VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অৰুণাচল সীমান্তত নিখোজ শ্ৰমিকক উদ্ধাৰৰ আৰ্জিৰে প্ৰধানমন্ত্ৰী- প্ৰতিৰক্ষা মন্ত্ৰীলৈ স্মৰকপত্ৰ নেমছুৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 23, 2022
in মুখ্য সংবাদ
মণিপুৰৰ ভূমিস্খলনত নিহত চাৰি শ্ৰমিকৰ মৃতদেহ স্ব-গৃহত উপস্থিত,স্ব-গৃহত শোকাকুল পৰিৱেশ

Representational Image

0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল সীমান্তৰ দুৰ্গম অঞ্চলৰ পৰা নিখোজ হোৱা অসমৰ শ্ৰমিকক উদ্ধাৰ কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দু আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ স্মৰকপত্ৰ প্ৰেৰণ কৰিছে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৱে । ছাত্ৰ সংগঠনটোৱে শ্ৰমিককেইজনক সোঁশৰীৰে উদ্ধাৰ কৰিবলৈ সেনাৰ দ্বাৰা উদ্ধাৰ অভিযান চলাবলৈ আহ্বান জনাইছে । স্মাৰক পত্ৰত উল্লেখ কৰা অনুসৰি ১৯ জন শ্ৰমিক যোৱা ১৩ জুলাইৰ পৰা সন্ধানহীন হৈ আছে। অৱশ্যে কালি সাত জন শ্ৰমিকক উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে । ৰাজ্যেৰ বৰপেটা, বাক্সা, বঙাইগাঁও, ধুবুৰী, কোকৰাঝাৰ আৰু কামৰূপৰ ভিন্ন স্থানৰ পৰা গৈ শ্ৰমিক কেইজন ভাৰত -চীন সীমাৰ অৰুণাচলৰ দুৰ্গম অঞ্চলৰ ছাঁৰলী-হুৰি পথ নিৰ্মাণত কৰ্মৰত আছিল। সীমান্ত পথ সংস্থাৰ অধীনত নিৰ্মাণ কৰি থকা পথছোৱাত কাম কৰিবলৈ ব্যক্তিগত ঠিকাদাৰৰ অধীনত শ্ৰমিক কেইজন নিয়োজিত কৰা হৈছিল। কুৰোঙ কুমে জিলাৰ প্ৰশাসনে সদৰী কৰা অনুসৰি শ্ৰমিক কেইজন নিৰ্মান স্থলীৰ পৰা পলায়ন কৰিছে। জিলা প্ৰশাসনে অভিযান চলাইছে যদিও আটাইকেইজন শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই । সেয়েহে ছাত্ৰ সন্থাৰ সভাপতি বদৰুল ইছলাম, প্ৰশাসনিক সাধাৰণ সম্পাদক মিনহাজুল ইমৰান আৰু সাধাৰণ সম্পাদক জিয়াউল হকে স্বাক্ষৰ কৰা স্মৰকপত্ৰৰ জৰিয়তে শীঘ্ৰে শ্ৰমিক কেইজনক উদ্ধাৰৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। দীৰ্ঘ দিন ধৰি শ্ৰমিক কেইজন নিখোজ হৈ থকাৰ ফলত তেওঁলোকৰ পৰিয়াল চিন্তিত হৈ পৰিছে ।

Previous Post

চিকিৎসালয়ৰ পৰা ঘৰলৈ আহিল যুৱপ্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গ

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা
মুখ্য সংবাদ

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ  খুন্দাত  নিহত  দম্পতী
মুখ্য সংবাদ

ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ খুন্দাত নিহত দম্পতী

August 6, 2022
একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?
মুখ্য সংবাদ

একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?

August 6, 2022
সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল  বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু
মুখ্য সংবাদ

সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু

August 6, 2022
এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ
মুখ্য সংবাদ

এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ

August 6, 2022
আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান
মুখ্য সংবাদ

আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান

August 6, 2022
Next Post
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7