VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ক’বলৈ ৰৈ যোৱা কথা বোৰে বুকুৰ বঙিয়াৰে বেঙা মেলি পৃথিবীৰ পোহৰ বিচাৰি থাকে প্ৰতিনিতে;জ্যোতি পি চি শইকীয়া

গুৱাহাটী গ্ৰন্থমেলাত উপলব্ধ হ’ব এগৰাকী উচ্চ পদস্থ আৰক্ষী বিষয়া জ্যোতি পি চি শইকীয়াৰ কাব্যসংকলন ‘সান্ধ্য-বিলাস’

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 23, 2022
in সংস্কৃতি
ক’বলৈ ৰৈ যোৱা কথা বোৰে বুকুৰ বঙিয়াৰে বেঙা মেলি পৃথিবীৰ পোহৰ বিচাৰি থাকে প্ৰতিনিতে;জ্যোতি পি চি শইকীয়া
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

 

২০২২ৰ বিদায় বেলাত ইংৰাজী নৱবৰ্ষ ২০২৩ক আদৰিবলৈ সাজু সমগ্ৰ বিশ্ববাসী ৷ উৎসৱমুখৰ এই সময়ছোৱাত গ্ৰন্থ প্ৰেমী সকলৰো উলাহৰ শেষ নাই ৷ কিয়নো এই  বৰ্ষৰ ২৯ডিচেম্বৰৰ পৰা ইংৰাজী নৱবৰ্ষ ২০২৩ৰ ৯জানুৱাৰী লৈ ‘গুৱাহাটী গ্ৰন্থমেলাত’ গ্ৰন্ত প্ৰেমী সকলে বিচাৰি পাব তেওঁলোকৰ প্ৰিয় কবি-সাহিত্যক সকলৰ গ্ৰন্থসমূহ ৷ প্ৰকাশিত হ’ব বহু ন-পুৰণি কবি-সাহিত্যিকৰ নতুন নতুন গ্ৰন্থ ৷

এই গুৱাহাটী গ্ৰন্থমেলাতেই এইবাৰ উপলব্ধ হ’ব প্ৰকাশৰ পথত থকা অসমৰ এগৰাকী উচ্চ পদস্থ আৰক্ষী বিষয়া জ্যোতি পি চি শইকীয়াৰ  কাব্যসংকলন ‘সান্ধ্য-বিলাস’ ৷ এই সন্দৰ্ভত সামাজিক মাধ্যম ফেচবুকত কাব্য সংকলনখনৰ প্ৰচ্ছদ ফটো আপলোড কৰি কাব্য প্ৰেমী সকলক কিতাপ খন সৃষ্টিৰ আঁৰৰ কিছু কথা জানিবলৈ দিয়ে কবিগৰাকীয়ে ৷তেওঁ কয় যে  ক’বলৈ ৰৈ যোৱা কথা বোৰে বুকুৰ বঙিয়াৰে বেঙা মেলি পৃথিবীৰ পোহৰ বিচাৰি থাকে প্ৰতিনিতে। আনহাতে পৰিয়ালৰ প্ৰতিজন সদস্যৰে সহযোগিতাৰ কথা কৈ তেওঁ কয় যে  তেওঁৰ স্বামী ,জী আৰু জোঁৱাইৰ আবদাৰৰ বাবেই   তেওঁ এই “সান্ধ্য বিলাস” পাঠকলৈ আগবঢ়াই দিয়াৰ বাবে  মৰসাহ কৰিব পাৰিছে ।

কবিগৰাকীয়ে  পুনৰ কয় যে “সান্ধ্য বিলাস”ৰ কবিতাসমূহ  মানদণ্ডত কবিতা হ’ল নে নহ’ল সেয়া পাঠকেহে জানিব।কাৰণ তেওঁ ভাবে যে রএই মানদণ্ডৰ তুলাচনী আছে মাত্ৰ তেওঁৰ মৰমৰ ও শ্ৰদ্ধাৰ পাঠকৰ হাততহে। সেয়েহে পাঠকৰ সঁহাৰি একান্তই বাঞ্ছনীয়। লগতে তেওঁ আশা কৰে যে তেওঁৰ জীৱনৰ প্ৰথম আৰু এই ক্ষুদ্র প্ৰয়াসক কাব্যপ্ৰেমী সকলে আদৰি ল’ব ।

