VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দেশত হংকং ফ্লুত দুজন লোকৰ মৃত্যু! অধিক বিপজ্জনক হৈ পৰা এইচ ৩এন২ ভাইৰাছৰ পৰা কিদৰে বাচিব ? শিশুক লৈ সাৱধান হ’বলৈ কেন্দ্ৰই দিছে সকীয়নি !

voicedesk by voicedesk
March 11, 2023
in মুখ্য সংবাদ
দেশত হংকং ফ্লুত দুজন লোকৰ মৃত্যু! অধিক বিপজ্জনক হৈ পৰা এইচ ৩এন২ ভাইৰাছৰ পৰা কিদৰে বাচিব ? শিশুক লৈ সাৱধান হ’বলৈ কেন্দ্ৰই দিছে সকীয়নি !
0
SHARES
15
VIEWS
Share on FacebookShare on Twitter

এইচ ৩এন২ ভাইৰাছৰ ফলত দেশত প্ৰথমবাৰৰ বাবে দুজন লোকৰ মৃত্যু হৈছে ৷ নিহতসকলৰ এজন হাৰিয়ানাৰ, আনজন কৰ্ণাটকৰ। এই খবৰ বিয়পি পৰাৰ লগে লগে বিভিন্ন মহলত আতংকৰ সৃষ্টি হ’ল। চিকিৎসকৰ মতে, এইবাৰ ভাইৰাছে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। গতিকে সাৱধান হোৱাটো জৰুৰী। কিন্তু কেনেকৈসাৱধান হ’ব আপুনি ?

 

এইচ ৩এন২  ভাইৰাছৰ ক্ৰমবৰ্ধমান পৰিস্থিতিক লৈ চিন্তিত হৈ পৰিছে চিকিৎসক। চিকিৎসকে দাবী কৰিছে যে যোৱা ছমাহত এই ভাইৰাছে অভাৱনীয়ভাৱে ৰূপ সলনি কৰিছে। এই ভাইৰাছৰ দ্বাৰা সৃষ্টি হোৱা ফ্লুক ‘হংকং ফ্লু’ বুলি কোৱা হয়। ইনফ্লুৱেঞ্জা এ ভাইৰাছৰ এই উপপ্ৰকাৰটো আন উপপ্ৰকাৰতকৈ অধিক সংক্ৰামক। এতিয়া এইচ ৩এন২  ভাইৰাছৰ সংক্ৰমণ ক্ষমতা বৃদ্ধি পাইছে। বিশেষকৈ শ্বাস-প্ৰশ্বাস আৰু হাওঁফাওঁৰ সংক্ৰমণৰ ফলত স্বাস্থ্যৰ ওপৰত গুৰুতৰ প্ৰভাৱ  পেলাইছে ৷ এই ভাইৰাছে বহু ক্ষেত্ৰত মাৰাত্মক।

 

স্বাস্থ্য মন্ত্ৰালয়ৰ প্ৰতিবেদন অনুসৰি কৰ্ণাটকত এইচ ৩এন২ ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিজনৰ বয়স আছিল ৮২ বছৰ। ব্যক্তিজন ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপত আক্ৰান্ত। এই পৰিস্থিতিত স্বাস্থ্য বিশেষজ্ঞসকলে কোমৰবিডিটি থকা বৃদ্ধসকলক বিশেষভাৱে সাৱধান হ’বলৈ আৰু জনবসতিপূৰ্ণ অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিছে। বিশেষকৈ যিসকলৰ শ্বাস-প্ৰশ্বাসজনিত সমস্যা, হৃদযন্ত্ৰৰ সমস্যা বা বৃক্কৰ ৰোগ আছে, তেওঁলোকে বাহিৰলৈ ওলাই যোৱাৰ ক্ষেত্ৰত অতি সাৱধান হ’ব লাগে। এই ভাইৰাছৰ বাবে চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হোৱাৰ বাবে ‘ইণ্টেনচিভ কেয়াৰ ইউনিট’ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। সেয়েহে স্বাস্থ্যকৰ্মীসকলৰ ওপৰত যথেষ্ট হেঁচা পৰিব বুলি আশংকা কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে। এই ভাইৰাছৰ পৰা শিশুসকলক বিশেষভাৱে সাৱধান হ’বলৈও কেন্দ্ৰই সকীয়াই দিছে।

 

এইচ ৩এন২ ভাইৰাছৰ সমান্তৰালকৈ এডিন’ভাইৰাছৰ উত্থানক লৈও চিন্তিত হৈ পৰিছে চিকিৎসা সমাজ। যোৱা দুমাহত এই ভাইৰাছে শিশুৰ শ্বাস-প্ৰশ্বাসতন্ত্ৰৰ ক্ষতিসাধন কৰিছে। ইয়াৰ বাবেই পশ্চিম বংগত বহু শিশুৰ মৃত্যু হৈছে। এই ক্ষেত্ৰতো শিশুসকলক ‘ইণ্টেনচিভ কেয়াৰ ইউনিট’ত ৰখাৰ প্ৰয়োজন আছে।

 

ঋতু পৰিবৰ্তনৰ সময়ত এই ভাইৰাছৰ সংক্ৰমণৰ আশংকা বৃদ্ধি পায়। কোভিডৰ সংক্ৰমণ হ্ৰাস কৰিবলৈ আমি মাস্ক পৰিধান কৰিবলৈ পাহৰিছো, যাৰ ফলত এইচ ৩এন২  .এডেনো ভাইৰাছৰ দৰে ৰোগৰ প্ৰাদুৰ্ভাৱে সহজে শৰীৰত ঘটিছে ৷ হাত ধোৱাৰ কথা আহিলে পানী বা চাবোনৰ বিকল্প নাই। কিন্তু যদি সকলোতে চাবোন আৰু পানী পোৱা নাযায়, তেন্তে চেনিটাইজাৰৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। সংক্ৰমণ প্ৰতিৰোধ কৰিব বিচাৰিলে হাত নোধোৱাকৈয়েই খাদ্য নাখাব ৷  চকু, মুখ বা নাক স্পৰ্শ অপৰিস্কাৰ হাতেৰে স্পর্শ নকৰিব ৷

Previous Post

আই পি এলতো কেৰিয়াৰ সামৰিব নেকি ধোনিয়ে ? শেষৰ বাবে দেখিব নেকি এমএছৰ বেটৰ যাদু !!

Next Post

সতীশৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ৰহস্যৰ ,হোলিৰ পার্টী অনুষ্ঠিত হোৱা স্থানত হঠাৎ আৰক্ষীৰ তালাচী-উদ্ধাৰ কেইবাবিধো ঔষধ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
বুধবাৰে হোলী উৎসৱত অংশ লোৱাৰ পাছতে স্বাস্থ্যৰ অৱনতি ,  হৃদৰোগত আক্ৰান্ত হৈ  মৃত্যু হোৱা কমেডিয়ান সতীশ কৌশিকৰ

সতীশৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে ৰহস্যৰ ,হোলিৰ পার্টী অনুষ্ঠিত হোৱা স্থানত হঠাৎ আৰক্ষীৰ তালাচী-উদ্ধাৰ কেইবাবিধো ঔষধ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7