VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আৰ্তজনৰ কাষত সদায় থিয় দিয়া সুমিত্ৰাৰ অৱস্থা সংকটজনক

সাহায্যৰ বাবে সামাজিক মাধ্যমত অনুৰোধ জনালে উৎপল শিৱমে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 8, 2022
in মুখ্য সংবাদ
আৰ্তজনৰ কাষত সদায় থিয় দিয়া সুমিত্ৰাৰ অৱস্থা সংকটজনক
0
SHARES
231
VIEWS
Share on FacebookShare on Twitter

কাৰোবাৰ বিপদ বুলি ক’লে আগতীয়াকৈ দৌৰ মৰা,কোনোবাই বেদনাত উচুপিলে তেওঁৰ চকুলো মচিবলৈ দিবাৰাত্ৰ ধৰফৰণি তোলা, আৰ্তজনৰ বাবে জীৱনৰ প্ৰতি পল দান দিয়া গহপুৰৰ ৱাৰিয়ৰচৰ (wariors) ৰ বিশ্বনাথ জিলাৰ সহঃ বিত্ত সম্পাদিকা সুমিত্ৰা দাসক কালি বাইক আৰোহীয়ে খুন্দা মৰাৰ ফলত তেওঁ গুৰুতৰ ভাবে আহত হয়। বিগত ২৪ ঘণ্টা অচেতন হৈ গ্যেট হস্পিটেলৰ আই,চি,ইউত (ICU )ত জীৱন মৃত্যুৰে যুঁজি আছে সুমিত্ৰাই। মগজুৰ প্ৰচুৰ ৰক্তক্ষৰণ হোৱাৰ ফলত তেওঁৰ অৱস্থা কিছু সংকটজনক বুলি জানিবলৈ দিছে চিকিৎসক সকলে।

আৰ্থিক ভাবে পাছপৰা পৰিয়ালটোৱে এই বিপদত পৰি এন্ধাৰত বাট বিচাৰি নোপোৱাৰ উপক্ৰম হৈছে। ইফালে তেওঁৰ ঘৰত আছে পক্ষাঘাতত আক্ৰান্ত দেউতাক।

সেয়েহে ইচ্ছানুযায়ী যদি কোনোবাই কিবা আৰ্থিক অনুদান আগবঢ়াব খোজে আগবঢ়াই এই অথাই সাগৰত পৰা পৰিয়ালটোক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ অনুৰোধ জনাইছে আন এগৰাকী সমাজহিতৈশী যোদ্ধা উৎপল শিৱমে ।এটি ফেচবুক প’ষ্টৰ দ্বাৰা তেওঁ উল্লেখ কৰিছে যে যিকোনো সহৃদয় ব্যক্তিয়ে নিম্নোক্ত লিংকটোত গৈ তেওঁলৈ সহায়ৰ হাত আগবঢ়াব পাৰিব, যাতে মানবদৰদী ছোৱালীজনীয়ে পুনৰ জীৱন ঘূৰাই পাই।

তেওঁ সকলোকে অনুৰোধ জনাইছে যে সহস্ৰজনক নৱজীৱন দিয়া এই ছোৱালীজনীৰ নিজৰ জীৱনৰ সংকটৰ মূহুৰ্তত ৰাইজে যেন অলপ আৰ্থিক অনুদান আগবঢ়াই সহায় কৰে আৰু মানবতাৰ খাতিৰত পোষ্টটো অন্ততঃ শ্বেয়াৰ কৰে যাতে মানবদৰদী জনে তেওঁক সহায় কৰিব পাৰে।

আনহাতে সুমিত্ৰাৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য আগবঢ়াবলৈ ফেচবুকত তেওঁ নিম্নোক্ত লিংকটো শ্বেয়াৰ কৰে।

Donation for needy person

Previous Post

এনে এটা পাগুৰি যিটো পৃথিৱীৰ ভিতৰতে আটাইতকৈ গধূৰ

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন
মুখ্য সংবাদ

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু
মুখ্য সংবাদ

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো
মুখ্য সংবাদ

১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো

June 8, 2023
নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
মুখ্য সংবাদ

নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

June 8, 2023
হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক
মুখ্য সংবাদ

হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক

June 8, 2023
দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!
মুখ্য সংবাদ

দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!

June 8, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7