“সান্ধ্য বিলাস”ৰ  প্ৰচ্ছদ আৰু  বৰ্ণাশুদ্ধি  বিজয় বেজবৰুৱাৰ। যাৰ  সহায় অবিহনে কবিয়ে এই সংকলন খন প্ৰকাশ কৰাৰ সাহস হয়তো কৰিব নোৱাৰিলেহেঁতেন। বিজয় বেজবৰুৱাক  ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি কাব্যসংকলন খনিৰ প্ৰকাশক  বি. আৰ. বুক ষ্টলৰ প্ৰকাশক গকুল কলিতাকো ফেচবুক প’ষ্টটোৰ  যোগেদি ধন্যবাদ আৰু কৃতজ্ঞতাব জ্ঞাপন কৰে  কবিগৰাকীয়ে ৷

তেওঁ আশাবাদী যে নিশ্চয়ককৈ কাব্যসংকলনখনে পাঠকক নিৰাশ নকৰে আৰু  পাঠক সমাজে  আন্তৰিকতাৰে আদৰি ল’ব “সান্ধ্য বিলাস”ক ৷

Previous Post

বিবাহ অনুষ্ঠানত কেতিয়াও নৃত্য প্ৰদর্শন নকৰে কংগনাই

Next Post

মোগল সাম্ৰাজ্যৰ বহু কেইগৰাকী মোগল সম্ৰাটৰ হোৱা নাছিল স্বাভাৱিক মৃত্যু

Related Posts

‘প্ৰথমে কীৰৱাণী এগৰাকী মহান সংগীতজ্ঞ, তেওঁক তুচ্ছজ্ঞান কৰা হৈছিল’
সংস্কৃতি

‘প্ৰথমে কীৰৱাণী এগৰাকী মহান সংগীতজ্ঞ, তেওঁক তুচ্ছজ্ঞান কৰা হৈছিল’

January 28, 2023
ৰাষ্ট্ৰীয় পৰ্যটন দিৱস উপলক্ষে জানো আহক ইউনেস্ক’ৰ দ্বাৰা নিৰ্ধাৰিত ভাৰতৰ কেইখনমান  ঠাইৰ বিষয়ে
সংস্কৃতি

ৰাষ্ট্ৰীয় পৰ্যটন দিৱস উপলক্ষে জানো আহক ইউনেস্ক’ৰ দ্বাৰা নিৰ্ধাৰিত ভাৰতৰ কেইখনমান ঠাইৰ বিষয়ে

January 25, 2023
গণৰাজ্য দিৱসত অসমৰ প্ৰতীক পটত প্ৰদৰ্শিত হ’ব  কামাখ্যা মন্দিৰ আৰু লাচিত বৰফুকন
সংস্কৃতি

গণৰাজ্য দিৱসত অসমৰ প্ৰতীক পটত প্ৰদৰ্শিত হ’ব কামাখ্যা মন্দিৰ আৰু লাচিত বৰফুকন

January 23, 2023
আম্বানীৰ ঘৰত অনুষ্ঠিত হোৱা  কি এই গোল ধনা অনুষ্ঠান?
সংস্কৃতি

আম্বানীৰ ঘৰত অনুষ্ঠিত হোৱা কি এই গোল ধনা অনুষ্ঠান?

January 21, 2023
ৰজা-প্ৰজাৰ মিলনৰ এক অপূৰ্ব উৎসৱ ‘জোনবিল মেলা ‘
সংস্কৃতি

ৰজা-প্ৰজাৰ মিলনৰ এক অপূৰ্ব উৎসৱ ‘জোনবিল মেলা ‘

January 19, 2023
ইউনেস্কোৰ  বিশ্ব ঐতিহ্য  ছালভাডৰ চহৰ “সুখৰ ৰাজধানী” হিচাপে  জনাজাত
সংস্কৃতি

ইউনেস্কোৰ বিশ্ব ঐতিহ্য ছালভাডৰ চহৰ “সুখৰ ৰাজধানী” হিচাপে জনাজাত

January 19, 2023
Next Post
মোগল সাম্ৰাজ্যৰ বহু কেইগৰাকী  মোগল সম্ৰাটৰ হোৱা নাছিল   স্বাভাৱিক মৃত্যু

মোগল সাম্ৰাজ্যৰ বহু কেইগৰাকী মোগল সম্ৰাটৰ হোৱা নাছিল স্বাভাৱিক মৃত্যু

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়…

January 29, 2023
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7