VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মুম্বাইৰ বান্দ্ৰাত মুকলি কৰা হ’ল নীতা আম্বানীৰ সাংস্কৃতিক কেন্দ্ৰ , ২০০০ আসনযুক্ত এই কেন্দ্ৰত কি কি থাকিব ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 1, 2023
in সংস্কৃতি
মুম্বাইৰ বান্দ্ৰাত মুকলি কৰা হ’ল  নীতা আম্বানীৰ সাংস্কৃতিক কেন্দ্ৰ , ২০০০ আসনযুক্ত এই কেন্দ্ৰত কি কি থাকিব ?
0
SHARES
30
VIEWS
Share on FacebookShare on Twitter

নালন্দা আছিল বিশ্বৰ আটাইতকৈ পুৰণি বিশ্ববিদ্যালয় আৰু শিক্ষাৰ প্ৰাণকেন্দ্ৰ।  সমগ্ৰ বিশ্বতে বিখ্যাত আছিল এই বিশ্ববিদ্যালয় । এতিয়ালৈকে এনে কোনো কেন্দ্ৰ সৃষ্টি হোৱা নাই। সেই ধাৰা ৰক্ষা কৰি মুম্বাইৰ বান্দ্ৰা-কুৰ্লা কমপ্লেক্সৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰত মুকলি কৰা হ’ল ‘নীতা মুকেশ আম্বানী সাংস্কৃতিক কেন্দ্ৰ’। মূলতঃ ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাক পৰৱৰ্তী প্ৰজন্মলৈ প্ৰচাৰৰ বাবে এনে এক নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে । শুকুৰবাৰে বর্ণাঢ্য অনুষ্ঠানেৰে এই কেন্দ্ৰ মুকলি কৰা হয় ৷

 

যোৱা বছৰ মুকেশ-কন্যা ঈশা আম্বানীয়ে মাতৃ নীতা আম্বানীৰ নামত উৎসৰ্গিত দেশৰ প্ৰথমটো ‘বহু-বিষয়ক সাংস্কৃতিক স্থান’ সৃষ্টিৰ কথা ঘোষণা কৰিছিল। এই সাংস্কৃতিক কেন্দ্ৰটো বিশেষভাৱে প্ৰতিষ্ঠা কৰা হৈছে ভাৰতীয় শিল্পকলাক বিশ্বৰ বিভিন্ন প্ৰান্তত প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে। নীতা নিজেই এগৰাকী নৃত্যশিল্পী। এক বিবৃতিত নীতাই কয়, ‘এই কেন্দ্ৰৰ উদ্দেশ্য হৈছে ভাৰতীয় সংস্কৃতিৰ বিভিন্ন ধাৰাক উজ্জ্বল কৰি তোলা আৰু উদযাপন কৰা। বহু লোকে এই কেন্দ্ৰটো নিৰ্মাণৰ বাবে অশেষ কষ্ট কৰিছে। এই ভ্ৰমণ অতি পবিত্ৰ। আমি সকলোৱে এনে এখন ঠাই সৃষ্টি কৰিবলৈ আগ্ৰহী আছিলো। য’ত ভাৰতীয় চিনেমা, নাটক, নৃত্য, সাহিত্য, লোককথা, শিল্প, বিজ্ঞান আৰু আধ্যাত্মিকতাক বিশ্বৰ আগত উপস্থাপন কৰিব পৰা যায়। ইয়াৰ উপৰিও আমি ইয়ালৈ আন দেশৰ শ্ৰেষ্ঠখিনি আনিবলৈ চেষ্টা কৰিম ।”

 

এই সাংস্কৃতিক কেন্দ্ৰটোত কি আছে?

 

দুহাজাৰ আসনৰ এটা গ্ৰেণ্ড থিয়েটাৰ, চাৰি মহলীয়া আৰ্ট হাউচ, প্ৰায় ৫৭,০০০ বৰ্গফুট এলেকাত প্ৰদৰ্শনী স্থান আৰু ষ্টুডিঅ’ থিয়েটাৰ। তিনিদিনীয়া এই মুকলি সভাত অংশগ্ৰহণ কৰিছে হলিউড আৰু বলীউডৰ বিভিন্ন তাৰকাই। ইয়াৰ পিছত এই সাংস্কৃতিক কেন্দ্ৰটো সাধাৰণ মানুহৰ বাবে মুকলি কৰা হ’ব। এই কেন্দ্ৰটোত চিনেমা, সংগীত, নৃত্য, নাটক, সাহিত্য, শিল্প, বিজ্ঞান-চেতনা আৰু আধ্যাত্মিকতাৰ বিভিন্ন সা-সুবিধা উপলব্ধ হ’ব ৷

Previous Post

বক্স অফিচতো বলি্উডৰ ছবি বিফলঃ আইপিএলৰ উদ্বোধনী অনুষ্ঠানত নামাতিলে বলিউডৰ তাৰকা, নৃত্যৰে দর্শকক মুহিলে দক্ষিণৰ ৰশ্মিকা-তমান্নাই

Next Post

ভিছাৰ বাবে নাই জটিল প্ৰক্ৰিয়া, ব্যয় কমঃ অৱসৰ উপভোগৰ বাবে আপুনি ভ্ৰমণ কৰিব পাৰে এইকেইখন দেশ

Related Posts

অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম
মুখ্য সংবাদ

অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম

October 1, 2023
ৰাজ্যজুৰি বিশ্বকর্মা পূজাৰ প্ৰস্তুতি, পূজাৰ সামগ্ৰীৰে ভৰিছে বজাৰ
সংস্কৃতি

ৰাজ্যজুৰি বিশ্বকর্মা পূজাৰ প্ৰস্তুতি, পূজাৰ সামগ্ৰীৰে ভৰিছে বজাৰ

September 17, 2023
৯৭ সংখ্যক ওপজা দিনত সুধাকণ্ঠৰ গীত-মাতেৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ
সংস্কৃতি

৯৭ সংখ্যক ওপজা দিনত সুধাকণ্ঠৰ গীত-মাতেৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ

September 8, 2023
“ভাওৰীয়া”ৰ ১৫ দিনীয়া বাটৰ নাট আৰু  নাট কৰ্মশালাৰ শুভাৰম্ভণি
সংস্কৃতি

“ভাওৰীয়া”ৰ ১৫ দিনীয়া বাটৰ নাট আৰু নাট কৰ্মশালাৰ শুভাৰম্ভণি

September 7, 2023
তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব “প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ”
সংস্কৃতি

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব “প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ”

September 2, 2023
জংকি শর্মালৈ চলিত বৰ্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা
সংস্কৃতি

জংকি শর্মালৈ চলিত বৰ্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা

August 28, 2023
Next Post
ভিছাৰ বাবে নাই জটিল প্ৰক্ৰিয়া, ব্যয় কমঃ  অৱসৰ উপভোগৰ বাবে  আপুনি ভ্ৰমণ কৰিব পাৰে  এইকেইখন দেশ

ভিছাৰ বাবে নাই জটিল প্ৰক্ৰিয়া, ব্যয় কমঃ অৱসৰ উপভোগৰ বাবে আপুনি ভ্ৰমণ কৰিব পাৰে এইকেইখন দেশ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7