VOICE 24x7
Monday, January 30, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ইণ্টাৰনেটত ভাইৰেল এটি ভিডিঅ’

মেট্ৰ’ত ভ্ৰমণ কৰা স্কুলীয়া ল’ৰা-ছোৱালীৰ অপূৰ্ব সংগীত পৰিবেশন

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 13, 2022
in সংস্কৃতি
ইণ্টাৰনেটত ভাইৰেল  এটি ভিডিঅ’
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ ইণ্টাৰনেটত ভাইৰেল হৈছে মেট্ৰ’ত ভ্ৰমণ কৰা স্কুলীয়া ল’ৰা-ছোৱালীৰ অপূৰ্ব সংগীত পৰিবেশনৰ এটি ভিডিঅ’ ৷  যি সংগীত স্তব্ধ হৈ শুনিছে প্ৰতিগৰাকী যাত্ৰীয়ে

অৱশ্যে এনেধৰণৰ বহুতো ভিডিঅ’ হয়তো আপুনি আগতেও দেখিছে যি আপোনাক সুখী কৰি তোলে বাটে-পথে আপুনি য’তেই নাথাকক কিয়  । কিন্তু এই ভিডিঅ’টো আন ভিডিঅ’তকৈ নিশ্চয় কিছু সুকীয়া৷  দিল্লী মেট্ৰ’ত ভ্ৰমণ কৰা কিছুমান স্কুলীয়া ল’ৰা-ছোৱালীয়ে  হাতত গীটাৰ লৈ এটি জনপ্ৰিয় গীত পৰিবেশন কৰা এই ভিডিঅ’ই অনুভৱী কৰি তুলিব আপোনাকো ৷  হয়তো আপোনাক  কিছু  নষ্টালজিক কৰি তুলিব পাৰে আৰু আপোনাৰ  সেই  স্কুলীয়া দিনবোৰৰ কথাও মনত পেলাই দিব পাৰে এই ভিডিঅ’টোৱে ।

ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এই ভিডিঅ’টোত এগৰাকী ছাত্ৰী আৰু তেওঁৰ বন্ধুসকলে ‘শ্বেৰ শ্বাহ ‘ ছবিৰ জনপ্ৰিয় গীত ‘মান ভৰিয়া’পৰিবেশন কৰা  দেখা গৈছে। যি বহুল ভাৱে সমাদৃত হৈছে নেটিজেন সকলৰ  মাজত  ।ভিডিঅ’টো সামাজিক মাধ্যম ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা হৈছে হৰ্ষ শৰ্মা  নামৰ এটা একাউণ্টৰ পৰা ৷ ২৮হাজাৰৰো অধিক প্ৰতিক্ৰিয়া লাভ কৰিবলৈ সক্ষম হোৱা এই ভিডিঅ’টো আপলোড কৰি হৰ্ষে লিখিছে যে তেওঁ মেট্ৰ’ৰে ভ্ৰমণ কৰি থকাৰ সময়ত সাংঘাটিক ভাৱে প্ৰতিভাৱান এই ছাত্ৰ-ছাত্ৰী কেইজনৰ গীত পৰিবেশন তেওঁৰ বাবে সৰ্বশ্ৰেষ্ঠ লাইভ পৰিবেশন ৷ সেয়েহে তেওঁ এই সুন্দৰ প্ৰতিভাক অনুপ্ৰাণিত কৰিবলৈ সকলোৰে পৰা মন্তব্য আশা কৰিছে আপলোড কৰোঁতা  প্ৰফাইলটোৱে ৷

View this post on Instagram

A post shared by Harsh Sharma (@harsh_shrmaaaa)

Previous Post

নলবাৰী জিলাৰ মুকালমুৱাৰ বৰতলাত অমৃত সৰোবৰ আধাৰশিলা স্থাপন

Next Post

টাৱাঙত চীন-ভাৰতৰ সৈন্যৰ সংঘর্ষক লৈ ৰাজনাথ সিঙৰ বিবৃতি, অসন্তুষ্ট বিৰোধীয়ে এৰিলে সংসদ

