VOICE 24x7
Monday, October 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গুৱাহাটীৰ ৰাজগড় পথত উত্তৰ-পূর্বাঞ্চলৰ প্ৰথমখন ফ্ৰেঞ্চাইজি বিপণী মুকলি নেৰামেকৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 21, 2023
in অৰ্থনীতি
গুৱাহাটীৰ ৰাজগড় পথত উত্তৰ-পূর্বাঞ্চলৰ প্ৰথমখন ফ্ৰেঞ্চাইজি বিপণী মুকলি নেৰামেকৰ
0
SHARES
40
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূৱ আঞ্চলিক কৃষি বিপণন নিগম (নেৰামেক)ৰ পৰিচালন সঞ্চালক কমোডৰ ৰাজীৱ অশোকে (অৱসৰপ্ৰাপ্ত) আজি নিগমৰ প্ৰথমখন ফ্ৰেঞ্চাইজি বিপণী গুৱাহাটীৰ ৰাজগড় ৰোডত মুকলি কৰে।

 

উত্তৰ-পূর্বাঞ্চলৰ উদ্যোগীসকলে সংসাধন কৰা সামগ্ৰীৰ প্ৰচাৰৰ বাবে  নেৰামেকে গ্ৰহণ কৰা এয়া আন এক প্ৰচেষ্টা। এই পদক্ষেপৰ জৰিয়তে নেৰামেকৰ সৈতে সংযুক্ত হ’বলৈ অধিক লোক আকর্ষিত হ’ব বুলি আশা কৰা হৈছে।এই নতুন বিপণীখনৰ নাম দিয়া হৈছে অর্গেনিক লোকেলছ (ORGANIC LOCALS) ৷  নেৰামেকে বিপনন কৰা উত্তৰ-পূর্বাঞ্চলৰ জৈৱিক আৰু প্ৰাকৃতিকভাৱে উৎপাদিত উদ্যান শস্য আৰু কৃষিজাত সামগ্ৰী এই বিপণীখনত উপলব্ধ হ’ব ৷

 

এই বিপণীখন মুকলি কৰাটো হৈছে সংগঠিত খুচুৰা বজাৰখনত নেৰামকৰ আন এক সৰু খোজ । এই বিপণীত উপলব্ধ হ’বলগীয়া সামগ্ৰীসমূহৰ ভিতৰত আছে-হালধি গুড়ি, গ্ৰীণ  আৰু ব্লেক টী, বিভিন্ন থলুৱা আচাৰ, থলুৱা ফলৰ জাম, বিভিন্ন ধৰণৰ শুকান বনৌষধি, ঔষধি গুণযুক্ত শুকান পাত/ গুড়ি, ৰস, শুকান ফল ইত্যাদি।

 

বিপণীখন মুকলি  অনুষ্ঠানত নেৰামেকৰ বিপণন এজিএম  শ্ৰীযুত সঞ্জীৱ দাস, অর্গেনিক লোকেলছৰ স্বত্বাধিকাৰী শ্ৰীযুত হৃষিকেশ তালুকদাৰ,বিপণন বিশেষজ্ঞ শ্ৰীযুত শশাংক তালুকদাৰৰ লগতে বহুসংখ্যক শুভাকাংক্ষী উপস্থিত থাকে ৷

Previous Post

পিতৃৰ ছবিয়ে স্পর্শ কৰিছে ৩০০ কোটিৰ ঘৰ, এইবাৰ ৰূপালী পর্দাত ভৰি দিব ছানী দেউলৰ কণিষ্ঠ পুত্ৰ ৰাজবীৰে

Next Post

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হ’ব নেকি ভাৰতীয় মূলৰ ব্যক্তি!!ৰাষ্ট্ৰপতি পদৰ দৌৰত ট্ৰাম্পৰ পিছতে ভাৰতীয় মূলৰ বিবেক ৰামস্বামী

Related Posts

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ
অৰ্থনীতি

আপোনাৰো আছে নেকি ২০০০ টকীয়া নোট? অপেক্ষা নকৰিব এই সময়ৰ ভিতৰত দিয়ক ওভতাইঃ নহ’লে হৈ পৰিব অসাৰ

October 1, 2023
বাজাজ অটোৱে  গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?
অৰ্থনীতি

বাজাজ অটোৱে গুৱাহাটীত মুকলি কৰিলে নতুন পালছাৰ এন১৫০, অসমত দাম কিমান হ’ব জানেনে ?

