VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

৫ আৰু ৬ জানুৱাৰিত জ্যোতি চিত্ৰবনত চলচ্চিত্ৰম্‌ নেচনেল ফিল্ম ফেষ্টিভেল

voicedesk by voicedesk
December 10, 2022
in মুখ্য সংবাদ
৫ আৰু ৬ জানুৱাৰিত জ্যোতি চিত্ৰবনত চলচ্চিত্ৰম্‌ নেচনেল ফিল্ম ফেষ্টিভেল
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

চলচ্চিত্ৰ প্ৰেমী সকলৰ বহু‌ অপেক্ষাৰ অন্ত পেলাই অৱশেষত গুৱাহাটীৰ জ্যোতি চিত্ৰবনত ২০২৩বৰ্ষৰ ৫ আৰু ৬ জানুৱাৰীত অনুষ্ঠিত হ’ব চলচ্চিত্ৰম্‌ নেচনেল ফিল্ম ফেষ্টিভেল ।

ৰবীন্দ্ৰ ভৱনত এই চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ৰবীন্দ্ৰ ভৱন সাজু হৈ নুঠাৰ পৰিপ্ৰেক্ষিতত চলচ্চিত্ৰম্‌ নেচনেল ফিল্ম ফেষ্টিভেল ৫ আৰু ৬ জানুৱাৰিত জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিছে চলচ্চিত্ৰম্‌ নেচনেল ফিল্ম ফেষ্টিভেলৰ আয়োজক সকলে ৷

৫‌ আৰু ৬তাৰিখে প্ৰতিদিনে ৰাতিপুৱা ১০ বজাৰ পৰা ৫ বজালৈ অনুষ্ঠিত হ’ব এই চলচ্চিত্ৰ মহোৎসৱ ৷

আয়োজক সকলে জনোৱা মতে জ্যোতি চিত্ৰবনত নতুনকৈ আৰম্ভ কৰা কেন্টিনৰ বাবে খাদ্য সংক্ৰান্তত কোনো অসুবিধাৰ সন্মুখীন নহ’ব চলচ্চিত্ৰ প্ৰেমী সকল ৷

উল্লেখযোগ্য যে উক্ত চলচ্চিত্ৰ মহোৎসৱত ‘মহিষাসুৰমৰ্দিনী’ ছবিৰ উত্তৰ-পূব ভাৰত প্ৰিমিয়াৰ আৰু ‘এ নোমাদ ৰিভাৰ’ (হিন্দী) ছবিৰ ভাৰত প্ৰিমিয়াৰ প্ৰদৰ্শিত হ’ব ৷

সেয়েহে ৫ আৰু ৬ জানুৱাৰি তাৰিখে জ্যোতি চিত্ৰবনত উপস্থিত থাকি উক্ত চলচ্চিত্ৰ মহোৎসৱখনি সুকলমে অনুষ্ঠিত হোৱাত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে চলচ্চিত্ৰম্‌ নেচনেল ফিল্ম ফেষ্টিভেলৰ আয়োজক সকলে।

Previous Post

প্ৰাতঃস্মৰণীয়…

Next Post

ব্ৰাজিলৰ হৈ আৰু নেখেলিবও পাৰে নেইমাৰে, বিশ্বকাপৰ পৰা বাহিৰ হৈয়ে অৱসৰৰ ইংগিত

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ব্ৰাজিলৰ হৈ আৰু নেখেলিবও পাৰে নেইমাৰে, বিশ্বকাপৰ পৰা বাহিৰ হৈয়ে অৱসৰৰ ইংগিত

ব্ৰাজিলৰ হৈ আৰু নেখেলিবও পাৰে নেইমাৰে, বিশ্বকাপৰ পৰা বাহিৰ হৈয়ে অৱসৰৰ ইংগিত

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7