Related Posts

‘প্ৰথমে কীৰৱাণী এগৰাকী মহান সংগীতজ্ঞ, তেওঁক তুচ্ছজ্ঞান কৰা হৈছিল’
সংস্কৃতি

‘প্ৰথমে কীৰৱাণী এগৰাকী মহান সংগীতজ্ঞ, তেওঁক তুচ্ছজ্ঞান কৰা হৈছিল’

January 28, 2023
ৰাষ্ট্ৰীয় পৰ্যটন দিৱস উপলক্ষে জানো আহক ইউনেস্ক’ৰ দ্বাৰা নিৰ্ধাৰিত ভাৰতৰ কেইখনমান  ঠাইৰ বিষয়ে
সংস্কৃতি

ৰাষ্ট্ৰীয় পৰ্যটন দিৱস উপলক্ষে জানো আহক ইউনেস্ক’ৰ দ্বাৰা নিৰ্ধাৰিত ভাৰতৰ কেইখনমান ঠাইৰ বিষয়ে

January 25, 2023
গণৰাজ্য দিৱসত অসমৰ প্ৰতীক পটত প্ৰদৰ্শিত হ’ব  কামাখ্যা মন্দিৰ আৰু লাচিত বৰফুকন
সংস্কৃতি

গণৰাজ্য দিৱসত অসমৰ প্ৰতীক পটত প্ৰদৰ্শিত হ’ব কামাখ্যা মন্দিৰ আৰু লাচিত বৰফুকন

January 23, 2023
আম্বানীৰ ঘৰত অনুষ্ঠিত হোৱা  কি এই গোল ধনা অনুষ্ঠান?
সংস্কৃতি

আম্বানীৰ ঘৰত অনুষ্ঠিত হোৱা কি এই গোল ধনা অনুষ্ঠান?

January 21, 2023
ৰজা-প্ৰজাৰ মিলনৰ এক অপূৰ্ব উৎসৱ ‘জোনবিল মেলা ‘
সংস্কৃতি

ৰজা-প্ৰজাৰ মিলনৰ এক অপূৰ্ব উৎসৱ ‘জোনবিল মেলা ‘

January 19, 2023
ইউনেস্কোৰ  বিশ্ব ঐতিহ্য  ছালভাডৰ চহৰ “সুখৰ ৰাজধানী” হিচাপে  জনাজাত
সংস্কৃতি

ইউনেস্কোৰ বিশ্ব ঐতিহ্য ছালভাডৰ চহৰ “সুখৰ ৰাজধানী” হিচাপে জনাজাত

January 19, 2023
Next Post
টাৱাঙত চীন-ভাৰতৰ সৈন্যৰ সংঘর্ষক লৈ ৰাজনাথ সিঙৰ বিবৃতি, অসন্তুষ্ট বিৰোধীয়ে এৰিলে সংসদ

টাৱাঙত চীন-ভাৰতৰ সৈন্যৰ সংঘর্ষক লৈ ৰাজনাথ সিঙৰ বিবৃতি, অসন্তুষ্ট বিৰোধীয়ে এৰিলে সংসদ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

January 30, 2023
ভাল ফটোৰ উঠাৰ লগতে পৰ্যটনৰ উপযোগী এখন স্বাস্থ্যকৰ ঠাইলৈ যাব বিছাৰিছে নেকিঃ সবিশেষ জানিবলৈ পঢ়ক এই তথ্য

শৰীৰত কেতিয়াবা ভিটামিনৰ পৰিমাণ বেছি হ’ব পাৰে। অধিক ভিটামিনৰ ফলত কি ৰোগ হ’ব পাৰে জাঁনো আহক

January 30, 2023
“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

“ৰণদিয়া প্ৰয়াস”ৰ মৃতকৰ চিৰশান্তিৰ কামনাৰে বন্তি প্ৰজ্বলন 

January 29, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7