VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বিশ্বৰ ভিতৰত আটাইতকৈ বেছি চাহিদা থকা লোকঃ নাম সংযোজিত হৈছে কেইবাগৰাকী বলিউডী তাৰকাৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
August 28, 2021
in সংস্কৃতি
বিশ্বৰ ভিতৰত আটাইতকৈ বেছি চাহিদা থকা লোকঃ নাম সংযোজিত হৈছে কেইবাগৰাকী বলিউডী তাৰকাৰ
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

বহুতো সময়ত দেখা যায় যে বলিউডৰ তাৰকাসকলে সময়ে সময়ে সমগ্ৰ বিশ্বতে নিজৰ অধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হয় নিজৰ প্ৰতিভাৰ জৰিয়তে। “Parrot Analytics” ৰ মতে ভাৰতৰ তিনিগৰাকী তাৰকাৰ নাম শীৰ্ষস্থানত আছে বৰ্তমানৰ সময়ত। এই তাৰকা তিনিগৰাকী হ’ল প্ৰিয়ংকা চোপ্ৰা, শ্বাহৰুখ খান আৰু কিয়াৰা আদৱানী।

উল্লেখ্য যে বিশ্বৰ ভিতৰত আটাইতকৈ বেছি চাহিদা থকা মহিলাৰ (Most In-Demand actresses in the world) ভিতৰত তৃতীয় স্থানত আছে প্ৰিয়ংকা।আনহাতে শ্বাহৰুখ আছে প্ৰথম স্থানত আৰু দক্ষিণৰ চুপাৰষ্টাৰ আল্লু অৰ্জুন আছে দ্বিতীয় স্থানত। উল্লেখযোগ্য যে ১০ জন তাৰকা থকা এই তালিকাত কেৱল দুগৰাকী অভিনেত্ৰীৰ নামহে অন্তৰ্ভূক্ত হৈছে, য’ত প্ৰিয়ংকা তাৰ মাজৰ এগৰাকী।

আনহাতে এই তালিকাত থকা আন তাৰকা সকল হ’ল – দক্ষিণৰ অভিনেতা ধনুশ , হলিউডৰ টম হিডলেটন , দক্ষিণৰ ডালকুৱেৰ চালমান , বলিউডৰ চলমান খান, দক্ষিণ কোৰিয়াৰ চাং হুন, বলিউডৰ কিয়াৰা আদৱানি, মহেশ বাবু । বহু দিন ধৰি কোনো কামত জড়িত নথকাকৈয়ে শ্বাহৰুখ খানৰ প্ৰথম স্থান অধিকাৰ কৰা কথাটো অতি উল্লেখনীয়।

সদ্য মুক্তিপ্ৰাপ্ত ছবি শ্বেৰশ্বাহৰ বৃহৎ সফলতাৰ পাচত ছবিখনৰ নায়িকা কিয়াৰা আদৱানি বৰ্তমান আটাইতকৈ বেছি চাহিদা থকা আন এগৰাকী অভিনেত্ৰী। উল্লেখ্য যে প্ৰিয়ংকাৰ লগতে তালিকাত স্থান পোৱা আন তাৰকাসকলৰ ভিতৰত কিয়াৰাই আনগৰাকী মহিলা অভিনেত্ৰী।

Previous Post

কাবুল এয়াৰপৰ্টৰ ঘটনাকলৈ আইএছক হুংকাৰ মাৰ্কিন ৰাষ্ট্ৰপতিৰ

Next Post

সৰুসজাইৰ ডিআৰডিঅ’ ক’ভিড হাস্পাতালত নতুন ৰোগঃচিকিৎসক সহ চাৰিজন আক্ৰান্ত

Related Posts

অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম
মুখ্য সংবাদ

অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম

October 1, 2023
ৰাজ্যজুৰি বিশ্বকর্মা পূজাৰ প্ৰস্তুতি, পূজাৰ সামগ্ৰীৰে ভৰিছে বজাৰ
সংস্কৃতি

ৰাজ্যজুৰি বিশ্বকর্মা পূজাৰ প্ৰস্তুতি, পূজাৰ সামগ্ৰীৰে ভৰিছে বজাৰ

September 17, 2023
৯৭ সংখ্যক ওপজা দিনত সুধাকণ্ঠৰ গীত-মাতেৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ
সংস্কৃতি

৯৭ সংখ্যক ওপজা দিনত সুধাকণ্ঠৰ গীত-মাতেৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ

September 8, 2023
“ভাওৰীয়া”ৰ ১৫ দিনীয়া বাটৰ নাট আৰু  নাট কৰ্মশালাৰ শুভাৰম্ভণি
সংস্কৃতি

“ভাওৰীয়া”ৰ ১৫ দিনীয়া বাটৰ নাট আৰু নাট কৰ্মশালাৰ শুভাৰম্ভণি

September 7, 2023
তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব “প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ”
সংস্কৃতি

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব “প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ”

September 2, 2023
জংকি শর্মালৈ চলিত বৰ্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা
সংস্কৃতি

জংকি শর্মালৈ চলিত বৰ্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা

August 28, 2023
Next Post
সৰুসজাইৰ ডিআৰডিঅ’ ক’ভিড হাস্পাতালত নতুন ৰোগঃচিকিৎসক সহ চাৰিজন আক্ৰান্ত

সৰুসজাইৰ ডিআৰডিঅ’ ক’ভিড হাস্পাতালত নতুন ৰোগঃচিকিৎসক সহ চাৰিজন আক্ৰান্ত

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

December 9, 2023
নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7