VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চিকিৎসক নহয়, তান্ত্ৰিক মাতি আনি বিদ্যালয়ত অসুস্থ ছাত্ৰীক চিকিৎসা, কোন ৰাজ্যৰ ঘটনাত খর্গহস্ত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ ৷

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 24, 2022
in মুখ্য সংবাদ
চিকিৎসক নহয়, তান্ত্ৰিক মাতি আনি বিদ্যালয়ত অসুস্থ ছাত্ৰীক চিকিৎসা, কোন ৰাজ্যৰ ঘটনাত খর্গহস্ত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ ৷
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

অসুস্থ হৈ পৰা শিক্ষার্থীক চিকিৎসকৰ পৰিৱর্তে তান্ত্ৰিক মাতি আনি চিকিৎসা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এই ঘটনা সংঘটিত হৈছে উত্তৰপ্ৰদেশৰ এখন বিদ্যালয়ত ৷

উত্তৰ প্ৰদেশৰ মহোবা জিলাৰ এখন চৰকাৰী বিদ্যালয়ত মধ্যাহ্ন ভোজন সেৱন কৰি ১৫ গৰাকী  ছাত্ৰী অসুস্থ হৈ পৰে। অভিযোগ অনুসৰি তেওঁলোকৰ চিকিৎসাৰ বাবে কোনো চিকিৎসকৰ সহায় লোৱা হোৱা নাছিল। ইয়াৰ বিপৰীতে  তান্ত্ৰিক এজনক মাতি অনা হৈছিল ৷ এই খবৰ পোহৰলৈ অহাৰ পিছতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে বিদ্যালয়খন সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী প্ৰেৰণ কৰে।

সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি চৰকাৰী বিদ্যালয়ত তান্ত্ৰিক  ব্যৱহাৰ কৰি মানৱ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ উত্থাপন হৈছিল। অসুস্থ ছাত্ৰ-ছাত্ৰীক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিব লাগিছিল ৷ বিদ্যালয়খনৰ এই আচৰণৰ পিছতে আয়োগে ব্যৱস্থা গ্ৰহণ কৰিছে। শুকুৰবাৰে উত্তৰ প্ৰদেশ চৰকাৰলৈ এখন জাননী প্ৰেৰণ কৰি বিদ্যালয়খনৰ কতৃপক্ষক এই আচৰণৰ বাবে ক্ষমা বিচাৰিবলৈ কৈছে ৷

তান্ত্ৰিক সন্দৰ্ভত তথ্য লাভ কৰাৰ পাছত বিদ্যালয়ত উপস্থিত হয় আৰক্ষী। তেওঁলোকৰ হস্তক্ষেপত ছাত্ৰ-ছাত্ৰীসকল তান্ত্ৰিকৰ কবলৰ পৰা মুক্ত কৰা হয় ৷ তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে জাননীত উত্তৰ প্ৰদেশৰ মুখ্য সম্পাদকক সংশ্লিষ্ট বিদ্যালয়ত সংঘটিত ঘটনা সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত বিতং তথ্য দিবলৈ নির্দেশ দিছে । ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত যাতে ভৱিষ্যতে এনে ঘটনা সংঘটিত নহয় তাৰ বাবে চৰকাৰে কি পদক্ষেপ লৈছে সেয়াও জানিব বিচাৰিছে আয়োগে। মধ্যাহ্ন ভোজনৰ গুণগত মান সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে।

 

 

Previous Post

ক’ভিড প্ৰট’কলক লৈ বিজেপি-কংগ্ৰেছৰ বাকযুদ্ধৰ মাজতে দিল্লীত ৰাহুল গান্ধীৰ ভাৰত জোৰো যাত্ৰা , অংশ ল’লে ছোনিয়ায়ো

Next Post

ভাৰতীয় সংগীত জগতৰ চিৰজ্যোতিষ্মান নক্ষত্ৰ মঃ ৰফি চাহাবৰ আজি ৯৮তম জন্ম দিন

Related Posts

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 
মুখ্য সংবাদ

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
২০২৩বৰ্ষত  প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা
মুখ্য সংবাদ

২০২৩বৰ্ষত প্ৰদান কৰা হ’ব মুঠ ছটা পদ্মবিভূষণ, ৯টা পদ্মভূষণ আৰু ৯১টা পদ্মশ্ৰী বঁটা

January 26, 2023
নীট-পি জিৰ কাউন্সেলিঙত উচ্চতম ন্যায়ালয়ৰ স্থগিতাদেশ
মুখ্য সংবাদ

যোৰহাট মেডিকেল ইনষ্টিটিউটৰ পৰা ইতিমধ্যে উত্তীৰ্ণ ৰুৰেল হেলথ প্ৰেকটিচনাৰ সকলে আগৰ দৰেই অসমৰ গ্ৰাম্যাঞ্চলত চিকিৎসা সেৱা আগবঢ়াই যোৱাত বৈধতা প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

January 25, 2023
গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড
মুখ্য সংবাদ

গুৱাহাটী মহানগৰীৰ ‘ৰাজহন্স’ হোটেলত সংঘটিত ভয়াবহ হত্যাকাণ্ড

January 25, 2023
ৰাষ্ট্ৰীয়  কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও  কাৰাটে চেম্পিয়নশ্বিপ
মুখ্য সংবাদ

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি কামৰূপ মহানগৰ জিলাত জিলা প্ৰশাসন আৰু মহিলা ও শিশু বিকাশ বিভাগৰদ্বাৰা আয়োজিত বেটি বচাও বেটি পঢ়াও কাৰাটে চেম্পিয়নশ্বিপ

January 24, 2023
অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ
মুখ্য সংবাদ

অসমত ২৬জানুৱাৰীৰ নিশা ১বজাৰ পৰা সন্ধিয়া ৬বজালৈ হ’ব সৰ্বাত্মক বন্ধ

January 24, 2023
Next Post
ভাৰতীয় সংগীত জগতৰ চিৰজ্যোতিষ্মান নক্ষত্ৰ মঃ ৰফি চাহাবৰ আজি ৯৮তম জন্ম দিন

ভাৰতীয় সংগীত জগতৰ চিৰজ্যোতিষ্মান নক্ষত্ৰ মঃ ৰফি চাহাবৰ আজি ৯৮তম জন্ম দিন

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7