VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

11 মাহৰ পিছত পুনৰ মুকলি হব দিল্লী -গাজিয়াবাদ সংযোগী পথ:আৰক্ষীয়ে আতঁৰাইছে বেৰিকেড

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 30, 2021
in মুখ্য সংবাদ
0
SHARES
6
VIEWS
Share on FacebookShare on Twitter

প্ৰতিবাদী কৃষকক বাধা দিবলৈ দিল্লী আৰু গাজিয়াবাদ সংযোগী পথত স্থাপন কৰা বেৰিকেড আঁতৰাবলৈ আৰম্ভ কৰিছে দিল্লী আৰক্ষীয়ে।দিল্লী-মীৰাট এক্সপ্ৰেছ পথত স্থাপন কৰা বেৰিকেড আঁতৰাবলৈ শুকুৰবাৰে শ্ৰমিক আৰু ক্ৰেন প্ৰেৰণ কৰিছে। ইয়াৰ লগে লগে প্ৰায় 11 মাহৰ পিছত এই পথছোৱা পুনৰ মুকলি হোৱাৰ সম্ভাৱনাই দেখা দিছে।

অৱশ্যে বেৰিকেড আঁতৰাই নিলেও উক্ত স্থানত প্ৰতিবাদ অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে প্ৰতিবাদী কৃষকসকলে। কৃষক নেতা ৰাজেশ টিকেইতে প্ৰকাশ কৰা অনুসৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আৰক্ষীয়ে বেৰিকেড আতঁৰাইছে। প্ৰতিবাদকাৰীয়ে নহয় ,আৰক্ষীয়েহে পথ বন্ধ কৰি ৰাখিছে বুলি ন্যায়ালয়ক তেওঁলোকে অৱগত কৰিছে বুলিও কৃষক নেতাজনে সদৰি কৰে।

ইপিনে, দিল্লীৰ আৰক্ষী আযুক্ত ৰাকেশ আস্থানাই প্ৰকাশ কৰা অনুসৰি হাৰিয়ানা আৰু উত্তৰ প্ৰদেশ আৰক্ষীৰ সৈতে কৃষক নেতাসকলৰ হোৱা আলোচনাৰ পিছত এক ইতিবাচক বাৰ্তা প্ৰেৰণৰ উদ্দেশ্যৰে গাজীপুৰ আৰু তিক্রি সীমান্তৰ পৰা বেৰিকেড আঁতৰাবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আস্থানাই কয় ” সীমান্ত কেতিয়াও চিৰদিনৰ বাবে বন্ধ হৈ থাকিব নোৱাৰে। বিভিন্ন কৃষক সংগঠন আৰু নেতাৰ সৈতে আমি আলোচনা অব্যাহত ৰাখিছোঁ। সমান্তৰালভাৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়েও আলোচনা অব্যাহত ৰাখিছে। এক ইতিবাচক পদক্ষেপ হিচাপে বৰ্তমান বেৰিকেড আঁতৰ কৰাৰ পদক্ষেপ লোৱা হৈছে। আশা কৰা হৈছে অতি শীঘ্ৰে এই অঞ্চলটোলৈ স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিব।”

বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ দাবীত কেইবামাহ ধৰি কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। প্ৰতিবাদী কৃষকসকলে দিল্লী সীমান্তত বাহৰ পাতি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। একাধিকবাৰ প্ৰতিবাদী কৃষক সকলে দিল্লীত প্ৰবেশৰ চেষ্টা কৰিছে। যাৰ বাবে গাজীপুৰকে ধৰি সীমান্তৱৰ্তী অঞ্চলসমূহত বেৰিকেড স্থাপন কৰে দিল্লী আৰক্ষীয়ে।

Previous Post

দেশৰ দ্বিতীয়খন বুলেট ট্ৰেইন ঘোষণা

Next Post

এখনৰ পাছত আন এখন ৰাজ্যৰ নিৰ্বাচনত বিজেপিৰ চকু, আজি উত্তৰাখণ্ডত নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰিব অমিত শ্বাহে

Related Posts

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন
মুখ্য সংবাদ

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু
মুখ্য সংবাদ

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো
মুখ্য সংবাদ

১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো

June 8, 2023
নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
মুখ্য সংবাদ

নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

June 8, 2023
হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক
মুখ্য সংবাদ

হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক

June 8, 2023
দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!
মুখ্য সংবাদ

দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!

June 8, 2023
Next Post
এখনৰ পাছত আন এখন ৰাজ্যৰ নিৰ্বাচনত বিজেপিৰ চকু, আজি উত্তৰাখণ্ডত নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰিব অমিত শ্বাহে

এখনৰ পাছত আন এখন ৰাজ্যৰ নিৰ্বাচনত বিজেপিৰ চকু, আজি উত্তৰাখণ্ডত নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰিব অমিত শ্বাহে

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7