VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পুনৰ তিনিবছৰৰ বাবে ৰিজাৰ্ভ বেংকৰ মুৰব্বী হৈ থাকিব শক্তিকান্ত দাস

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 29, 2021
in মুখ্য সংবাদ
পুনৰ তিনিবছৰৰ বাবে ৰিজাৰ্ভ বেংকৰ মুৰব্বী হৈ থাকিব শক্তিকান্ত দাস
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

পুনৰ তিনিবছৰৰ বাবে ৰিজাৰ্ভ বেংকৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে শক্তিকান্ত দাসক। কেবিনেটৰ অনুমোদনৰ পাছত এক বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰা হৈছে। অহা 10 ডিচেম্বৰত দাসৰ বৰ্তমানৰ কাৰ্যকাল অন্ত পৰিব। 2018 চনত উৰ্জিত পেটেলে ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰৰ পদ ত্যাগ কৰাৰ পাছত দাসক বেংকটোৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছিল।

দেশৰ কেন্দ্ৰীয় বেংকটোৰ দায়িত্ব গ্ৰহণৰ পাছতে ব্যাপক প্ৰত্যহ্বানৰ সন্মুখীন হৈ আহিছে দাস। কিয়নো কভিডৰ সংক্ৰমণৰ বাবে ঘোষণা কৰা লকদাউন আৰু কঠোৰ নীতি নিয়মে দেশৰ অৰ্থনীতি তচনচ কৰি পেলাইছিল। বৰ্তমান কভিডৰ সংক্ৰমণ কিছু পৰিমানে হ্ৰাস পোৱাৰ লগতে ভেকচিন প্ৰদান প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰা হৈছে। সেয়েহে দেশৰ অৰ্থনীতি পুনৰ উদ্ধাৰৰ বাবে দাসে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া লক্ষণীয় হব।

Previous Post

অসমৰ কভিদ পৰিস্থিতি, কণ্টেইনমেণ্ট জ’ন ঘোষণা

Next Post

ইণ্টাৰনেট যোগে প্ৰেৰণ কৰা প্ৰথম বাৰ্তাটো কি আছিল বাৰু আপোনালোকে জানেনে?

Related Posts

ট্ৰাম্পৰ বিৰুদ্ধে গোপন নথি-পত্ৰ “চুৰি” কৰাৰ অভিযোগ! নির্বাচনৰ প্ৰাকক্ষণত ৰুজু হ’ব নেকি গোচৰ !!
মুখ্য সংবাদ

ট্ৰাম্পৰ বিৰুদ্ধে গোপন নথি-পত্ৰ “চুৰি” কৰাৰ অভিযোগ! নির্বাচনৰ প্ৰাকক্ষণত ৰুজু হ’ব নেকি গোচৰ !!

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন
মুখ্য সংবাদ

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু
মুখ্য সংবাদ

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো
মুখ্য সংবাদ

১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো

June 8, 2023
নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
মুখ্য সংবাদ

নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

June 8, 2023
হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক
মুখ্য সংবাদ

হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক

June 8, 2023
Next Post
ইণ্টাৰনেট যোগে প্ৰেৰণ কৰা প্ৰথম বাৰ্তাটো কি আছিল বাৰু আপোনালোকে জানেনে?

ইণ্টাৰনেট যোগে প্ৰেৰণ কৰা প্ৰথম বাৰ্তাটো কি আছিল বাৰু আপোনালোকে জানেনে?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

ট্ৰাম্পৰ বিৰুদ্ধে গোপন নথি-পত্ৰ “চুৰি” কৰাৰ অভিযোগ! নির্বাচনৰ প্ৰাকক্ষণত ৰুজু হ’ব নেকি গোচৰ !!

ট্ৰাম্পৰ বিৰুদ্ধে গোপন নথি-পত্ৰ “চুৰি” কৰাৰ অভিযোগ! নির্বাচনৰ প্ৰাকক্ষণত ৰুজু হ’ব নেকি গোচৰ !!

June 9, 2023
দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7