VOICE 24x7
Sunday, September 24, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰেমিকৰ সৈতে কাজিয়া কৰি ১৫০ ফুট উচ্চতাৰ বিদ্যুৎ টাৱাৰত উঠিল যুৱতী!

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 7, 2023
in মুখ্য সংবাদ
প্ৰেমিকৰ সৈতে কাজিয়া কৰি ১৫০ ফুট উচ্চতাৰ বিদ্যুৎ টাৱাৰত উঠিল যুৱতী!
0
SHARES
52
VIEWS
Share on FacebookShare on Twitter

 

প্ৰেমিকৰ সৈতে কাজিয়া কৰি ১৫০ ফুট উচ্চতাৰ বিদ্যুৎ টাৱাৰত উঠিল এগৰাকী যুৱতী। অভিমান ভাঙিবলৈ প্ৰেমিকাৰ পিছে পিছে  টাৱাৰটোৰ ওপৰলৈ উঠি গ’ল প্ৰেমিকো ৷ এই ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত বিয়পি পৰিছে।

 

ভাইৰেল ভিডিঅ’টোত দেখা পোৱা অনুসৰি এটা বিশাল টাৱাৰ আৰু তাৰ ওপৰত যুৱতীগৰাকী। তেওঁক ভালকৈ দেখা পোৱা নাযায়। টাৱাৰৰ ওপৰত সৰু ক’লা বিন্দু এটা হিচাপেহে তেওঁক দেখা যায়। ভিডিঅ’টোত জুম কৰিলে টাৱাৰটোত এটা নহয়, দুটা ক’লা বিন্দু দেখা যায়। দ্বিতীয় জন হ’ল ছোৱালীজনীৰ প্ৰেমিক। তেতিয়াও সি টাৱাৰৰ ওপৰলৈ একেবাৰে যাব পৰা নাছিল। লাহে লাহে সি অলপ অলপকৈ বগাই প্ৰেমিকাৰ ওচৰ চাপিবলৈ চেষ্টা চলাইছে ৷

 

 

ছত্তীশগড়ৰ গোৰেলা পেন্দ্ৰ মাৰৱাহী জিলাত সংঘটিত হৈছে এই ঘটনা। ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰে। ঘটনাৰ খবৰ পাই অঞ্চলটোত উপস্থিত হয় আৰক্ষী। ৩০ মিনিটৰ ভিতৰতে দুয়োজন লোকক টাৱাৰৰ পৰা নিৰাপদে নমাই অনা হয়।

 

আৰক্ষীয়ে জানিবলৈ দিয়া মতে যুৱতীগৰাকীৰ নাম অনিতা। কাষৰীয়া গাঁৱৰ মুকেশ নামৰ যুৱক এজনৰ সৈতে বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্কত লিপ্ত হৈছিল। শেহতীয়াকৈ কোনো এটা বিষয়ক লৈ তেওঁলোকৰ মাজত বিবাদ হৈছিল। খঙতে যুৱতীগৰাকীয়ে টাৱাৰত উঠি যায় । যুৱকজনেও তেওঁক বচাবলৈ টাৱাৰটোত উঠি যায় ৷ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Previous Post

বিশ্বকাপৰ আৰম্ভ হোৱাৰ ৫৯ দিন আগতে ৰোহিত শর্মাৰ হাতত বিশ্বকাপৰ ট্ৰফী, কিন্তু কিয় ?

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ
মুখ্য সংবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?
মুখ্য সংবাদ

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?
মুখ্য সংবাদ

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ
মুখ্য সংবাদ

পর্যটন মন্ত্ৰালয়ৰ চলিত বর্ষৰ শ্ৰেষ্ঠ পর্যটন গাওঁ হিচাপে স্থান লাভ বিশ্বনাথ ঘাটৰ

September 22, 2023
উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত  দ গাঁতত পৰি মহিলাৰ মৃত্যু
মুখ্য সংবাদ

উত্তৰ গুৱাহাটীত অঘটন, কৃত্ৰিম বানৰ ফলত দ গাঁতত পৰি মহিলাৰ মৃত্যু

September 22, 2023
গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক
মুখ্য সংবাদ

গর্ভৱতী মহিলাক যৌন নির্যাতন, গ্ৰেপ্তাৰ চিকিৎসক

September 22, 2023
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7