VOICE 24x7
Friday, June 2, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰত্যাশিত ভাৱেই গুজৰাটৰ শাসনত বিজেপি, উৎখাত হ’ল হিমাচলত

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 8, 2022
in মুখ্য সংবাদ
প্ৰত্যাশিত ভাৱেই গুজৰাটৰ শাসনত বিজেপি, উৎখাত হ’ল হিমাচলত
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

প্ৰত্যাশিত ভাৱেই গুজৰাটত বিপুল বিজয়ৰ দিছে আগবাঢ়িছে বিজেপি । বিয়লি পৰ্যন্ত গুজৰাটৰ ১৮২ খন আসনৰ ভিতৰত ১৫৩খন আসনত বেজিপি আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে কংগ্ৰেছে ২০ খন,আপে ছয় খন আৰু অন্যান্য 3 খন আসনত আগবাঢ়ি আছে। ইয়াৰ সমান্তৰালভাৱে আজি ঘোষণা কৰা হৈছে হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ ফলাফল।যত পৰাজয়ৰ দিশে আগবাঢ়িছে কংগ্ৰেছ। হিমাচলত ৬৮ খন আসনৰ ভিতৰত কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে ৪০খন আসনত। আনহাতে বিজেপিয়ে পঁচিছ খন আৰু অন্যান্যই তিনিখন আসনত আগবাঢ়ি আছে।লক্ষণীয় যে নিশ্চিত বিজয়ৰ দিশে হিমাচলত আগবঢ়াৰ সময়তে কংগ্ৰেছৰ মাজত শংকাৰ সৃষ্টি হৈছে । কিয়নো কংগ্ৰেছৰ বিধায়কসকলক ক্ৰয় কৰাৰ চেষ্টা কৰা হব বুলি আশংকা কৰা হৈছে । যাৰ বাবেই কংগ্ৰেছৰ কেইবাজনো শীর্ষ নেতা ইতিমধ্যে হিমাচল প্ৰদেশত উপস্থিত হৈছে। সম্ভৱত কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থীসকলক ৰিজৰ্ট অথবা হোটেলত ৰখা হব ।

অহা ১২ ডিচেম্বৰত গুজৰাটত শপত গ্ৰহণ অনুষ্ঠিত হব । প্ৰাপ্ত তথ্য অনুসৰি শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ইতিমধ্যে গুজৰাটত বিজেপি কৰ্মীসকলৰ মাজত ব্যাপক উচাহ পৰিলক্ষিত হৈছে।ফলাফল ঘোষণাৰ লগে লগে সমৰ্থকসকলে কাৰ্যালয়ত সমবেত হৈ নাচি বাগি আনন্দত মতলীয়া হৈ পৰে।

Previous Post

এইবাৰ ‘হোৱাটছএপ’ত নতুন ৩ডি অৱতাৰৰ সুবিধা

Next Post

১১ডিচেম্বৰত অংকিতা বৰুৱাৰ গল্প সংকলন ‘জোনবিলৰ ভেনাছ‘ৰ উন্মোচনী সভা

Related Posts

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ
মুখ্য সংবাদ

এ এছ টি চি বাছৰ ক্ষেত্ৰত বিশেষ পথ নিৰ্দেশনা কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ

June 1, 2023
কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা
মুখ্য সংবাদ

কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ সভা

June 1, 2023
খাৰঘুলিৰ দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা ৰাজ্য চৰকাৰৰ
মুখ্য সংবাদ

খাৰঘূলিত পানীযোগানৰ পাইপ ফাটি হোৱা দুৰ্ঘটনাৰ তদন্ত

June 1, 2023
অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ
মুখ্য সংবাদ

অসম ৰাজ্যিক পৰিবহণ নিগমৰ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বিৰুদ্ধে সৰৱ অসম তৃণমূল কংগ্ৰেছ

June 1, 2023
২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী
মুখ্য সংবাদ

২ জুনৰ পূৱা ৮ বজাৰ পৰা পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ নিগমৰ মুখ্য কাৰ্যালয়ত ৫ ঘণ্টীয়া প্ৰতীক অনশন কাৰ্যসূচী

June 1, 2023
মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ
মুখ্য সংবাদ

মহানগৰীত মেলেৰিয়া প্ৰতিৰোধী মাহৰ শুভাৰম্ভ

June 1, 2023
Next Post
১১ডিচেম্বৰত অংকিতা বৰুৱাৰ গল্প সংকলন ‘জোনবিলৰ ভেনাছ‘ৰ উন্মোচনী সভা

১১ডিচেম্বৰত অংকিতা বৰুৱাৰ গল্প সংকলন ‘জোনবিলৰ ভেনাছ‘ৰ উন্মোচনী সভা

No Result
View All Result
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • গাভৰু বিহু বা জেং বিহু

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ, কেতিয়া হস্পিতালৰ পৰা মুক্তি পাব ক্ৰিকেটাৰ গৰাকীয়ে  ?

ধোনিৰ আঁঠুৰ সফল অস্ত্ৰোপচাৰ, কেতিয়া হস্পিতালৰ পৰা মুক্তি পাব ক্ৰিকেটাৰ গৰাকীয়ে ?

June 2, 2023
‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা  বিজেপিৰ

‘কেৰালা মুছলিম লীগ ধৰ্মনিৰপেক্ষ দল’! আমেৰিকাত ৰাহুলৰ মন্তব্যক সমালোচনা বিজেপিৰ

June 2, 2023
দৈনিক ৰাশি ফল

🙏 দৈনিক ৰাশি ফল 🙏

June 2, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7