VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গান্ধী-মোদীক এদাল সূতাৰে বান্ধিলে বাঘে, ইন্দিৰাৰ প্ৰকল্পৰ সোণালী জয়ন্তী উদযাপনত অংশ ল’ব নৰেন্দ্ৰ মোদীয়ে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 8, 2023
in মুখ্য সংবাদ
৪০ লাখ শিক্ষার্থীলৈ  মোদীয়ে দিব চিঠি , ব্যয় হ’ব ৪০ কোটি টকা
0
SHARES
8
VIEWS
Share on FacebookShare on Twitter

১৯৭২ চনত টাইগাৰ টাস্ক ফ’ৰ্চৰ অন্তিম পৰ্যায়ত প্ৰতিবেদনত মাত্ৰ ১,৮২৭ টা বাঘ থকাৰ কথা উল্লেখ কৰাৰ পাছত তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে তাংক্ষণিক পদক্ষেপ গ্ৰহণ কৰিছিল ৷ ভাৰতৰ ৰাষ্ট্ৰীয়  প্ৰাণীটো সংৰক্ষণৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ তেওঁ খৰখেদা কৰিছিল। ফলত ১৯৭৩ চনৰ নৱেম্বৰ মাহত কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়ে ‘ব্যঘ্ৰপ্ৰকল্প’ (প্ৰকল্প বাঘ) আৰম্ভ কৰে।

 

এইবাৰ সেই পদক্ষেপৰ অৰ্ধশতিকা সম্পূৰ্ণ হৈছে। আৰু কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পূৰ্বে সেই কাৰ্যসূচী ব্যৱহাৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাক্ষিণাত্য ভ্ৰমণলৈ যাব । দেওবাৰে পুৱা তেওঁ কৰ্ণাটকৰ বান্দীপুৰ ব্যঘ্ৰ প্ৰকল্প পৰিদৰ্শন কৰিব। মধ্যপ্ৰদেশৰ পিছত কৰ্ণাটকৰ এই বনাঞ্চলত আছে  দেশৰ ভিতৰতে সৰ্বাধিক বাঘৰ বাসস্থান। প্ৰধানমন্ত্ৰীয়ে সেই ৰাজ্যৰ মহীশূৰত তিনিদিনীয়া ‘ব্যঘ্ৰ প্ৰকল্পৰ ৫০ বছৰ স্মৰণ’ কাৰ্যসূচীও উদ্বোধন কৰিব। তাত তেওঁ বাঘ সংৰক্ষণ কাৰ্যসূচীৰ পঞ্চম পৰ্যায়ৰ প্ৰতিবেদন আৰু ‘প্ৰকল্প বাঘ’ৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে এটা স্মৃতি মুদ্ৰা মুকলি কৰা হ’ব ৷ ব্যঘ্ৰ প্ৰকল্পৰ নিৰীক্ষণৰ দায়িত্বত থকা কুনকি হাতী বাহিনীৰ থেপ্পাকাডু প্ৰশিক্ষণ শিবিৰো মোদীয়ে পৰিদৰ্শন কৰাৰ কথা। বান্দীপুৰৰ ওচৰৰ তামিলনাডুৰ মুডুমলাই বাঘ প্ৰকল্পলৈ যাব প্ৰধানমন্ত্ৰী । তাত প্ৰধানমন্ত্ৰীয়ে ‘আন্তঃৰাষ্ট্ৰীয় বিগ কেটছ এলায়েন্স’ (আই বি চি এ)ৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। আই বি চি এ-এ বিশ্বজুৰি ৭টা বৃহৎ  সংৰক্ষণৰ কাম কৰে। ইয়াৰ ভিতৰত প্ৰথম ৪টা প্ৰজাতি ভাৰতত পোৱা গৈছিল। শেহতীয়াকৈ মোদীৰ উদ্যোগত নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতৰ বনাঞ্চললৈ চিতাক পুনৰ সংস্থাপন কৰা হৈছে। দেশৰ বিভিন্ন অৰণ্যত এতিয়া তেওঁলোকৰ সংখ্যা ৩ হাজাৰৰ ওচৰ চাপিছে।

 

Previous Post

আই পি এলৰ দুখবৰঃ গুৱাহাটীসহ এসপ্তাহলৈ নেদেখিব বাটলাৰৰ যাদু

Next Post

অতিৰিক্ত ঘাম ওলোৱাৰ বাবে দূর্বল অনুভৱ কৰে নেকি ? গৰমৰ দিনত কোন তিনিবিধ পানীয়ই আপোনাৰ শৰীৰ শীতল কৰি তুলিব ?

Related Posts

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন
মুখ্য সংবাদ

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন
মুখ্য সংবাদ

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত  শ্বাহ
মুখ্য সংবাদ

অমৰনাথ যাত্ৰাত উগ্ৰপন্থী আক্ৰমণৰ শংকা, নিৰাপত্তা সভাত মিলিত অমিত শ্বাহ

June 10, 2023
লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা
মুখ্য সংবাদ

লক্ষ্য নির্বাচন ! ঋণত ডুব যোৱা পাকিস্তানে চৰকাৰী কৰ্মচাৰীক সুখী কৰিবলৈ বৃদ্ধ কৰিলে৩৫ শতাংশ দৰমহা

June 10, 2023
এতিয়াও শান্ত হোৱা নাই  মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব
মুখ্য সংবাদ

এতিয়াও শান্ত হোৱা নাই মণিপুৰ, ৰাজ্যত সশস্ত্ৰ বাহিনীৰ ১১৪টা কোম্পানীক পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব

June 10, 2023
শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি
মুখ্য সংবাদ

শকত হোৱা বুলি স্বামীৰ মন্তব্যত খোৱা বোৱা এৰি ২২ কিলোগ্ৰামলৈ ওজন হ্ৰাস কৰিলে মহিলাই ! অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভর্ত্তি

June 10, 2023
Next Post
অতিৰিক্ত ঘাম ওলোৱাৰ বাবে দূর্বল অনুভৱ কৰে নেকি ? গৰমৰ দিনত কোন তিনিবিধ পানীয়ই আপোনাৰ শৰীৰ শীতল কৰি তুলিব ?

অতিৰিক্ত ঘাম ওলোৱাৰ বাবে দূর্বল অনুভৱ কৰে নেকি ? গৰমৰ দিনত কোন তিনিবিধ পানীয়ই আপোনাৰ শৰীৰ শীতল কৰি তুলিব ?

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7