নমাইল, খানাপাৰা, ৰিভয়, ৩০ছেপ্টেম্বৰ, ২০২৩: উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ শ্ৰীউজ্জ্বলভূঞাই আজি বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয়ৰ চৌহদত শোভাবঢ়াই “সংবিধান: সমতা আৰু গণতন্ত্ৰ ”শীৰ্ষক বিষয়ৰ ওপৰত এক সাৰ গৰ্ভবক্তৃতা প্ৰদান কৰে। তেওঁ ন্যায়পালিকাৰ স্বাধীনতা সংবিধানৰ একমৌলিক আৰু অপৰিহাৰ্য বৈশিষ্ট্য বুলি কয়।তেওঁ সংবিধান আৰু ইকেনেকৈ সমতা আৰু গণতন্ত্ৰৰ ধাৰণা গঢ় দিছে সেইবিষয়ে আলোচনা কৰাৰ লগতে বৈষম্যৰ ভিত্তিত সংৰক্ষণৰ ধাৰণাটোৰ ওপৰতো আলকপাত কৰে।
ন্যায়াধীশ ভূঞাক ইউএছটিএম তউষ্মআদৰণিজনোৱাৰ লগতে অধ্যাপক সুব্ৰম ৰাজখোৱা, ড০ বাহাৰুলইছলাম, আদিৰ উপস্থিতিত আচাৰ্য শ্ৰী এম হকে, আৰু উপাচাৰ্য অধ্যাপক জিডি শৰ্মাই সম্বৰ্ধনা জনায়।ইউএছটিএমৰ ইউনিভাৰ্চিটিস্কুলঅৱলএণ্ডৰিচাৰ্চ (ইউএছএলআৰ) ৰউদ্যোগত আয়োজিত এইঅনুষ্ঠানত ইউএছএলআৰ, জেবি ল কলেজ গুৱাহাটী, এনইএফআইনমহাবিদ্যালয়, আৰু দিছপুৰ আইন মহাবিদ্যালয়ৰ বহু আইনৰ ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকে এই বক্তৃতাৰ সাক্ষী হৈ পৰে।
বিশাল সমাৱেশ কসম্বোধন কৰি ন্যায়াধীশ উজ্জ্বল ভূঞা ইকয় যে ভাৰতৰ সংবিধানৰ ৩৬৮নং অনুচ্ছেদ— সংবিধান সংশোধন কৰা —অতিতাৎপৰ্যপূৰ্ণ। ‘আমাৰ সংবিধান ৰ সাৰমৰ্ম হৈছে পুৰুষ-পুৰুষ আৰু পুৰুষ -মহিলাৰ সমতা।ই এখন ন্যায় সংগত সমাজ প্ৰতিষ্ঠা কৰিব বিচাৰে। সঁচাকৈয়েই এক পৰিৱৰ্তনশীল চৰকাৰ”, তেওঁকয়।
তে ওঁ ছাত্ৰ -ছাত্ৰীসকলক প্ৰতিদিনেসংবিধানৰপ্ৰস্তাৱনাখনপঢ়িবলৈআহ্বানজনায়। “যেতিয়াইআপুনিপ্ৰস্তাৱনাখনৰমাজেৰেযাব, তেতিয়াইআপুনিএটানতুনদৃষ্টিভংগীপাব।প্ৰস্তাৱনাতসংবিধানখনকোনউৎসৰপৰাআহিছেসেইকথাউল্লেখকৰাহৈছে।ইয়াকসংবিধানৰঅংশহিচাপেব্যাখ্যাকৰাউচিত।প্ৰস্তাৱনাতউল্লেখকৰাউদ্দেশ্যসমূহতসংবিধানৰমৌলিকগাঁথনিসন্নিবিষ্টকৰাহৈছেযিটোসংবিধানৰ৩৬৮নংঅনুচ্ছেদৰঅধীনতক্ষমতাপ্ৰয়োগতসংশোধনকৰিবনোৱাৰি”, তেওঁলগতেকয়।
ইউএছটিএমৰশলাগলৈন্যায়াধীশভূঞাইকয়, “বিশ্ববিদ্যালয়খনকেৱলউচ্চশিক্ষাৰস্থাননহয়বৰঞ্চইযুৱমানসিকতাগঢ়িউঠাঠাই।মইনিশ্চিতযেযথাসময়তইউএছটিএমকেৱলদেশতেনহয়, ইয়াৰনামআৰুখ্যাতিদেশৰসীমাৰবাহিৰলৈওবিয়পিপৰিব”।
ছাত্ৰছাত্ৰীসকলকসম্বোধনকৰিন্যায়াধীশভূঞাইকয়যে১৪নংঅনুচ্ছেদ, আইনৰসন্মুখতসমতাআৰুআইনৰসমসুৰক্ষাৰউপাদানএটালৌকিকপ্ৰক্ৰিয়াহিচাপেদেখাদিবপাৰে, কিন্তুএইপ্ৰকাশভংগীৰঅপৰিসীমঅৰ্থআছেআৰুইআমাৰসংবিধানৰসাৰমৰ্মযিয়েভেটিগঠনকৰেআইনৰশাসনৰ।
তেওঁকয়যেপ্ৰাৰম্ভিকঅৱস্থাতসংশোধনীসন্দৰ্ভতসংবিধানৰমতামতআছিলযেসংবিধানৰযিকোনোঅংশসংশোধনীযোগ্য।সংবিধানৰমৌলিকগাঁথনিতত্ত্ববামতবাদকলৈ১৯৭৫চনৰপৰাবিতৰ্কচলিথকাবুলিউল্লেখকৰিসংবিধানৰকোনোধৰণৰসংশোধনৰসময়তসংবিধানৰমৌলিকগাঁথনিসলনিকৰিবনালাগেবুলিওতেওঁলগতেকয়।
ইয়াৰপূৰ্বেআদৰণিভাষণপ্ৰদানকৰেইউএছটিএমৰউপাচাৰ্যঅধ্যাপকজিডিশৰ্মাই।কাৰ্যসূচীৰসামৰণিপৰেইউএছএলআৰৰজ্যেষ্ঠঅধ্যাপকসুব্ৰমৰাজখোৱাইধন্যবাদজ্ঞাপনকৰাআৰুতাৰপিছতেৰাষ্ট্ৰীয়সংগীতগায়।