VOICE 24x7
Friday, June 9, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কৰ্ণাটকত পাঁচ বছৰীয়া শিশুৰ শৰীৰত জিকা ভাইৰাছৰ সংক্ৰমণ, চৰকাৰৰ সতর্কবাণী জাৰি

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 13, 2022
in মুখ্য সংবাদ
কৰ্ণাটকত পাঁচ বছৰীয়া শিশুৰ শৰীৰত জিকা ভাইৰাছৰ সংক্ৰমণ, চৰকাৰৰ সতর্কবাণী জাৰি
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

কৰ্ণাটকত ধৰা পৰিছে জিকা ভাইৰাছৰ সংক্ৰমণ ৷ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কে সুধাকৰে প্ৰকাশ কৰা অনুসৰি ৰাইচুড জিলাৰ এটি পাঁচ বছৰীয়া কিশোৰীৰ শৰীৰত এই ভাইৰাছ পোৱা গৈছে। তেওঁ কয়, ‘ৰাজ্যত এইটোৱেই প্ৰথম জিকা ভাইৰাছ সংক্ৰমণৰ ঘটনা ৷ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে চৰকাৰে। পৰিস্থিতি চম্ভালিবলৈ স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু।”

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, যোৱা ৫ ডিচেম্বৰত শিশুটিৰ তেজৰ নমুনা পুনেৰ পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। তিনিটা নমুনা প্ৰেৰণ কৰা হয়। ইয়াৰে দুটা নিগেটিভ আৰু এজন পজিটিভ পোৱা গৈছে। ৮ ডিচেম্বৰত স্বাস্থ্য বিভাগে এই প্ৰতিবেদন লাভ কৰিছিল। এই ভাইৰাছৰ সৈতে জড়িত গাইডলাইনো শীঘ্ৰে জাৰি কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে কয়। কিন্তু এই ভাইৰাছক লৈ আতংক বা চিন্তাৰ কোনো কাৰণ নাই বুলিও তেওঁ আশ্বাস দিয়ে।

ইয়াৰ পূৰ্বে কেৰালা, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশত জিকা ভাইৰাছ ধৰা পৰিছিল। অৱশ্যে এইবাৰ প্ৰথমবাৰৰ বাবে কৰ্ণাটকত এই ভাইৰাছৰ সংক্ৰমণ হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁৰ ভাষাত, “ৰাজ্যত চিকুণগুনিয়া আৰু ডেংগু পৰীক্ষা চলি আছিল। এই নমুনাসমূহ পুনে পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হয়। তেতিয়াই জিকা ভাইৰাছৰ সংক্ৰমণ  পোহৰলৈ আহে।” সতৰ্কতা বৃদ্ধিৰ উপৰি প্রতিখন জিলা প্রশাসনক প্রয়োজনীয় পদক্ষেপ ল’বলৈ নির্দেশ দিয়া হৈছে৷ মন্ত্ৰী সুধাকৰে পৰামৰ্শ দিয়ে যে যদি সংক্ৰমণক লৈ কোনো সন্দেহ হয় তেন্তে সংশ্লিষ্ট ব্যক্তিজনক চিকিৎসালয়ত ভৰ্তি কৰাব লাগে। লগতে জিকা ভাইৰাছ ধৰা পৰা শিশুটিৰ বহিঃৰাজ্য ভ্ৰমণৰ কোনো বৃত্তান্ত নাই বুলিও তেওঁ কয়।

 

Previous Post

নৌসেনাৰ ঐতিহাসিক সিদ্ধান্ত! বিশেষ কমাণ্ডো বাহিনী ‘মাৰ্কছ’ত অর্ন্তভুক্ত হ’ব মহিলা

Next Post

খাদ্যৰ নিয়ন্ত্ৰণেও ওজন কমাব পৰা নাই নেকি ? কি কৰিলে নিয়ন্ত্ৰণলৈ আহিব আপোনাৰ ওজন !!

Related Posts

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন
মুখ্য সংবাদ

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু
মুখ্য সংবাদ

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো
মুখ্য সংবাদ

১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো

June 8, 2023
নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
মুখ্য সংবাদ

নগাঁৱৰ শিঙিয়া বিশ্বম্ভৰ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

June 8, 2023
হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক
মুখ্য সংবাদ

হংকঙক অতিক্ৰমি বিশ্বৰ আটাইতকৈ ব্যয়বহুল চহৰত পৰিণত নিউয়র্ক

June 8, 2023
দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!
মুখ্য সংবাদ

দিল্লীৰ ছিৰি গড়ত উদ্ধাৰ হ’ল চুলতান যুগৰ সুৰংগ!

June 8, 2023
Next Post
খাদ্যৰ নিয়ন্ত্ৰণেও  ওজন কমাব পৰা নাই নেকি ? কি কৰিলে নিয়ন্ত্ৰণলৈ আহিব আপোনাৰ ওজন !!

খাদ্যৰ নিয়ন্ত্ৰণেও ওজন কমাব পৰা নাই নেকি ? কি কৰিলে নিয়ন্ত্ৰণলৈ আহিব আপোনাৰ ওজন !!

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 9, 2023
চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

চচল শতদল শাখা সাহিত্য সভাৰ দ্বাৰা “স্মৃতি দিৱস” উদ্ যাপন

June 8, 2023
বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

বৰ্ণিহাটত জলপ্ৰপাতত ডুবি নগাঁৱৰ ৰহাৰ যুৱকৰ মৃত্যু

June 8, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7