VOICE 24x7
Wednesday, August 10, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অটোৰিক্সাই পিছ পেলালে মার্চিডিছক—কাক উদ্দ্য়েশি ক’লে মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী একনাথ ছিন্দেই !!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
July 6, 2022
in ৰাজনীতি
অটোৰিক্সাই পিছ পেলালে মার্চিডিছক—কাক উদ্দ্য়েশি ক’লে মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী একনাথ ছিন্দেই !!
0
SHARES
5
VIEWS
Share on FacebookShare on Twitter

মহাৰাষ্ট্ৰত উদ্ধৱ থাকৰে চৰকাৰৰ বিৰুদ্ধে বিসম্বাদ আৰম্ভ কৰি গৰিষ্ঠসংখ্যক বিধায়কৰ সমর্থনত নতুন চৰকাৰ গঠন কৰিলে একনাথ ছিন্দেই ৷ ৰাজনীতিৰ সৈতে ঘটনাক্ৰমে জড়িত হৈ পৰা ছিন্দেই একালত অটো চলাই জীৱন নির্বাহ কৰাক লৈ শিৱসেনাৰ একাংশ  বিধায়কে তুচছ্য তাচ্চিল্য কৰি আহিছে ৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰী একনাথ ছিন্দেই এই বিধায়কসকলক উচিত প্ৰত্যুত্তৰ দি কয় যে অটোৰিক্সাই  মার্চিডিছক পিছ পেলালে ৷ জীৱিকাৰ বাবে অটোৰিক্সা চলাই থকাৰ সময়ত তেওঁৰ অতীতৰ কথা উল্লেখ কৰি  মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ ছিন্দেই শিৱসেনাৰ সভাপতি উদ্ধৱ থাকৰেক উদ্দ্যেশি এনেদৰে কয় ৷ মাৰাঠী ভাষাত টুইট কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে অটোৰিক্সাই মাৰ্চিডিজ (গাড়ী)ক পিছ পেলালে ৷ কাৰণ এইখন সাধাৰণ মানুহৰ চৰকাৰ।

যোৱা সপ্তাহত কমেও ৪০ জন বিধায়কৰ সৈতে শিৱসেনা নেতৃত্বৰ বিৰুদ্ধে ছিন্দেই বিসম্বাদৰ নেতৃত্ব দি থকাৰ সময়ত সেনাৰ একাংশ নেতাই “অটো ৰিক্সা চালক” বুলি তেওঁক ঠাট্টা কৰিছিল। উদ্ধৱ থাকৰেই  আস্থা ভোটৰ সন্মুখীন নোহোৱাকৈ  মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ এদিন পিছতে বিজেপি নেতা দেৱেন্দ্ৰ ফাৰনাবিছক উপ-মুখ্যমন্ত্ৰী হিচাপে লৈ ৩০ জুনত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল একনাথ ছিন্দেই ৷

Previous Post

হিমাচলত ডাঁৱৰ বিস্ফোৰণৰ পাছতে বানৰ ভয়াৱহ ৰূপ, ভূমিস্খলনত নিহত এজন

Next Post

যান-বাহনৰ চলাচল পৰিচালনা কৰ্তৃপক্ষই কিয় দূৰ কৰিব পৰা নাই জালুকবাৰী ৰোটাৰী পইণ্টৰ যান-জঁট ?

Related Posts

মহাৰাষ্ট্ৰ কেবিনেট সম্প্ৰসাৰণ: একনাথ চিন্দে মন্ত্ৰীসভাৰ মন্ত্ৰীসকলৰ সম্পূৰ্ণ তালিকা
ৰাজনীতি

মহাৰাষ্ট্ৰ কেবিনেট সম্প্ৰসাৰণ: একনাথ চিন্দে মন্ত্ৰীসভাৰ মন্ত্ৰীসকলৰ সম্পূৰ্ণ তালিকা

August 9, 2022
কি বিশেষ দিনৰ বাবে ছচিয়েল মিডিয়াৰ ডিপিত ৰাষ্ট্ৰীয় পতাকাৰ ছবি লগাবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰীয়ে !!
ৰাজনীতি

কি বিশেষ দিনৰ বাবে ছচিয়েল মিডিয়াৰ ডিপিত ৰাষ্ট্ৰীয় পতাকাৰ ছবি লগাবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰীয়ে !!

