VOICE 24x7
Monday, August 8, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

যান-বাহনৰ চলাচল পৰিচালনা কৰ্তৃপক্ষই কিয় দূৰ কৰিব পৰা নাই জালুকবাৰী ৰোটাৰী পইণ্টৰ যান-জঁট ?

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা স্বত্বেও যান-বাহন চলাচল সুশৃংখল কৰিবলৈ কিয় সক্ষম হোৱা নাই কৰ্তৃপক্ষ ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 6, 2022
in মুখ্য সংবাদ
যান-বাহনৰ  চলাচল পৰিচালনা  কৰ্তৃপক্ষই কিয় দূৰ কৰিব পৰা নাই জালুকবাৰী ৰোটাৰী পইণ্টৰ  যান-জঁট ?
0
SHARES
4
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীৰ জালুকবাৰী ৰোটাৰী পইণ্টৰ যান-জঁট কোনো নতুন কথা নহয়। অৱশ্যে এই যান-জঁটৰ বাবে নিশ্চয়কৈ  দায়বদ্ধ মহানগৰীৰ যান-বাহনৰ  চলাচল পৰিচালনা  কৰ্তৃপক্ষ  ৷ কিন্তু  গুৱাহাটী  উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা স্বত্বেও তেওঁলোকে এই অঞ্চলটোত কিয়  যান-বাহন চলাচল সুশৃংখল কৰিবলৈ সক্ষম হোৱা নাই সেয়াও বৰ্তমান সময়ত এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে ।

গুৱাহাটীত যান-জঁটৰ ওপৰত দাখিল কৰা এখন পিআইএলৰ (৭২/২০১৬) শুনানি গ্ৰহণ কৰি গুৱাহাটী  উচ্চ ন্যায়ালয়ৰ এটা খণ্ড বিচাৰপীঠে  ৭ জানুৱাৰী, ২০২০ তাৰিখে ইয়াৰ নিৰ্দেশ জাৰি কৰে। এই  নিৰ্দেশত বিচাৰপীঠে কয়, “এইটো লক্ষ্য কৰা হৈছে যে বাছবোৰ জালুকবাৰী ৰোটাৰী পইণ্টত ৰয়  যদিও সেই ঠাইত কোনো বাছ ষ্টপ নাই। আমি ইয়াৰ দ্বাৰা সকলো সংশ্লিষ্ট সংস্থাক নিৰ্দেশ দিছো যাতে জালুকবাৰী ৰোটাৰী পইণ্টত বাছ বোৰ ৰৈ নাযায়।”

নিৰ্দেশটোত আৰু কোৱা হৈছে, “সেই অঞ্চলৰ খাদ্য বিক্ৰেতাসকলকো আঁতৰ কৰা হ’ব। এই সন্দৰ্ভত আমি ৰাজহুৱা নিৰ্মাণ বিভাগৰ আয়ুক্ত আৰু সচিব আৰু গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তক প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ নিৰ্দেশ দিছো।” কিন্তু  আদালতৰ নিৰ্দেশ স্বত্বেও কৰ্তৃপক্ষই জালুকবাৰী ৰোটাৰী পইণ্টত বাছবোৰ নৰ’বৰ  বাবে কোনো দৃঢ় পদক্ষেপ লোৱা হোৱা নাই। লগতে খাদ্য বিক্ৰেতাসকলকো সেই স্থানৰ পৰা উচ্ছেদ কৰিবলৈ কোনো ধৰণৰ পদক্ষেপ লোৱা হোৱা নাই কৰ্তৃপক্ষই।

নলবাৰী আৰু বৰপেটাৰ পৰা অহা আৰু জালুকবাৰী ৰোটাৰী পইণ্টত খানাপাৰা অভিমুখে যোৱা বাছবোৰ যাত্ৰী উঠাবলৈ বা নমাবলৈ সেই ঠাইত ৰয়।আনহাতে  জালুকবাৰী অভিমুখে অহা চিটি বাছবোৰো সেই ঠাইতেই ৰয়। তদুপৰি  গোৱালপাৰা আৰু ধুবুৰীৰ পৰা অহা বাছবোৰ  আৰু  টেম্পো, ট্ৰেভেলাৰ , মেজিক সমূহো  ড০ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ ওচৰত যাত্ৰী তুলিবলৈ ৰোৱাৰ ফলত  পৰিবেশ বিশৃংখল হৈ পৰে।

