিল্লী -গাজিয়াবাদ সংযোগী পথ:আৰক্ষীয়ে আতঁৰাইছে বেৰিকেড

Related Posts

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই
মুখ্য সংবাদ

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

May 18, 2022
ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ
মুখ্য সংবাদ

ঘৰুৱাভাৱে নির্মিত জাহাজ প্ৰতিৰোধী ক্ষেপনাস্ত্ৰৰ সফল পৰীক্ষণ , বায়ুমণ্ডলৰ পৰাই শত্ৰুক কৰিব পাৰিব আক্ৰমণ

May 18, 2022
কন্যা হত্যাৰ গোচৰত অভিযুক্ত  ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত
মুখ্য সংবাদ

কন্যা হত্যাৰ গোচৰত অভিযুক্ত ইন্দ্ৰাণী মুখার্জীৰ জামিন মঞ্জুৰ , মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত

May 18, 2022
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি
মুখ্য সংবাদ

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলি

May 18, 2022
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত গঁড়
মুখ্য সংবাদ

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ মৃত গঁড়

May 18, 2022
আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা
মুখ্য সংবাদ

আজিৰ পৰা পুনৰ আৰম্ভ মাজুলী-নিমাতী ফেৰী সেৱা

May 18, 2022
Next Post

11 মাহৰ পিছত পুনৰ মুকলি হব দিল্লী -গাজিয়াবাদ সংযোগী পথ:আৰক্ষীয়ে আতঁৰাইছে বেৰিকেড

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

প্ৰযোজক লুইত কুমাৰ বৰ্মনক ‘স্পন্দন… শব্দৰ পৰা হৃদয়লৈ’ গোটৰ সম্বৰ্ধনা

May 19, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

May 19, 2022
আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7