August 2, 2022
এনফর্চমেণ্টে মন্ত্ৰীক গ্ৰেপ্তাৰৰ পাছতে কেবিনেট পুনৰ সালসলনিৰ প্ৰস্তুতি মমতাৰ, অন্তর্ভুক্ত হ’ব নতুন মুখ
ৰাজনীতি

এনফর্চমেণ্টে মন্ত্ৰীক গ্ৰেপ্তাৰৰ পাছতে কেবিনেট পুনৰ সালসলনিৰ প্ৰস্তুতি মমতাৰ, অন্তর্ভুক্ত হ’ব নতুন মুখ

August 1, 2022
মহাৰাষ্ট্ৰক লৈ বিতর্কিত মন্তব্য ৰাজ্যপাল কোছিয়াৰীৰ, ক’লে এই কথা
ৰাজনীতি

মহাৰাষ্ট্ৰক লৈ বিতর্কিত মন্তব্য ৰাজ্যপাল কোছিয়াৰীৰ, ক’লে এই কথা

July 30, 2022
দ্ৰৌপদী মুর্মুক ‘ৰাষ্ট্ৰপত্নী’ বুলি সম্বোধন কৰিলে কংগ্ৰেছ নেতাই, ক্ষমা ভিক্ষাৰ দাবী বিজেপিৰ, উত্তাল সংসদ
ৰাজনীতি

দ্ৰৌপদী মুর্মুক ‘ৰাষ্ট্ৰপত্নী’ বুলি সম্বোধন কৰিলে কংগ্ৰেছ নেতাই, ক্ষমা ভিক্ষাৰ দাবী বিজেপিৰ, উত্তাল সংসদ

July 28, 2022
তিনিদিনত ১২ ঘণ্টা জেৰা, সুধিলে ১০০ টা প্ৰশ্নঃ ইডিৰ সন্মুখত কি পৰিস্থিতিৰ সন্মুখীন হ’ল কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধী !!
ৰাজনীতি

তিনিদিনত ১২ ঘণ্টা জেৰা, সুধিলে ১০০ টা প্ৰশ্নঃ ইডিৰ সন্মুখত কি পৰিস্থিতিৰ সন্মুখীন হ’ল কংগ্ৰেছ অধ্যক্ষা ছোনিয়া গান্ধী !!

July 27, 2022
Next Post
যান-বাহনৰ  চলাচল পৰিচালনা  কৰ্তৃপক্ষই কিয় দূৰ কৰিব পৰা নাই জালুকবাৰী ৰোটাৰী পইণ্টৰ  যান-জঁট ?

যান-বাহনৰ চলাচল পৰিচালনা কৰ্তৃপক্ষই কিয় দূৰ কৰিব পৰা নাই জালুকবাৰী ৰোটাৰী পইণ্টৰ যান-জঁট ?

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • মুকলি হ’ল বুলু ফিল্মৰ ট্ৰেইলৰ

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • শ্রী মৃণাল কান্তি চক্ৰৱৰ্তীৰ সৈতে অন্তৰংগ আলাপ

    1 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

প্ৰাতঃস্মৰণীয়…

প্ৰাতঃস্মৰণীয়…

August 10, 2022
“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

“সাপ্তাহিক কলংপাৰ” কাকতৰ সম্পাদকৰ জন্মদিন উদযাপন, চিকিৎসালয়তে গ্ৰন্থ “স্বপ্নভঙ্গ” উন্মোচন

August 10, 2022
আপোনাৰ চকুযুৰিৰ কিদৰে যত্ন ল’ব জানো আহক

কম বয়সতে চকুত চানি পৰা ৰোগে দেখা দিছে নেকি ? প্ৰতিকাৰৰ আছে উপায় , জানো আহক

August 10, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7