VOICE 24x7
Wednesday, May 25, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

নীটৰ ফলাফল ঘোষণা কৰিবলৈ অনুমতি উচ্চতম ন্যায়ালয়ৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
October 28, 2021
in মুখ্য সংবাদ, সমাজ
নীটৰ ফলাফল ঘোষণা কৰিবলৈ অনুমতি উচ্চতম ন্যায়ালয়ৰ
0
SHARES
0
VIEWS
Share on FacebookShare on Twitter

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনুষ্ঠিত কৰা নেচনেল ইলিজিবিলিটি টেষ্ট চমুকৈ নীটৰ ফলাফল ঘোষণা কৰিবলৈ আজি অনুমতি প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। পূৰ্বে বোম্বে উচ্চ ন্যায়ালয়ে এই পৰীক্ষাৰ ফলাফল  ঘোষণা কৰাত স্থগিতাদেশ জাৰি কৰিছিল। দুগৰাকী পৰীক্ষাৰ্থীৰ উত্তৰবহীক লৈ হোৱা খেলিমেলিৰ বাবে পৰীক্ষাৰ ফলাফল ঘোষণাত স্থগিতাদেশ জাৰি কৰিছিল। লগতে উক্ত দুই পৰীক্ষাৰ্থীৰ বাবে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বোম্বে উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছিল। উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশক প্ৰত্যহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ  দ্বাৰস্থ হৈছিল এন টি এ। চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই সবিশেষ তথ্য দাখিল কৰাৰ পাছতে উচ্চতম ন্যায়ালয়ে নীটৰ ফলাফল ঘোষণা কৰিবলৈ অনুমতি প্ৰদান কৰে। ৰায় প্ৰদান কৰি উচ্চতম ন্যায়ালয়ে কয় যে দুয়োজন শিক্ষাৰ্থীৰ বিষয়টো দিপাৱালীৰ বন্ধ খোলাৰ পাছত বিবেচনা কৰা হ’ব। কিন্তু ইয়াৰ বাবে ১৬ লাখ শিক্ষাৰ্থীৰ  ফলাফল স্থগিত কৰি ৰখাটো উচিত নহয়। উল্লেখযোগ্য যে  যোৱা ১২ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল নীটৰ প্ৰৱেশ পৰীক্ষা। ১৬,১৪,৭৭৭ জন পৰীক্ষার্থী অৱতীৰ্ণ হৈছিল এই পৰীক্ষাত। মুঠ ২০২ খন চহৰত এই পৰীক্ষা অনুষ্ঠিত হৈছিল।

Previous Post

টি-২০ৰ ৰেংকিঙত অৱনমিত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক

Next Post

ৰজনীকান্তৰ কন্যা সৌন্দৰ্য্যাৰ নতুন এপ্লিকেচন ‘হুটে’ ভাৰতৰ প্ৰথম ভইছ বেচ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম

Related Posts

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান
মুখ্য সংবাদ

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ
মুখ্য সংবাদ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
প্ৰাতঃস্মৰণীয়…
সমাজ

প্ৰাতঃস্মৰণীয়…

May 25, 2022
গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা
মুখ্য সংবাদ

গ্ৰাহকৰ ১ কোটি টকা জুৱাত লগাই আৰক্ষীৰ জালত পোষ্ট মাষ্টৰ, ক’ত ঘটিল এই ঘটনা

May 25, 2022
বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়
মুখ্য সংবাদ

বিজনীৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ ঐতিহাসিক ৰায়

May 25, 2022
মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল
মুখ্য সংবাদ

মধ্য প্ৰদেশৰ খাণ্ডৱাত এজন সাধুক প্ৰহাৰ কৰাৰ ভিডিঅ’ ভাইৰেল

May 25, 2022
Next Post
ৰজনীকান্তৰ কন্যা সৌন্দৰ্য্যাৰ নতুন এপ্লিকেচন ‘হুটে’ ভাৰতৰ প্ৰথম ভইছ বেচ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম

ৰজনীকান্তৰ কন্যা সৌন্দৰ্য্যাৰ নতুন এপ্লিকেচন 'হুটে' ভাৰতৰ প্ৰথম ভইছ বেচ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

বিবাহপাশত আৱদ্ধ হ’ল চলচ্চিত্ৰ নিৰ্মাতা হংসল মেহতা আৰু সুফেনা হুছেইন

May 25, 2022
কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

কম দৰমহাৰ সৈতে নিযুক্ত ৮০ শতাংশ অ-মুছলমান

May 25, 2022
ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

ক্ষন্তেক সময়ৰ বাবে বন্ধ হৈ পৰিল ইনষ্টাগ্ৰাম, ব্যৱহাৰকাৰীৰ হাহাকাৰ

May 25, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7