VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

১১ডিচেম্বৰত অংকিতা বৰুৱাৰ গল্প সংকলন ‘জোনবিলৰ ভেনাছ‘ৰ উন্মোচনী সভা

অসমৰ কেইবাগৰাকীও বিশিষ্ট লেখকৰ উপস্থিতিত উন্মোচন কৰা হ'ব গল্প সংকলনখন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 9, 2022
in সংস্কৃতি
১১ডিচেম্বৰত অংকিতা বৰুৱাৰ গল্প সংকলন ‘জোনবিলৰ ভেনাছ‘ৰ উন্মোচনী সভা
0
SHARES
37
VIEWS
Share on FacebookShare on Twitter

ডিচেম্বৰ  মানেই যে গ্ৰন্থৰ বতৰ ৷ অসমৰ চাৰিওফালে এতিয়া গ্ৰন্থ মেলাৰ পয়োভৰ ৷ লিখক কিম্বা প্ৰকাশক সকলৰো যেন  ব্যস্ততাৰ অন্ত নাই ৷ আনহাতে পাঠক সকলো ব্যস্ত  হৈ পৰিছে নিজৰ প্ৰিয় লেখক গৰাকীৰ গ্ৰন্থৰ সন্ধানত গ্ৰন্থ মেলাৰ বিপনী সমূহত ৷

এই সময়ছোৱাতেই এখন গল্প সংকলন পাঠক সকললৈ আগবঢ়াবলৈ সাজু  হৈছে গল্পকাৰ অংকিতা বৰুৱা ৷ পূৰ্বায়ণ প্ৰকাশনৰ দ্বাৰা মুদ্ৰিত ‘জোনবিলৰ ভেনাছ’ নামৰ এই গল্প সংকলনখন অহা ১১ডিচেম্বৰ, দেওবাৰে বিয়লি  ৩বজাত গুৱাহাটী প্ৰেছ ক্লাবত  উন্মোচন কৰা হ’ব ৷

ময়ুৰী দত্তই আঁত ধৰিবলগীয়া এই উন্মোচনী অনুষ্ঠানটোত উন্মোচক হিচাপে উপস্থিত থাকিব বিশিষ্ট চলচিত্ৰ সমালোচক ,জ্যেষ্ঠ সাংবাদিক,গল্পকাৰ বিতোপন বৰবৰা,বিশিষ্ট কবি,গল্পকাৰ,গল্প কথক অতনু ভট্টাচাৰ্য,বিশিষ্ট লেখক তথা সমালোচক অৰিন্দম বৰকটকী,বিশিষ্ট গল্পকাৰ ,ঔপন্যাসিক গীতালি বৰা আৰু বিশিষ্ট গল্পকাৰ তথা গীতিকাৰ মণিকা দেৱী ৷

গল্প সংকলনখন উন্মোচনৰ এই শুভ মূহুৰ্তত পূৰ্বায়ণ প্ৰকাশনৰ হৈ ড০ অমৃত কুমাৰ উপাধ্যায় আৰু গ্ৰন্থখনৰ শ্ৰষ্টা,গল্পকাৰ অংকিতা বৰুৱাই  সকলো গ্ৰন্থপ্ৰেমী ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ৷ কিয়নো  পাঠক কিম্বা গ্ৰন্থপ্ৰেমী সকলৰ উপস্থিতিয়েহে  গল্পকাৰ গৰাকীক আগলৈকো এনেদৰে সাহিত্যৰ পথাৰত সৃষ্টিৰ বীজ ৰোপণ কৰিবলৈ উৎসাহিত কৰিব ৷

Previous Post

প্ৰত্যাশিত ভাৱেই গুজৰাটৰ শাসনত বিজেপি, উৎখাত হ’ল হিমাচলত

Next Post

ভাৰতীয় জনতা পাৰ্টিৰ মৰিগাঁও জিলা সমিতিৰ কাৰ্যালয় ভৱন উদ্বোধন

Related Posts

‘প্ৰথমে কীৰৱাণী এগৰাকী মহান সংগীতজ্ঞ, তেওঁক তুচ্ছজ্ঞান কৰা হৈছিল’
সংস্কৃতি

‘প্ৰথমে কীৰৱাণী এগৰাকী মহান সংগীতজ্ঞ, তেওঁক তুচ্ছজ্ঞান কৰা হৈছিল’

January 28, 2023
ৰাষ্ট্ৰীয় পৰ্যটন দিৱস উপলক্ষে জানো আহক ইউনেস্ক’ৰ দ্বাৰা নিৰ্ধাৰিত ভাৰতৰ কেইখনমান  ঠাইৰ বিষয়ে
সংস্কৃতি

ৰাষ্ট্ৰীয় পৰ্যটন দিৱস উপলক্ষে জানো আহক ইউনেস্ক’ৰ দ্বাৰা নিৰ্ধাৰিত ভাৰতৰ কেইখনমান ঠাইৰ বিষয়ে

January 25, 2023
গণৰাজ্য দিৱসত অসমৰ প্ৰতীক পটত প্ৰদৰ্শিত হ’ব  কামাখ্যা মন্দিৰ আৰু লাচিত বৰফুকন
সংস্কৃতি

গণৰাজ্য দিৱসত অসমৰ প্ৰতীক পটত প্ৰদৰ্শিত হ’ব কামাখ্যা মন্দিৰ আৰু লাচিত বৰফুকন

January 23, 2023
আম্বানীৰ ঘৰত অনুষ্ঠিত হোৱা  কি এই গোল ধনা অনুষ্ঠান?
সংস্কৃতি

আম্বানীৰ ঘৰত অনুষ্ঠিত হোৱা কি এই গোল ধনা অনুষ্ঠান?

January 21, 2023
ৰজা-প্ৰজাৰ মিলনৰ এক অপূৰ্ব উৎসৱ ‘জোনবিল মেলা ‘
সংস্কৃতি

ৰজা-প্ৰজাৰ মিলনৰ এক অপূৰ্ব উৎসৱ ‘জোনবিল মেলা ‘

January 19, 2023
ইউনেস্কোৰ  বিশ্ব ঐতিহ্য  ছালভাডৰ চহৰ “সুখৰ ৰাজধানী” হিচাপে  জনাজাত
সংস্কৃতি

ইউনেস্কোৰ বিশ্ব ঐতিহ্য ছালভাডৰ চহৰ “সুখৰ ৰাজধানী” হিচাপে জনাজাত

January 19, 2023
Next Post
ভাৰতীয় জনতা পাৰ্টিৰ মৰিগাঁও জিলা সমিতিৰ কাৰ্যালয় ভৱন উদ্বোধন

ভাৰতীয় জনতা পাৰ্টিৰ মৰিগাঁও জিলা সমিতিৰ কাৰ্যালয় ভৱন উদ্বোধন

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7