September 27, 2023
চৰম আর্থিক সংকটত  পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!
অৰ্থনীতি

চৰম আর্থিক সংকটত পাকিস্তান, কি বুলি সকীয়াই দিলে বিশ্ব বেংকে!!

September 25, 2023
শাক-পাচলিৰ মূল্য বৃদ্ধিৰ বাবে  বাঢ়িব মুদ্ৰাস্ফীতিৰ হাৰ, পৰিৱর্তন নহ’ল ৰেপোৰেটৰ
অৰ্থনীতি

শাক-পাচলিৰ মূল্য বৃদ্ধিৰ বাবে বাঢ়িব মুদ্ৰাস্ফীতিৰ হাৰ, পৰিৱর্তন নহ’ল ৰেপোৰেটৰ

August 10, 2023
লেপটপ, কম্পিউটাৰ আমদানি কৰাত বাধা আৰোপ কেন্দ্ৰৰ
অৰ্থনীতি

লেপটপ, কম্পিউটাৰ আমদানি কৰাত বাধা আৰোপ কেন্দ্ৰৰ

August 3, 2023
পিন নোহোৱাকৈ কেনেকৈ লেনদেন কৰিব ইউপিআইৰে ধন ?
অৰ্থনীতি

পিন নোহোৱাকৈ কেনেকৈ লেনদেন কৰিব ইউপিআইৰে ধন ?

July 14, 2023
Next Post
আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হ’ব নেকি ভাৰতীয় মূলৰ ব্যক্তি!!ৰাষ্ট্ৰপতি পদৰ দৌৰত ট্ৰাম্পৰ পিছতে ভাৰতীয় মূলৰ বিবেক ৰামস্বামী

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ আসনত অধিষ্ঠিত হ’ব নেকি ভাৰতীয় মূলৰ ব্যক্তি!!ৰাষ্ট্ৰপতি পদৰ দৌৰত ট্ৰাম্পৰ পিছতে ভাৰতীয় মূলৰ বিবেক ৰামস্বামী

No Result
View All Result
  • দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • নীলাচল উৰণসেতুত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপ চাবলৈ ভাৰতত উপস্থিত পাকিস্তানৰ ‘ছুপাৰফেন’ বছিৰ চাচা, ভাৰত সন্দর্ভত কি ক’লে তেওঁ !!

    0 shares
    Share 0 Tweet 0
  • কাৰাগাৰৰ ভিতৰত জেড প্লাছ নিৰাপত্তাঃ তৎসত্বেও চন্দ্ৰবাবু নাইডুৰ সুৰক্ষাক লৈ কিয় চিন্তিত নিৰাপত্তাৰক্ষী

    0 shares
    Share 0 Tweet 0
  • বিৰাট-অনুষ্কা পৰিয়াললৈ শীঘ্ৰে আহিব নতুন আলহী, পুনৰ মাতৃ হ’ব অনুষ্কা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

নগাঁৱৰ কামপুৰত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৰ্বিভাৱ মহোৎসৱৰ সামৰণি

October 2, 2023
স্মার্ট-অদম্য আৰক্ষীকো কেৰেপ নকৰে অপৰাধীয়ে ? পুনৰ দুই মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুবৃর্ত্তই

সোণৰ অলংকাৰ পিন্ধি নোলাব, পুনৰ বৃদ্ধ মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে চিলনী চোৰে

October 2, 2023
ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে  ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

ডাউদ ইব্ৰাহিমক আই এছ আইৰ এ ডি জি কৰিলে পাকিস্তানে ? চোৰাংচোৱাৰ সৈতে কৰিছে নেকি নতুন ষড়যন্ত্ৰ !!

October 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7