VOICE 24x7
Wednesday, November 29, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

তিনিগৰাকী অসমীয়াই ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰিলে ‘পদ্মশ্ৰী’ সন্মান

সত্ৰীয়া সংস্কৃতিৰ সাধক মাজুলীৰ ড° হেমচন্দ্ৰ গোস্বামীলৈ 'পদ্মশ্ৰী' সন্মান

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 23, 2023
in সংস্কৃতি
তিনিগৰাকী অসমীয়াই ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰিলে ‘পদ্মশ্ৰী’ সন্মান
0
SHARES
43
VIEWS
Share on FacebookShare on Twitter

অসম বাসীৰ বাবে এক সু-খবৰ ৷

প্ৰতিবছৰে ভাৰত চৰকাৰে দেশৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা বিভিন্ন ব্যক্তিক দেশৰ ভিতৰতে সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্ম’ বঁটাৰে  সন্মানিত কৰি আহিছে আৰু  এইবাৰো   নিশ্চয় তাৰ ব্যতিক্ৰম নহয় ৷ শেহতীয়াকৈ ২২মাৰ্চ তাৰিখে অসমৰ বিভিন্ন ক্ষেত্ৰৰ তিনিগৰাকীকৈ বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হ’ল এই  সন্মান ৷

গুৰুজনাৰ অমৰ সৃষ্টিৰাজীক জীয়াই ৰখাৰ বাবে আজীৱন সাধনা কৰি অহা  মাজুলীৰ  বিশিষ্ট মুখাশিল্পী তথা সত্ৰীয়া সংস্কৃতিৰ সাধক ড° হেমচন্দ্ৰ গোস্বামী দেৱে ২২মাৰ্চ তাৰিখে  গ্ৰহণ কৰিলে ‘পদ্মশ্ৰী’ সন্মান।

উল্লেখযোগ্য যে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বুধবাৰে ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ বিভিন্ন প্ৰান্তৰৰ বিভিন্ন বঁটা প্ৰাপকৰ লগতে মাজুলীৰ ড° হেমচন্দ্ৰ গোস্বামীকো এই  বঁটা প্ৰদান কৰে।

উল্লেখনীয় যে  তেওঁৰ উপৰিও  ২০২৩বৰ্ষত অসমৰ আনদুগৰাকী বিশিষ্ট ব্যক্তি হেমপ্ৰভা চুতীয়া আৰু ৰামকুইৱাংগবে নিউমেক  প্ৰদান কৰা হৈছে এই সন্মানীয় পদ্মশ্ৰী বঁটা ৷

Previous Post

বিটিআৰত অসমীয়া ভাষাই পাব লাগিব সমমৰ্যাদা

Next Post

কলিয়াবৰৰ আমবাগানত পৰিবেশ আৰু সচেতন জীৱন শৈলীৰ গঢ়াৰ ওপৰত সপ্তাহযোৰা কাৰ্যসূচী

Related Posts

অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম
মুখ্য সংবাদ

অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম

October 1, 2023
ৰাজ্যজুৰি বিশ্বকর্মা পূজাৰ প্ৰস্তুতি, পূজাৰ সামগ্ৰীৰে ভৰিছে বজাৰ
সংস্কৃতি

ৰাজ্যজুৰি বিশ্বকর্মা পূজাৰ প্ৰস্তুতি, পূজাৰ সামগ্ৰীৰে ভৰিছে বজাৰ

September 17, 2023
৯৭ সংখ্যক ওপজা দিনত সুধাকণ্ঠৰ গীত-মাতেৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ
সংস্কৃতি

৯৭ সংখ্যক ওপজা দিনত সুধাকণ্ঠৰ গীত-মাতেৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ

September 8, 2023
“ভাওৰীয়া”ৰ ১৫ দিনীয়া বাটৰ নাট আৰু  নাট কৰ্মশালাৰ শুভাৰম্ভণি
সংস্কৃতি

“ভাওৰীয়া”ৰ ১৫ দিনীয়া বাটৰ নাট আৰু নাট কৰ্মশালাৰ শুভাৰম্ভণি

September 7, 2023
তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব “প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ”
সংস্কৃতি

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব “প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ”

September 2, 2023
জংকি শর্মালৈ চলিত বৰ্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা
সংস্কৃতি

জংকি শর্মালৈ চলিত বৰ্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা

August 28, 2023
Next Post
কলিয়াবৰৰ আমবাগানত পৰিবেশ আৰু সচেতন জীৱন শৈলীৰ গঢ়াৰ ওপৰত সপ্তাহযোৰা কাৰ্যসূচী

কলিয়াবৰৰ আমবাগানত পৰিবেশ আৰু সচেতন জীৱন শৈলীৰ গঢ়াৰ ওপৰত সপ্তাহযোৰা কাৰ্যসূচী

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

উত্তৰকাশীত সুৰংগৰ পৰা  জীৱন্তে উদ্ধাৰ অসমৰ দুই শ্ৰমিকসহ আবদ্ধ ৪১ শ্ৰমিক

উত্তৰকাশীত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ অসমৰ দুই শ্ৰমিকসহ আবদ্ধ ৪১ শ্ৰমিক

November 28, 2023
আইচলেণ্ডত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্প , সতর্কতা জাৰি চৰকাৰৰ

আইচলেণ্ডত ৪৮ ঘন্টাত ৭০০টা ভূমিকম্প , সতর্কতা জাৰি চৰকাৰৰ

November 28, 2023
ধনৰ বিনিময়ত নিযুক্তিঃএপিএছচি কেলেংকাৰিত অভিযুক্ত দুই এচিএছ বিষয়া এছআইটিৰ সন্মুখত হাজিৰ , কোন বিষয়ালৈ জাৰি কৰা হৈছে জাননী !!

ধনৰ বিনিময়ত নিযুক্তিঃএপিএছচি কেলেংকাৰিত অভিযুক্ত দুই এচিএছ বিষয়া এছআইটিৰ সন্মুখত হাজিৰ , কোন বিষয়ালৈ জাৰি কৰা হৈছে জাননী !!

November 28, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7