VOICE 24x7
Saturday, June 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

২৩মাৰ্চ ২০২৩ তাৰিখে  বিষ্ণু নিৰ্মলা ভৱনত  ‘চিত্ৰাংগদা’ আৰু ‘বৃহত্তৰ গুৱাহাটী মহিলা মঞ্চ সাংস্কৃতিক সংস্থা’ৰ বিশেষ অনুষ্ঠান

অনুষ্ঠানৰ অংশ হিচাপে আয়োজন কৰা হয় অসমীয়া পৰম্পৰাগত খাদ্যৰ এক আকৰ্ষণীয় প্ৰতিযোগিতা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 24, 2023
in সংস্কৃতি
২৩মাৰ্চ ২০২৩ তাৰিখে  বিষ্ণু নিৰ্মলা ভৱনত  ‘চিত্ৰাংগদা’ আৰু ‘বৃহত্তৰ গুৱাহাটী মহিলা মঞ্চ সাংস্কৃতিক সংস্থা’ৰ  বিশেষ অনুষ্ঠান
0
SHARES
45
VIEWS
Share on FacebookShare on Twitter

২৩মাৰ্চ ২০২৩ তাৰিখে গুৱাহাটী মহানগৰীৰ  বিষ্ণু নিৰ্মলা ভৱনত  ‘চিত্ৰাংগদা’ আৰু ‘বৃহত্তৰ গুৱাহাটী মহিলা মঞ্চ সাংস্কৃতিক সংস্থা’ৰ ফালৰ পৰা নাৰী দিৱসৰ লগত সংগতি ৰাখি এখনি সভা অনুষ্ঠিত হৈ যায়।উক্ত  অনুষ্ঠানৰ অংশ হিচাপে আয়োজন কৰা হয় অসমীয়া পৰম্পৰাগত খাদ্যৰ এক আকৰ্ষণীয় প্ৰতিযোগিতা ৷ প্ৰতিযোগিতাৰ  বিচাৰক হিচাপে নিমন্ত্ৰণ কৰি অনা হৈছিল স্তুতি হাজৰিকাক ।

এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা বাবে সামাজিক মাধ্যম ফেচবুক যোগে স্তুতি হাজৰিকাক ধন্যবাদ জ্ঞাপন কৰে ‘চিত্ৰাংগদা’ৰ সম্পাদিকা জয়শ্ৰী বৰগোঁহায়ে ৷উক্ত প্ৰতিযোগিতা খনৰ প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থাল লাভ কৰে ক্ৰমে  কবিতা সৰকাৰ,জ্যোস্না শইকীয়া আৰু ৰুণুমী ডেকাই ।

উক্ত সভা খনৰ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে নিৰ্মালি মেধি, শিখা বেজবৰুৱা গোস্বামী , পৰিণীতা শৰ্মা, ৰাজ লক্ষ্মী শইকীয়া লাহন, ছায়া ৰাণী দত্ত, নিজৰা নমামী, ৰ’জি বৰা, ৰশ্মি ফুকন, জোনমণি বড়ো ,জেছমিন পেগুকে আদি কৰি সমাজৰ বহুকেইগৰাকী অগ্ৰণী মহিলা আৰু ‘চিত্ৰাংগদা’ৰ সদস্যাসকল ।

‘চিত্ৰাংগদা’ৰ কাৰ্য্যবাহী সদস্যা তৃষ্ণা শইকীয়া, আলমী হাজৰিকা, ৰুণুমী ডেকা , কুকি তামূলী আৰু অন্যান্য সদস্যাসকলৰ উপস্থিতিত সভা খন সুচাৰু ৰূপে অনিষ্ঠিত হোৱাৰ বাবে  সামাজিক মাধ্যমৰ পোষ্টটোৰ যোগেদি এখন ফটো আপলোড কৰি সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে সম্পাদিকা জয়শ্ৰী বৰগোঁহায়ে ৷

Previous Post

নেপালৰ ট্ৰেকিং স্থলী সমূহে সমগ্ৰ বিশ্ববাসীক প্ৰদান কৰে এক অনন্য ট্ৰেকিং অভিজ্ঞতা

Next Post

নগাঁৱৰ কৃষি মাণ্ডলিক গৱেষণা কেন্দ্র,চিলঙণীত “বিশ্ব বতৰ দিৱস” উদযাপন

Related Posts

অসমীয়াৰ ঐতিহ্য জাপি
মুখ্য সংবাদ

অসমীয়াৰ ঐতিহ্য জাপি

April 27, 2023
দুৰাৰোগ্য ৰোগত আক্ৰান্ত কিংবদন্তি শিল্পী ‘চেলিন ডিয়ন’
সংস্কৃতি

দুৰাৰোগ্য ৰোগত আক্ৰান্ত কিংবদন্তি শিল্পী ‘চেলিন ডিয়ন’

April 11, 2023
চীনৰ ‘ফা-চিত’ আৰু অসমীয়াৰ ‘গামোচা’
সংস্কৃতি

চীনৰ ‘ফা-চিত’ আৰু অসমীয়াৰ ‘গামোচা’

April 6, 2023
মুম্বাইৰ বান্দ্ৰাত মুকলি কৰা হ’ল  নীতা আম্বানীৰ সাংস্কৃতিক কেন্দ্ৰ , ২০০০ আসনযুক্ত এই কেন্দ্ৰত কি কি থাকিব ?
সংস্কৃতি

মুম্বাইৰ বান্দ্ৰাত মুকলি কৰা হ’ল নীতা আম্বানীৰ সাংস্কৃতিক কেন্দ্ৰ , ২০০০ আসনযুক্ত এই কেন্দ্ৰত কি কি থাকিব ?

April 1, 2023
অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়া “গজ উৎসৱ” উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে
সংস্কৃতি

অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়া “গজ উৎসৱ” উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

March 25, 2023
তিনিগৰাকী অসমীয়াই ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰিলে ‘পদ্মশ্ৰী’ সন্মান
সংস্কৃতি

তিনিগৰাকী অসমীয়াই ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰিলে ‘পদ্মশ্ৰী’ সন্মান

March 23, 2023
Next Post
নগাঁৱৰ কৃষি মাণ্ডলিক গৱেষণা কেন্দ্র,চিলঙণীত “বিশ্ব বতৰ দিৱস” উদযাপন

নগাঁৱৰ কৃষি মাণ্ডলিক গৱেষণা কেন্দ্র,চিলঙণীত "বিশ্ব বতৰ দিৱস" উদযাপন

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

নগাঁৱৰ জখলাবন্ধাত “অভিনন্দন আৰু মুখামুখি অনুষ্ঠান” সম্পন্ন

June 10, 2023
বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

বহিঃৰাজ্যত কৰ্মসংস্থান বিচাৰি গৈ নগাঁৱৰ ধেমাজীৰ দুজন সন্ধানহীন

June 10, 2023
ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ  সন্মুখত জ’কভিচ

ফ্ৰেন্স অ’পেনৰ ফাইনেলত পুনৰ ৰুড, এইবাৰ সন্মুখত জ’কভিচ

June 10, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7