আনফালে ফল বিক্ৰেতাৰ উপৰিও, জালুকবাৰী ৰোটাৰী পইণ্টত সৰু চাহ আৰু পাণৰ দোকানো যথেষ্ট আছে । কিন্তু স্পষ্টকৈ, কোনেও আদালতৰ নিৰ্দেশনাক গুৰুত্বসহকাৰে লোৱা নাই।

জালুকবাৰী নগৰিক সমিতি আৰু ড০ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰই  কৈছিল যে তেওঁলোকে আৰক্ষী, জিলা প্ৰশাসন আৰু গুৱাহাটী পৌৰ নিগমৰ (জিএমচি) ওচৰত খাদ্য বিক্ৰেতাসকলক উচ্ছেদ কৰিবলৈ আৰু জালুকবাৰী ৰোটাৰী পইণ্টত বাছ নৰখাবলৈ বহুবাৰ আহ্বান জনাইছিল। কিন্তু কোনো লাভ নহ’ল।

সংশ্লিষ্ট কৰ্তৃপক্ষই কেতিয়াবা  ষ্টলবোৰ আঁতৰ কৰে। কিন্তু এদিন বা দুদিনৰ পিছত, ষ্টলবোৰ  সেই স্থানত পুনৰ  বহে।সেয়েহে অৱশেষত উপায়ন্তৰ হৈ  জনসচেতন অংশই কৰ্তৃপক্ষক জালুকবাৰী ৰোটাৰী পইণ্টত যান-জঁট দূৰ কৰিবলৈ আৰু লগতে  ড০ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ পবিত্ৰতা বজাই ৰাখিবলৈ স্থায়ী পদক্ষেপ ল’বলৈ আহ্বান জনাইছে।

Previous Post

অটোৰিক্সাই পিছ পেলালে মার্চিডিছক—কাক উদ্দ্য়েশি ক’লে মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী একনাথ ছিন্দেই !!

Next Post

অসুস্থ লালু প্ৰসাদ য়াদৱঃ পুত্ৰলৈ ফোন কৰি খবৰ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

Related Posts

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা
মুখ্য সংবাদ

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ  খুন্দাত  নিহত  দম্পতী
মুখ্য সংবাদ

ক্ষেত্ৰীত কলং-কপিলি এক্সপ্ৰেছৰ খুন্দাত নিহত দম্পতী

August 6, 2022
একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?
মুখ্য সংবাদ

একেনিশাই আকাশলংঘী হ’ল ইন্ধনৰ মূল্য, শ্ৰীলংকাৰ দৰে অৱস্থা হ’ব নেকি বাংলাদেশৰ ?

August 6, 2022
সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল  বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু
মুখ্য সংবাদ

সুৰা নিষিদ্ধ বিহাৰত ক’ৰ পৰা আহিল বিষাক্ত সুৰা? পুনৰ বিষাক্ত সুৰা পান কৰি ১১ জনৰ মৃত্যু

August 6, 2022
এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ
মুখ্য সংবাদ

এইবাৰ মণিপুৰত হ’ব এন আৰ চি-ৰাজ্যিক জনসংখ্যা আয়োগ, বিধানসভাত গ্ৰহণ কৰিলে প্ৰস্তাৱ

August 6, 2022
আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান
মুখ্য সংবাদ

আলফা(স্বা)ৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান

August 6, 2022
Next Post
অসুস্থ লালু প্ৰসাদ য়াদৱঃ পুত্ৰলৈ ফোন কৰি খবৰ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

অসুস্থ লালু প্ৰসাদ য়াদৱঃ পুত্ৰলৈ ফোন কৰি খবৰ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

হেপ্পী ফ্ৰেইণ্ডশ্বিপ্‌ ডে’

August 8, 2022
১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

১০ আগষ্টত ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট ফ’ৰামৰ বিশেষ সভা

August 7, 2022
প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 7, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7