VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
May 30, 2023
in মুখ্য সংবাদ
দেশৰ শ্ৰেষ্ঠ মল্লযুঁজাৰুৱে হৰিদ্বাৰৰ গংগাত বিসর্জন দিব পদক, প্ৰতিবাদ কৰিও নাপালে ন্যায়
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

দীর্ঘদিনীয়া প্ৰতিবাদৰ পাছতো চৰকাৰৰ ফালৰ পৰা কোনো সহাঁৰি লাভ নকৰাত মল্লযুঁজাৰুসকলে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে ৷  গংগাত নিজৰ সকলো পদক বিসর্জন দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে তেওঁলোকে ৷ মঙলবাৰে সন্ধিয়া ৬ বজাত হৰিদ্বাৰত এই পদকসমূহ তেওঁলোকে বিসর্জন দিব । সাক্ষী মালিক, বিনেশ ফোগাট, বজৰং পুনিয়াৰ দৰে মল্লযুঁজাৰুসকলে বিসর্জন দিব ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পর্যায়ত লাভ কৰা পদক ৷ । দীৰ্ঘদিন ধৰি ব্ৰিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে মল্লযুঁজাৰুসকলে। কিন্তু এতিয়ালৈকে মল্লযুঁজাৰুৰ সিদ্ধান্তৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

দিল্লীৰ যন্তৰ মন্তৰৰ সন্মুখত কেইবাদিনো ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল মল্লযুঁজাৰুসকলে। দেওবাৰে নতুন সংসদ ভৱন উদ্বোধনৰ সময়ত তেওঁলোকে বিক্ষোভ প্ৰদৰ্শন কৰিছিল। সেই সময়ত তেওঁলোকক বলপূৰ্বকভাৱে আটক কৰি ৰখা হৈছিল। ব্ৰিজভূষণক গ্ৰেপ্তাৰ কৰাৰ দাবীত কেইবাদিনো ধৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। ইণ্ডিয়ান ৰেছলিং এছ’চিয়েশ্যনৰ সভাপতি ব্ৰিজভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হৈ আহিছে । অৱশ্যে কেন্দ্ৰীয় শাসকীয় বিজেপি সাংসদ ব্রিজভূষণে এই অভিযোগ অস্বীকাৰ কৰে৷ দিল্লীৰ যন্তৰ মন্তৰত মল্লযুঁজাৰুসকলে তেওঁক অপসাৰণ কৰাৰ দাবীত বিগত মাহৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। এইবাৰ তেওঁলোকে পদক বিসর্জনৰ কথা ঘোষণা কৰিছে।

 

মঙলবাৰে অলিম্পিকৰ পদক বিজয়ী সাক্ষীয়ে টুইট কৰি কয় ‘এই পদকসমূহ আমাৰ জীৱন। আজি সেইবোৰ গংগাত পেলাই দিয়াৰ পিছত আমাৰ জীৱন-যাপনৰ কোনো লাভ নাই। গতিকে পদকবোৰ পেলাই দিয়াৰ পিছত আমি ইণ্ডিয়া গেটৰ সন্মুখত অনশন কৰিম।” এই পোষ্টটোৰ পূৰ্বে সাক্ষীয়ে আন এটা টুইটত লিখিছে, “মহেন্দ্ৰ সিং ধোনী আৰু চেন্নাই ছুপাৰ কিংছলৈ অভিনন্দন। কেইজনমান খেলুৱৈয়ে অন্ততঃ কিছু সন্মান পোৱা দেখি ভাল লাগে।  ন্যায়ৰ বাবে আমাৰ যুঁজ অব্যাহত আছে ৷”

 

দিল্লী আৰক্ষীয়ে দেওবাৰে দিল্লীত মল্লযুঁজাৰু বিনেশ ফ’গাট, বজৰং পুনিয়া, সংগীতা ফ’গাট, সাক্ষী মালিককে ধৰি বহুকেইজনক গ্ৰেপ্তাৰ কৰে।

 

Previous Post

ছয় বছৰীয়া শিশুৰ ১২ টা শৃংগ জয়েৰে চমক , কম বয়সতে মাউণ্ট এভাৰেষ্ট জয় কৰিবলৈ কৰিছে পৰিকল্পনা

Next Post

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

Related Posts

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি
মুখ্য সংবাদ

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই
মুখ্য সংবাদ

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!
মুখ্য সংবাদ

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
১০ ঘণ্টাৰো অধিক সময় একে ঠাইত বহি কাম কৰে নেকি আপুনি ? গৱেষকৰ সকীয়নি -আক্ৰান্ত হ’ব পাৰে ডিমনেচিয়াত
মুখ্য সংবাদ

১০ ঘণ্টাৰো অধিক সময় একে ঠাইত বহি কাম কৰে নেকি আপুনি ? গৱেষকৰ সকীয়নি -আক্ৰান্ত হ’ব পাৰে ডিমনেচিয়াত

October 2, 2023
প্ৰেমৰ সম্পর্ক হৈ পৰিল বোজা!! বিয়াৰ প্ৰলোভনেৰে বৰপেটাৰ যুৱতীৰ সৈতে একেলগে থাকি ঘৰলৈ ওভতাৰ চেষ্টা ঝাৰখণ্ডৰ যুৱক
মুখ্য সংবাদ

প্ৰেমৰ সম্পর্ক হৈ পৰিল বোজা!! বিয়াৰ প্ৰলোভনেৰে বৰপেটাৰ যুৱতীৰ সৈতে একেলগে থাকি ঘৰলৈ ওভতাৰ চেষ্টা ঝাৰখণ্ডৰ যুৱক

October 2, 2023
আজিৰে পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰৰ পানীৰ বটল, কিমান মিলিলিটাৰৰ পানীৰ বটল বজাৰত নাপাব !
মুখ্য সংবাদ

আজিৰে পৰা বন্ধ নহয় ৫০০ মিলিলিটাৰৰ পানীৰ বটল, কিমান মিলিলিটাৰৰ পানীৰ বটল বজাৰত নাপাব !

October 2, 2023
Next Post
বিজেপিৰ প্ৰতি  বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে  ছিন্দেৰ সংগ !

বিজেপিৰ প্ৰতি বিৰক্ত! ২২ জন বিধায়ক, ৯ জন সাংসদে এৰিব বিচাৰিছে ছিন্দেৰ সংগ !

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7